Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

    Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

    Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

    Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

    Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

    Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

৫০ কেজি ওজন কমাই ৰেম্পত ধুমুহাৰ সৃষ্টি কৰিছে দেশীয় ক্লুণীয়ে

publisher by publisher
February 20, 2021
in Entertainment, India, News
Reading Time: 1 min read
0
৫০ কেজি ওজন কমাই ৰেম্পত ধুমুহাৰ সৃষ্টি কৰিছে দেশীয় ক্লুণীয়ে
14
SHARES
139
VIEWS
ShareShareShareShare

মাত্র ৪৪ বছৰ বয়সতে জীৱনৰ আশা পৰিত্যাগ কৰা এজন লােকে এতিয়া জীয়াই থকাৰ পথ দেখুৱাইছে হতাশাগ্রস্তক। শাৰীৰিক-মানসিকভাৱে এনেদৰে ভাঙি পৰিছিল যে শয্যাশায়ী হৈ দিন কটাবলৈ বাধ্য হৈছিল। কিন্তু অপমানৰ প্ৰত্যুত্তৰ দিয়াৰ বাবেই এদিন হঠাৎ যি সিদ্ধান্ত ল’লে, সেই সিদ্ধান্তই তেওঁলৈ কঢ়িয়াই আনিলে নতুন জীৱন।

ADVERTISEMENT

download 5সেই নতুন জীৱনৰ পথেৰে আগবাঢ়ি গৈ সেই হতাশাগ্রস্ত লােকজনেই এতিয়া দেশৰ মডেলিঙৰ ক্ষেত্ৰখনৰ এক আগশাৰীৰ মডেলত পৰিণত হৈছে। আদবয়সত তেওঁ পৰিচিত হৈ পৰিছে মডেলিং জগতৰ দেশীয় ক্লুণী’ নামেৰে। এসময়ত মেদবহুলতাত ভােগা দীনেশ মােহন নামৰ এই মডেলজনে ভাবিবলৈ বাধ্য হৈছিল যে তেওঁ হয়তাে বেছি দিন জীয়াই নাথাকিব।

RelatedPosts

Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

Weight Loss : ১৫২ ওজন হ্ৰাস কৰি কেনেকৈ মডেল হ’ল এইগৰাকী যুৱতী ?

Polygamy : একেলগে ন গৰাকী যুৱতীক বিয়া কৰিলে এইজন যুৱকে : ৰুটিন অনুযায়ী সংগ দিয়ে পত্নীক—

Dinesh Mohan 3 5eef7ead84e66 সম্পূৰ্ণৰূপে শয্যাশায়ী হৈ পৰা লােকজনৰ ৪৪ বছৰ বয়সতে শৰীৰৰ ওজন হৈছিলগৈ ১৩০ কেজি। এতিয়া পঞ্চাশাের্ধ্বৰ বয়সত সেই মােহনেই নামী ডিজাইনাৰৰ ব্ৰেণ্ডৰ হৈ ৰেম্পত দপদপাই আছে। ঢকঢকীয়া বগা চুলি আৰু দাড়ি। মুখত সামান্য বলিৰেখা স্পষ্ট। চকুৰ তলৰ চালতাে ভাজ পৰিছে। অথচ শাৰীৰিক সৌষ্ঠৱ চকুত লগা আটিল চেহেৰা চাল-চলনাে যথেষ্ট সপ্রতিভ একেবাৰে হলিউদৰ মহাতাৰকা অভিনেতা জর্জ ক্লুণীৰ দৰে।

Dinesh Mohan Model 16 এতিয়া দেশৰ আগশাৰীৰ ফেশ্বন পত্রিকাত তেওঁৰ সাক্ষাৎকাৰ প্রকাশ হয়। কম বয়সীয়া ছুপাৰ মডেলসকলক এৰি অডিচনত তেওঁকে বাছি লয় ইটোৰ পাছত সিটো মডেল সংস্থাই। অথচ সেইজন জনপ্রিয় মডেলেই মাত্র ৪৪ বছৰতে মৃত্যুৰ আশংকাত ভুগিবলৈ বাধ্য হৈছিল। সম্প্রতি এক সাক্ষাৎকাৰত নিজৰ সংগ্রাম, অনুপ্ৰেৰণা আদিৰ বিষয়ে সদৰী কৰিছে।

timthumb প্রৌঢ়ত্বৰ দুৱাৰচলিত আহি কিদৰে মডেল হ’ল, শূন্যৰ পৰা আৰম্ভ কৰাৰ বাবে কাৰ পৰা প্ৰেৰণা পালে আদি সকলাে কথাই তেওঁ জনাইছে। মােহনে জনাইছে যে ব্যক্তিগত জীৱনত এক বৃহৎ ক্ষতিৰ সন্মুখীন হৈয়েই তেওঁ কম বয়সতে হতাশাগ্রস্ত হৈ পৰিছিল। জীয়াই থকাৰ ইচ্ছাই হেৰুৱাই পেলাইছিল তেওঁ।

e319ab3a 3b42 4771 815f c02f7e767869সেই সময়ত তেওঁ দিনৰ পাছত দিন ধৰি বিছনাতে পৰি থাকিবলগীয়া হৈছিল। মানসিকভাৱে সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। মােহনক সুস্থ কৰি তােলাৰ যাৱতীয় চেষ্টা কৰিছিল তেওঁৰ জ্যেষ্ঠা ভগ্নী আৰু ভিনিহীয়েকে। মানসিক ৰােগৰ চিকিৎসকৰ স’তে আলােচনা কৰি তেওঁলােকে মােহনৰ যত্ন লােৱাৰে পৰা সকলােখিনি কৰিছিল।

images 5মােহনে কয়, তাৰ পাছতাে সুস্থ হােৱাৰ কোনাে ইচ্ছা বা চেষ্টাই মােৰ নাছিল। লাহে লাহে পৰজীৱী হৈ পৰিছিলাে। মােৰ ওজন বাঢ়ি বাঢ়ি ১৩০ কেজি হৈছিলগৈ। বিৰক্ত হৈ পৰিছিল মােহনৰ আত্মীয়-স্বজনেই। তেওঁ কয়, এদিন তেওঁলােকেই মােক এই বিষয়ত প্রায় অপমান কৰিলে। সেই তীব্র অপমানেই মােহনৰ জীৱনৰ পথাে সলনি কৰি পেলায়। তেতিয়াৰ পৰাই তেওঁ পুষ্টিবিদৰ ওচৰলৈ যাবলৈ আৰম্ভ কৰে।

main qimg 1a63910841ef09262e0c5b15583b4153শৰীৰচৰ্চাও কৰিবলৈ লয় তথাপি হতাশাই প্রায়ে গ্রাস কৰিছিল। কিন্তু এইবাৰ তেওঁ মানসিকভাৱে সবল হৈ পৰিছিল। নিজকেই আত্মবিশ্বাস যােগাইছিল। সেই আত্মবিশ্বাসৰ বাবেই তেওঁ ৫০ কেজি ওজন কমাবলৈ সক্ষম হৈছিল। সুস্থ হােৱাৰ এই যাত্রা অৱশ্যে বৰ সহজ নাছিল। তথাপি এদিন এজন প্রতিবেশীয়ে চিনিব নােৱৰাত তেওঁ বৰ স্ফুর্তি পাইছিল। সেই ঘটনাই তেওঁক উদ্বুদ্ধও কৰিছিল।

Dinesh Mohan 8 5eef7f99334d5অৱশ্যে শৰীৰৰ ওজন কমােৱা আৰু ৫০ বছৰ বয়সত নিজক দেশৰ গ্লেমাৰ মডেল ৰূপে প্রতিষ্ঠা কৰাটো সহজ কথা নহয়। মােহনে কয় যে এখন ফেশ্বন পত্রিকাত তেওঁ ক্ষীণ হােৱাৰ আগৰ আৰু পৰৱর্তী সময়ৰ ফটো প্রকাশ পাইছিল। তাৰ পাছৰ পৰাই সৰু- সুৰা মডেলিঙৰ প্ৰস্তাৱ আহিবলৈ আৰম্ভ কৰিছিল বিষয়টো পছন্দ হৈছিল মােহনৰ।

Dinesh Mohan 1 5eef7e514c3a2 তেওঁ অডিচন দিয়াৰাে সিদ্ধান্ত লয়। মােহনে কয়, ‘যিসকলে সেইদিনা অডিচন দিছিল, তেওঁলােক সকলােৱেই মােতকৈ বহু সৰু আছিল। মই ভাবিছিলাে, মােৰ ইয়াত সুযােগ নাই। অৱশ্যে সেই অডিচনৰে এজন ফটোগ্রাফাৰে মােহনক উৎসাহী কৰি কৈছিল, তুমি সঠিক স্থানতে উপস্থিত হৈছা।মডেলিঙেই তােমাৰ আদর্শ জগত। তাৰ পৰাই ইটোৰ পাছত সিটোকৈ মডেলিং কৰি কৰি এটা সময়ত তেওঁ লাভ কৰিলে দেশীয় ক্লুণী ’ আখ্যা।

Dinesh Mohan A 61 YO Model Is Giving Young Models A Run For Their Money With His Silver Beard 1200x900 5e7dfaf3e0982 1200x900 তেওঁ ইতিমধ্যে চলমান খান আৰু ৰজনীকান্তৰ লগত ছবিত অভিনয়াে কৰিছে। মােহনৰ এই পৰিৱর্তনে অবাক কৰিছিল তেওঁৰ আত্মীয়-স্বজনকো। তেওঁলােকে কৈছিল, ‘খােজকাঢ়িব নােৱৰা অৱস্থাৰ পৰা এতিয়া ৰেম্পত খােজ দিয়াৰ অৱস্থাত তুমি উপনীত হৈছা। নিঃসন্দেহে বহুখিনি পথ আগুৱাই আহিলা তুমি। এই কথা শুনি পৰম আনন্দ পাইছিল মােহনে। ফেচবুকত তেওঁৰ উত্থানৰ কাহিনীয়ে ইতিমধ্যে ১৮ হেজাৰ ‘লাইক’ পাইছে। এই প্রসংগত মােহনে কয়, ‘মােৰ এই কাহিনীয়ে যদি মােৰ দৰেই কাৰােবাক ঘূৰি থিয় হােৱাত সহায় কৰে, তেন্তে ময়েই সবাতােকৈ আনন্দিত হ’ম।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ActorClooneyDinesh MohanModel
publisher

publisher

Related Posts

Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ
News

May 13, 2025
Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই
News

Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

May 13, 2025
Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ
News

Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

May 13, 2025
Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
News

Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

May 13, 2025
Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
News

Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
News

Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

May 13, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d