Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

৫০ কেজি ওজন কমাই ৰেম্পত ধুমুহাৰ সৃষ্টি কৰিছে দেশীয় ক্লুণীয়ে

publisher by publisher
February 20, 2021
in Entertainment, India, News
Reading Time: 1 min read
0
৫০ কেজি ওজন কমাই ৰেম্পত ধুমুহাৰ সৃষ্টি কৰিছে দেশীয় ক্লুণীয়ে
14
SHARES
144
VIEWS
ShareShareShareShare

মাত্র ৪৪ বছৰ বয়সতে জীৱনৰ আশা পৰিত্যাগ কৰা এজন লােকে এতিয়া জীয়াই থকাৰ পথ দেখুৱাইছে হতাশাগ্রস্তক। শাৰীৰিক-মানসিকভাৱে এনেদৰে ভাঙি পৰিছিল যে শয্যাশায়ী হৈ দিন কটাবলৈ বাধ্য হৈছিল। কিন্তু অপমানৰ প্ৰত্যুত্তৰ দিয়াৰ বাবেই এদিন হঠাৎ যি সিদ্ধান্ত ল’লে, সেই সিদ্ধান্তই তেওঁলৈ কঢ়িয়াই আনিলে নতুন জীৱন।

ADVERTISEMENT

download 5সেই নতুন জীৱনৰ পথেৰে আগবাঢ়ি গৈ সেই হতাশাগ্রস্ত লােকজনেই এতিয়া দেশৰ মডেলিঙৰ ক্ষেত্ৰখনৰ এক আগশাৰীৰ মডেলত পৰিণত হৈছে। আদবয়সত তেওঁ পৰিচিত হৈ পৰিছে মডেলিং জগতৰ দেশীয় ক্লুণী’ নামেৰে। এসময়ত মেদবহুলতাত ভােগা দীনেশ মােহন নামৰ এই মডেলজনে ভাবিবলৈ বাধ্য হৈছিল যে তেওঁ হয়তাে বেছি দিন জীয়াই নাথাকিব।

RelatedPosts

সামাজিক মাধ্যমত অভিনেতা ধৰ্মেন্দ্ৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে পৰিয়ালৰ স্পষ্টীকৰণ

বলিউডৰ জনপ্রিয় অভিনেতা সতীশ শ্বাহৰ দেহাৱসান 

২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

Dinesh Mohan 3 5eef7ead84e66 সম্পূৰ্ণৰূপে শয্যাশায়ী হৈ পৰা লােকজনৰ ৪৪ বছৰ বয়সতে শৰীৰৰ ওজন হৈছিলগৈ ১৩০ কেজি। এতিয়া পঞ্চাশাের্ধ্বৰ বয়সত সেই মােহনেই নামী ডিজাইনাৰৰ ব্ৰেণ্ডৰ হৈ ৰেম্পত দপদপাই আছে। ঢকঢকীয়া বগা চুলি আৰু দাড়ি। মুখত সামান্য বলিৰেখা স্পষ্ট। চকুৰ তলৰ চালতাে ভাজ পৰিছে। অথচ শাৰীৰিক সৌষ্ঠৱ চকুত লগা আটিল চেহেৰা চাল-চলনাে যথেষ্ট সপ্রতিভ একেবাৰে হলিউদৰ মহাতাৰকা অভিনেতা জর্জ ক্লুণীৰ দৰে।

Dinesh Mohan Model 16 এতিয়া দেশৰ আগশাৰীৰ ফেশ্বন পত্রিকাত তেওঁৰ সাক্ষাৎকাৰ প্রকাশ হয়। কম বয়সীয়া ছুপাৰ মডেলসকলক এৰি অডিচনত তেওঁকে বাছি লয় ইটোৰ পাছত সিটো মডেল সংস্থাই। অথচ সেইজন জনপ্রিয় মডেলেই মাত্র ৪৪ বছৰতে মৃত্যুৰ আশংকাত ভুগিবলৈ বাধ্য হৈছিল। সম্প্রতি এক সাক্ষাৎকাৰত নিজৰ সংগ্রাম, অনুপ্ৰেৰণা আদিৰ বিষয়ে সদৰী কৰিছে।

timthumb প্রৌঢ়ত্বৰ দুৱাৰচলিত আহি কিদৰে মডেল হ’ল, শূন্যৰ পৰা আৰম্ভ কৰাৰ বাবে কাৰ পৰা প্ৰেৰণা পালে আদি সকলাে কথাই তেওঁ জনাইছে। মােহনে জনাইছে যে ব্যক্তিগত জীৱনত এক বৃহৎ ক্ষতিৰ সন্মুখীন হৈয়েই তেওঁ কম বয়সতে হতাশাগ্রস্ত হৈ পৰিছিল। জীয়াই থকাৰ ইচ্ছাই হেৰুৱাই পেলাইছিল তেওঁ।

e319ab3a 3b42 4771 815f c02f7e767869সেই সময়ত তেওঁ দিনৰ পাছত দিন ধৰি বিছনাতে পৰি থাকিবলগীয়া হৈছিল। মানসিকভাৱে সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। মােহনক সুস্থ কৰি তােলাৰ যাৱতীয় চেষ্টা কৰিছিল তেওঁৰ জ্যেষ্ঠা ভগ্নী আৰু ভিনিহীয়েকে। মানসিক ৰােগৰ চিকিৎসকৰ স’তে আলােচনা কৰি তেওঁলােকে মােহনৰ যত্ন লােৱাৰে পৰা সকলােখিনি কৰিছিল।

images 5মােহনে কয়, তাৰ পাছতাে সুস্থ হােৱাৰ কোনাে ইচ্ছা বা চেষ্টাই মােৰ নাছিল। লাহে লাহে পৰজীৱী হৈ পৰিছিলাে। মােৰ ওজন বাঢ়ি বাঢ়ি ১৩০ কেজি হৈছিলগৈ। বিৰক্ত হৈ পৰিছিল মােহনৰ আত্মীয়-স্বজনেই। তেওঁ কয়, এদিন তেওঁলােকেই মােক এই বিষয়ত প্রায় অপমান কৰিলে। সেই তীব্র অপমানেই মােহনৰ জীৱনৰ পথাে সলনি কৰি পেলায়। তেতিয়াৰ পৰাই তেওঁ পুষ্টিবিদৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰে।

main qimg 1a63910841ef09262e0c5b15583b4153শৰীৰচৰ্চাও কৰিবলৈ লয় তথাপি হতাশাই প্রায়ে গ্রাস কৰিছিল। কিন্তু এইবাৰ তেওঁ মানসিকভাৱে সবল হৈ পৰিছিল। নিজকেই আত্মবিশ্বাস যােগাইছিল। সেই আত্মবিশ্বাসৰ বাবেই তেওঁ ৫০ কেজি ওজন কমাবলৈ সক্ষম হৈছিল। সুস্থ হােৱাৰ এই যাত্রা অৱশ্যে বৰ সহজ নাছিল। তথাপি এদিন এজন প্রতিবেশীয়ে চিনিব নােৱৰাত তেওঁ বৰ স্ফুর্তি পাইছিল। সেই ঘটনাই তেওঁক উদ্বুদ্ধও কৰিছিল।

Dinesh Mohan 8 5eef7f99334d5অৱশ্যে শৰীৰৰ ওজন কমােৱা আৰু ৫০ বছৰ বয়সত নিজক দেশৰ গ্লেমাৰ মডেল ৰূপে প্রতিষ্ঠা কৰাটো সহজ কথা নহয়। মােহনে কয় যে এখন ফেশ্বন পত্রিকাত তেওঁ ক্ষীণ হােৱাৰ আগৰ আৰু পৰৱর্তী সময়ৰ ফটো প্রকাশ পাইছিল। তাৰ পাছৰ পৰাই সৰু- সুৰা মডেলিঙৰ প্ৰস্তাৱ আহিবলৈ আৰম্ভ কৰিছিল বিষয়টো পছন্দ হৈছিল মােহনৰ।

Dinesh Mohan 1 5eef7e514c3a2 তেওঁ অডিচন দিয়াৰাে সিদ্ধান্ত লয়। মােহনে কয়, ‘যিসকলে সেইদিনা অডিচন দিছিল, তেওঁলােক সকলােৱেই মােতকৈ বহু সৰু আছিল। মই ভাবিছিলাে, মােৰ ইয়াত সুযােগ নাই। অৱশ্যে সেই অডিচনৰে এজন ফটোগ্রাফাৰে মােহনক উৎসাহী কৰি কৈছিল, তুমি সঠিক স্থানতে উপস্থিত হৈছা।মডেলিঙেই তােমাৰ আদর্শ জগত। তাৰ পৰাই ইটোৰ পাছত সিটোকৈ মডেলিং কৰি কৰি এটা সময়ত তেওঁ লাভ কৰিলে দেশীয় ক্লুণী ’ আখ্যা।

Dinesh Mohan A 61 YO Model Is Giving Young Models A Run For Their Money With His Silver Beard 1200x900 5e7dfaf3e0982 1200x900 তেওঁ ইতিমধ্যে চলমান খান আৰু ৰজনীকান্তৰ লগত ছবিত অভিনয়াে কৰিছে। মােহনৰ এই পৰিৱর্তনে অবাক কৰিছিল তেওঁৰ আত্মীয়-স্বজনকো। তেওঁলােকে কৈছিল, ‘খােজকাঢ়িব নােৱৰা অৱস্থাৰ পৰা এতিয়া ৰেম্পত খােজ দিয়াৰ অৱস্থাত তুমি উপনীত হৈছা। নিঃসন্দেহে বহুখিনি পথ আগুৱাই আহিলা তুমি। এই কথা শুনি পৰম আনন্দ পাইছিল মােহনে। ফেচবুকত তেওঁৰ উত্থানৰ কাহিনীয়ে ইতিমধ্যে ১৮ হেজাৰ ‘লাইক’ পাইছে। এই প্রসংগত মােহনে কয়, ‘মােৰ এই কাহিনীয়ে যদি মােৰ দৰেই কাৰােবাক ঘূৰি থিয় হােৱাত সহায় কৰে, তেন্তে ময়েই সবাতােকৈ আনন্দিত হ’ম।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ActorClooneyDinesh MohanModel
publisher

publisher

Related Posts

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ
News

April 29, 2026
Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d