প্ৰকাশ পালে যশপ্ৰীত বুমৰা, সঞ্জনা গণেশণৰ বিয়াৰ ভিডিঅ’

Jasprit Ganesan 1200

সম্প্ৰতি বিবাহৰ ছুটি কটোৱাত ব্যস্ত যশপ্ৰীত বুমৰা আৰু সঞ্জনা গণেশণ । ইয়াৰ মাজতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ বিবাহৰ ভিডিঅ’ । এই ভিডিঅ’ত পত্নী সঞ্জনাক ‘মোৰ পৃথিৱী’ বুলি সম্বোধন কৰে ভাৰতীয় ক্ৰিকেট দলৰ বলাৰজনে ।

বিগত ১৫ মাৰ্চৰ পুৱা ক্ৰীড়া সঞ্চালিকা সঞ্জনা গণেশণৰ স’তে সম্পূৰ্ণ পঞ্জাৱী নিয়মত বিবাহপাশত আৱদ্ধ হৈছিল বুমৰাই । গ’ৱাৰ এখন হোটেলত বিবাহৰ আয়োজন কৰা হৈছিল । বিবাহখনত কেৱল দুইপক্ষৰ পৰিয়ালৰ আৰু পাত্ৰ-পাত্ৰীৰ ঘনিষ্ঠসকলেই উপস্থিত আছিল ।

Exit mobile version