জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামে (জুৱা) অসমৰ‌ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে

Add a heading 2021 03 29T110047.788

ঘৰৰ সমীপত সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সকলোকে আচৰিত কৰিছে ।

তেওঁ পানীৰ মটৰৰ চুইচ দিবলৈ নিশা ওলাইছিল ঘৰৰ পৰা । ইয়াৰ পিছতেই নিখোজ হৈ আছিল সাংবাদিকগৰাকী ।

নিয়মীয়া বাৰ্তা কাকতখনৰ জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতিৰ কেনেকৈ মৃত্যু হ’ল তাক লৈ সৃষ্টি হোৱা ৰহস্য উদ্‌ঘাটন কৰিবলৈ জুৱাই কৰ্তৃপক্ষক আহ্বান জনাইছে ।

Exit mobile version