Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

    ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

কচুগাঁৱত কে’বা শতাধিক পুৰুষ মহিলাৰ ইউপিপিএল-ত যোগদান

নতুনকৈ যোগদান কৰা সকলক ফুলাম গামোচাৰে আদৰণি জনায় মনোৰঞ্জন ব্ৰহ্মই

publisher by publisher
March 19, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
কচুগাঁৱত কে’বা শতাধিক পুৰুষ মহিলাৰ ইউপিপিএল-ত যোগদান
4
SHARES
43
VIEWS
ShareShareShareShare

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে বিজেপি মিত্ৰ দল ইউপিপিএলেও ৷ মনোনয়ন দাখিলৰ পাছতে গোসাঁইগাঁও জিলা নিৰ্বাচনি বিষয়াৰ অধীনস্থ ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ মনোনিত প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰৰ লগতে বিভিন্ন দলৰ পৰা যোগদান কাৰ্য্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

ADVERTISEMENT

আজি পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুগাঁৱত ইউপিপিএল দলৰ যোগদান সভাখনত বিপিএফ দলৰ লগতে অঞ্চলটোৰ পৰা প্ৰায় আঢ়ৈ শতাধিক পুৰুষ মহিলাই অন্যান্য দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ৷

RelatedPosts

Resignation from uppl:ইউপিপিএলৰ বিধায়ক ভূপেন বড়োৰ পদত্যাগ

UPPL Candidate List Announced:এনডিএলৈ অপেক্ষা নকৰি ইউপিপিএলৰ সাতজনীয়া প্ৰথমখন তালিকা প্রকাশ

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

উক্ত যোগদান কাৰ্য্যসূচীত পশ্চিম বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দিতা কৰা ইউপিপিএল দলৰ মনোনিত প্ৰাৰ্থী ব্ৰক্ষই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, নিৰ্বাচনৰ বাবে প্ৰচাৰ পূৰ্ণগতিত চলাই যোৱাৰ লগতে ৰাইজৰ আশীৰ্বাদ আৰু পূৰ্ণ সহযোগিতা আশা কৰে ৷

প্ৰাৰ্থী ব্ৰক্ষই অঞ্চলটোৰ বাট পথ, দলঙৰ লগতে বিদ্যালয়সমূহৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰাধান্য দিয়াৰ কথা প্ৰকাশ কৰে ৷ সকলো জনগোষ্ঠীক সম-অধিকাৰ আৰু সম-উন্নয়নৰ বাবে ৰাইজৰ সেৱা কৰাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰি প্ৰমোদ বড়োৰ প্ৰতি আকৃষ্ট হৈ আজি ইউপিপিএলত যোগদান কৰাসকলৰ অধিকাংশই বিপিএফৰ বুলি কৰে ৷

উক্ত যোগদান সভাখনত ইউপিপিএলৰ কে’বাগৰাকী জিলা পৰ্যায়ৰ নেতাৰ লগতে ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী সোমনাথ নাৰ্জাৰী উপস্থিত থাকি নৱ যোগদানকাৰীসকলক আৰ’নাই আৰু ফুলাম গামচাৰে আদৰণি জনায় ।

আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাখনত প্ৰাৰ্থী দ্বয়ৰ লগতে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমাতাৰী, দোতমা সমষ্টিৰ প্ৰাক্তন এমছিএলএ জ্যোতিৰইন্দ্ৰ ব্ৰহ্মও উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Manaranjan BrahmaSomnath NarzaryUPPL
publisher

publisher

Related Posts

BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports

April 30, 2026
ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি
News

ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

April 30, 2026
New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d