- সোণাৰি সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত কৰ্তব্যৰত প’লিং বিষয়াৰ মৃত্যু।
- ১৪৭ নম্বৰ শালকঠানী চাহ বাগিচাৰ ভোটগ্ৰহন কেন্দ্ৰত কৰ্তব্যৰত অৱস্থাত ধলি পৰে বিষয়াজন ।
- হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু তুলসী খনিকৰৰ।
- সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু।
- হাজোৱা বাগিচা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল মৃত খনিকৰ।
সোণাৰিত কৰ্তব্যৰত অৱস্থাত পলিং বিষয়াৰ মৃত্যু
-
By publisher

- Categories: Assam, India, News, Politics
- Tags: Assam Assembly Election 2021Tulshi Khanikar
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026