Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

চাপাগুৰি সমষ্টিৰ জালাহত মিত্ৰজোঁটৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ সমৰ্থনত বিশাল গণ সমাবেশত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ইউপিপিএলৰ উন্নয়নৰ ট্ৰেক্টৰত ডিজেল পেট্ৰ'ল ভৰাই দিব বিজেপিয়ে

publisher by publisher
March 31, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
চাপাগুৰি সমষ্টিৰ জালাহত মিত্ৰজোঁটৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ সমৰ্থনত বিশাল গণ সমাবেশত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
3
SHARES
34
VIEWS
ShareShareShareShare

আজি চাপাগুৰি বিধানসভা সমষ্টিৰ ইউপিপিএলৰ মনোনীত তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ সমৰ্থনত জালাহত এখন বিশাল নিৰ্বাচনী গণসভা অনুষ্ঠিত হয় । এই সভাত উপস্থিত থাকে অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । তেওঁ নিজৰ ভাষণ প্ৰসংগত কয়, ‘অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ হ’ব লাগিলে ট্ৰেক্টৰ লাগিব। ট্ৰেক্টৰ অবিহনে বিজেপি চৰকাৰ নহ’ব ৷ বিজেপি চৰকাৰ যদি লাগে ট্ৰেক্টৰত ভোট দিব লাগিব। দিল্লীত বিজেপি, কোকৰাঝাৰত ইউপিপিএল আৰু বিজেপি থকাৰ পাছত অসমতো বিজেপি, ইউপিপিএলৰ তথা মিত্ৰজোঁট চৰকাৰ হ’ব লাগিব। এতিয়া ট্ৰেক্টৰ মানে পদুম, পদুম মানেই ট্ৰেক্টৰ।’

ADVERTISEMENT

লগতে কয় যে, বিটিচিৰ পৰা হাগ্ৰামাৰ নাঙল যাব মিউজিয়ামলৈ, ট্ৰেক্টৰ যাব দিছপুৰলৈ।ফুটবল এটা খেলি ভাল লাগে বলটোৰ পাম্প থাকিলেহে। কিন্তু হাগ্ৰামাৰ ফুটবলত এতিয়া পাম্প নাই। চাপাগুৰি বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হিতেশৰ কেতিয়াবাই পাম্প শেষ হৈ গৈছে। চাপাগুৰি বিধানসভা সমষ্টিৰ মানুহৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈছে , উৰ্খাও গৌৰা ব্ৰহ্মই জয়ী হ’লে কোকৰাঝাৰত থাকিব নে, চাপাগুৰিত থাকিব। কিন্তু উৰ্খাও গৌৰা ব্ৰহ্মই জয়ী হোৱাৰ পাছত দিছপুৰত মোৰ কাষত এটা ডাঙৰ আৱাসগৃহত থাকি ডাঙৰ দায়িত্ব পালন কৰিব লাগিব।

RelatedPosts

আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

কৌশলেৰে অগপৰ সমষ্টি কাঢ়ি নি মুখ্যমন্ত্রী ‘নিজা মানুহ’ক সংস্থাপিত কৰিবলৈ চেষ্টা চলোৱাৰ চৰ্চা

উৰ্খাও গৌৰা ব্ৰহ্মই অসমৰ ডাঙৰ দায়িত্ব পাব।বিপিএফৰ প্ৰাৰ্থী হিতেশ বসুমতাৰী চাপাগুৰিত থাকেই বা নাথাকে তাত ৰাইজে ভাবিবলৈ একো নাই। যি গৰুৱে গাখীৰ নিদিয়ে সেই গৰু গোহালিত থাকিলেও একো লাভ নাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

জালাহ লক্ষ্মী মন্দিৰ বাকৰিত পোন্ধৰ হেজাৰৰো অধিক লোকৰ উপস্থিতিত অনুষ্ঠিত গণ সমাবেশত মন্ত্ৰী শৰ্মাই তেওঁৰ উদাত্ত ভাষণত কয় যে, প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিচি চৰকাৰ গঠনৰ পাছৰে পৰা বিটিচিত সকলো জাতি-জনগোষ্ঠীৰ নিৰাপত্তা সুনিশ্চিত হৈছে। সকলো জাতি-জনগোষ্ঠীক একগোট কৰি তেওঁলোকৰ ভাষা সংস্কৃতিক সুৰক্ষিত কৰাটো নিশ্চিত হৈছে। বিটিচিত এতিয়া উন্নয়নৰ ট্ৰেক্টৰ চলিব। ইউপিপিএলৰ ট্ৰেক্টৰত ডিজেল,পেট্ৰ’ল ভৰাই দিয়া দায়িত্ব বিজেপিৰ।

WhatsApp Image 2021 03 31 at 6.31.51 PM

হাগ্ৰামা মহিলাৰী আৰু বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰি মন্ত্ৰী শৰ্মাই কয় যে, বদৰুদ্দিন আজমলে কৈছে ওপৰত আল্লা, তলত মই। কিন্তু লগৰ হাগ্ৰামা মহিলাৰী ক’লৈ গ’ল। বদৰুদ্দিন আজমলে কৈছে নতুন চৰকাৰৰ তথা চাবি মোৰ হাতত থাকিব। কিন্তু লগৰ হাগ্ৰামা ক’লৈ গ’ল। অৰ্থাৎ হাগ্ৰামা মহিলাৰী বদৰুদ্দিন আজমলৰ নিয়ন্ত্ৰণত আছে । ৰাইজক কিন্তু নৰেন্দ্ৰ মোদীৰ অসমহে লাগে। বদৰুদ্দিন আজমলৰ অসম নালাগে।মোডীৰ অসমত ছোৱালীবোৰ ডাক্টৰ, ইঞ্জিনিয়াৰ হ’ব। আজমলৰ অসম হ’লে ছোৱলীবোৰ কেঁচুৱা জন্ম দিয়াহে হ’ব ।

২০২২ৰ এপ্ৰিলৰ ভিতৰত অসমত এক লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়া হ’ব বুলিও মন্ত্ৰী শৰ্মাই তেওঁৰ ভাষণত কয়।

গণ সমাবেশত ভাষণ দি প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, অসমত হৈ যোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অধিকাংশ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ’ব। অসম মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত হৈছে। অসমত আৰু বিটিচিত উন্নয়নৰ বাবে, সমন্বয়ৰ বাবে মিত্ৰজোঁটৰ চৰকাৰ হ’ব লাগিব। অসমৰ উন্নয়নৰ বাবে এখন শক্তিশালী চৰকাৰ লাগে। অসমৰ উন্নয়নৰ বাবে মিত্ৰজোঁট চৰকাৰখন হ’ব এখন শক্তিশালী চৰকাৰ৷

তেওঁ লগতে কয়, ‘বিগত সোতৰটা বছৰত বিটিচিত ব্যাপক দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন চলোৱা হাগ্ৰামা মহিলাৰীক, বিপিএফক ক্ষমতাৰ পৰা উচ্ছেদ কৰা হ’ল। এই উচ্ছেদত বিজেপিৰ বিশেষ ভূমিকা আছে। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চলা অপশাসনৰ পাছতেই বিটিচিত আৰম্ভ হৈছে উন্নয়নৰ, সমন্বয়ৰ ৰাজনীতি। বিটিচিত চিৰদিনৰ বাবে বিদায় হ’ল উগ্ৰবাদৰ সমস্যা, বন্দুকৰ আন্দোলন। বিটিচিত এতিয়া এটা জনগোষ্ঠীৰ বিৰুদ্ধে আন এটা জনগোষ্ঠীৰ ৰাজনীতি নচলিব।ৰাইজে ভূমিৰ অধিকাৰ পালে। সকলো জনগোষ্ঠীৰেই নিজৰ নিজৰ জীয়াই থকাৰ অধিকাৰ নিশ্চিত হৈছে। এই ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিশেষ অৱদান আছে। যাৰবাবে বিটিচিত বিজেপি, ইউপিপিএল, জিএছপিৰ চৰকাৰ গঠন হৈছে।’

ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াই আঁত ধৰা গণ সমাবেশত বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, ঘনশ্যাম দাস, বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য ৰোমিও পি নাৰ্জাৰী, বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য কুমুদ দাসেও অতিথি ৰূপে উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPHimanta Biswa SarmaUPPLurkhao gwra brahma
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d