বিশিষ্ট সংগীতশিল্পী কুল বৰুৱাৰ দেহাৱসান

EvDBwaQU4AEEG 0

● শিলপুখুৰীৰ নিজ বাসগৃহত কালি নিশা শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগীতশিল্পী কুল বৰুৱাই ।
● ৮২ বছৰ বয়সত মৃত্যু শিল্পীগৰাকীৰ ।
● শিল্পীগৰাকীৰ মৃত্যুত শিল্পীসমাজত শোকৰ ছাঁ বিৰাজ কৰিছে ।
● ১৯৩৮ত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট শিল্পীগৰাকীয়ে ।
● স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ ।

Exit mobile version