অসমত অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ

922812 amit shah rajnath singh

● আজি অসমত আহি উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ।
● দুখন নিৰ্বাচনী সভাত অংশ ল’ব গৃহমন্ত্ৰী শ্বাহে ।
● মাৰ্ঘেৰিটা আৰু নাজিৰাত নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰীগৰাকীয়ে ।
● মাৰ্ঘেৰিটাত গৃহমন্ত্ৰী শ্বাহৰ ৰেলী ।
●‌প্ৰতিৰক্ষা মন্ত্ৰী সিঙে বিশ্বনাথ চাৰিআলি, গহপুৰ আৰু দেৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাব ।
● সম্প্ৰতি বিশ্বনাথ চাৰিআলিৰ সভাত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ।

Exit mobile version