কুইপ’ৰ অভিযন্তা ৰাম কুমাৰক মুক্তি

217041 capture

● ডিচেম্বৰৰ ২১ তাৰিখত আলফা(স্বা)ই অপহৰণ কৰা কুইপ’ৰ অভিযন্তা ৰাম কুমাৰক মুক্তি প্ৰদান কৰে ।
● ম্যানমাৰ-নাগালেণ্ড সীমান্তত মুকলি কৰা হয় অভিযন্তাজনক ।
● সম্প্ৰতি তেওঁক আসাম ৰাইফলছৰ তত্বাৱধানত ৰখা হৈছে ।
● ১০৬ দিন বন্দী কৰি ৰখাৰ পাছত আজি মুকলি কৰা হয় অভিযন্তাজনক ।
● নিজৰ মুক্তিতকৈও ৰাম কুমাৰৰ মুক্তিত অধিক সুখী বুলি জনায় প্ৰণৱ কুমাৰ গগৈয়ে ।

Exit mobile version