Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ঔষধি গুণসম্পন্ন ছালকুঁৱৰী

publisher by publisher
February 24, 2021
in Lifestyle
Reading Time: 1 min read
0
ঔষধি গুণসম্পন্ন ছালকুঁৱৰী
22
SHARES
217
VIEWS
ShareShareShareShare

★সৌন্দৰ্য বৰ্ধনত ছালকুঁৱৰীয়ে বিশেষভাৱে সহায় কৰে। ছালকুঁৱৰীৰ বিজলখিনিয়ে চুলিৰ গুৰি মজবুত কৰে, চুলিৰ অকালপক্কতা ৰোধ কৰে, উফি নাশ কৰে, চুলি সৰা ৰক্ষা কৰে।

ADVERTISEMENT

★জুয়ে পোৰাত ছালকুঁৱৰীৰ লগালে ঢৌ নুঠে আৰু ঘাঁ সহজে শুকায়।

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

ওজন কমোৱাৰ বাবে মহৌষধিস্বৰূপ পাঁচবিধ ফল

aloe barbadensis★শিশুৰ কৃমি হ’লে ছালকুঁৱৰীৰ বিজল এচামোচাকৈ পাঁচ দিন একেৰাহে খুৱালে কৃমি নাশ হয়।

★ছালকুঁৱৰীৰ বিজল আধা কাপ গৰুৰ গাখীৰৰ লগত মিহলি কৰি তাত দুচামোচ মিচিৰিৰ গুড়ি দি দিনে দুবাৰকৈ একেৰাহে এমাহ খালে শুক্ৰ গাঢ় হয়।

Aloe Vera can help prevent gum disease min★ জ্বৰ হৈ মূৰত উঠিলে উচ্চ ৰক্তচাপ ত ছালকুঁৱৰীৰ পাত এখন বা দুখন ভালদৰে থেতালি মূৰত ২০-২৫ মিনিট সময় প্ৰলেপ দি থ’লে জ্বৰ কমি যায় আৰু ৰক্তচাপ নিয়মীয়া হয়।

★ মাইগ্ৰেইন বিষত ছালকুঁৱৰীৰ বিজলৰ লগত কধনিয়াৰ গুড়িসম পৰিমাণৰ লৈ পিহি মলম তৈয়াৰ কৰি তালুত ভৰণ দিলে মূৰৰ বিষ, মাইগ্ৰেইনৰ বিষ কমি যায়।

DSC58741 476b7f7ef66d44ba8ce33cbc0d7b8dd4★জণ্ডিছ ৰোগত ছালকুঁৱৰীৰ ৰস ১০ গ্ৰামত ৫০ গ্ৰাম গৰুৰ গাখীৰ মিহলাই দিনে এবাৰ মাত্ৰ এমাহ খালে সমস্যাটো দূৰ হয়।

★পিত্ত বেমাৰত ছালকুঁৱৰীৰ পাতৰ বিজল দুচামুচ প্ৰতি দিনে আহাৰ খোৱাৰ পাছত খাব লাগে।

face masks★প্ৰস্ৰাৱৰ জ্বলা-পোৰা হ’লে, প্ৰস্ৰাৱ কম হ’লে ছালকুঁৱৰীৰ পাতৰ বিজল দিনে দুচামুচকৈ ৭ দিন খাব লাগে। ছালকুঁৱৰীৰ বিজলত আধা চামুচ মিচিৰি মিহলাই ল’লে অধিক কামত আহে।

★বিষম জ্বৰত প্ৰস্ৰাৱ কৰোতে কষ্ট পালে ছালকুঁৱৰীৰ পাতৰ বিজল তিনি চামুচ এচামুচ পানী মিশ্ৰণ কৰি খুৱালে অসুখটো ভাল হয়।

Can You Eat Aloe Vera Eating Aloe Vera Has Amazing Benefits★ছালত হোৱা বিভিন্ন ধৰণৰ খৰ-খজুৱতি, উফি, ওকণি আদি নাশ কৰিবৰ বাবে ছালকুঁৱৰীৰ বিজল সানিব লাগে। তেজ গ্ৰহণী ৰোগতো এনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ki55dv5n 1

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aloe veraBenefitsSkin
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d