আজি কে’বাগৰাকী হেভিৱেত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

★কাইলৈ তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন ।

★আজি পূব গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মনোনয়ন পত্ৰ দাখিল।

★বিশাল চাইকেল ৰেলিৰে মনোনয়ন পত্ৰ দাখিল কৰাত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সংগ দিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ।

★আজি দিছ্পুৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব অতুল বৰাই।

★পলাশবাৰী সমষ্টিৰ বাবে মনোময়ন দাখিল কৰিব হেমাংগ ঠাকুৰীয়াই।

Exit mobile version