Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

৯৯ বছৰ বয়সত যুৱৰাজ হৈয়ে মৃত্যু, কিয় ৰজা হ’ব নােৱাৰিলে ফিলিপে ?

publisher by publisher
April 12, 2021
in News
Reading Time: 1 min read
0
৯৯ বছৰ বয়সত যুৱৰাজ হৈয়ে মৃত্যু, কিয় ৰজা হ’ব নােৱাৰিলে ফিলিপে ?
5
SHARES
47
VIEWS
ShareShareShareShare

এখন দেশত এজন ৰজা আছিল। যিকোনাে ৰূপকথাৰ কাহিনী সাধাৰণতে এনেদৰে আৰম্ভ হয়। অতিমাৰীৰ এই সময়তে হঠাতে ৯৯ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিলে ব্রিটিছ ৰাজপুত্র যুৱৰাজ ফিলিপে। যুৱৰাজৰ মৃত্যুৱে এক প্রশ্নৰাে উদ্রেক কৰিলে।

ADVERTISEMENT

এই প্রশ্নটো হৈছে কিয় বাকিংহাম পেলেচৰ জীৱন্ত ৰূপকথাৰ জগতত যুৱৰাজ ফিলিপ অর্থাৎ ‘ডিউক অৱ এডিনব’ কোনাে দিনে ৰজা হ’ব নােৱাৰিলে? ৰাণী দ্বিতীয় এলিজাবেথৰ স্বামী ফিলিপে সমগ্র জীৱন যুৱৰাজ হৈয়ে অতিবাহিত কৰিলে। কি কাৰণত ফিলিপে ব্রিটিছ সম্রাট হােৱাৰ গৌৰৱ অর্জন কৰিবলৈ সক্ষম নহ’ল?

RelatedPosts

Queen Elizabeth : ৭০ বছৰীয়া ৰাজত্ব দ্বিতীয় এলিজাবেথৰ

আচলতে ফিলিপে কোনােদিনে ৰজা হােৱাৰ কথা নাছিল। দৰাচলতে এয়াই হৈছে ব্রিটিছ ৰাজপৰিয়ালৰ প্রচলিত এক নিয়ম। আমাৰ চিৰ পৰিচিত ৰূপকথাৰ কাহিনীৰ স’তে সেয়েহে ব্রিটিছ ৰাজপৰিয়ালৰ সাদৃশ্য তেনেদৰে দৃষ্টিগােচৰ নহয়। আমাৰ ৰূপকথাৰ কাহিনীৰ পৰিচিত নিয়ম অনুসৰি ৰাণীৰ স্বামী সদায় ৰজা হয় আৰু ৰজাৰ পত্নী সদায় ৰাণী হয়। কিন্তু ব্রিটিছ ৰাণী এলিজাবেথে স্বামী হােৱাৰ পাছতাে ফিলিপ কিয় ৰজাৰ সন্মান লাভৰ পৰা বঞ্চিত হৈছিল ?

ৰাণী এলিজাবেথৰ পিতৃ আছিল সম্রাট ষষ্ঠ জর্জ। জৰ্জৰ মৃত্যুৰ পাছত ৰাণীৰ উপাধি লাভ কৰিছিল কন্যা এলিজাবেথে। সেই সময়ত এলিজাবেথ বিবাহিত আছিল। সেই সূত্রে সেই সময়ত ফিলিপক কিয় সম্রাটৰ উপাধি বা সন্মান দিয়া নহ’ল? এই প্রশ্নৰ উত্তৰ লাভৰ পূর্বে আন এক কথা আলােচনা কৰিব লাগিব। ফিলিপৰ নামৰ স’তে প্রকৃতাৰ্থত যুৱৰাজ উপাধি ব্যৱহাৰ হােৱাৰাে নিয়ম নাছিল। বাকিংহাম পেলেচৰ এয়াই হৈছে নিয়ম।

ব্রিটিছ ৰাজপ্রাসাদৰ নিয়ম অনুসৰি ৰাজসিংহাসনৰ একমাত্ৰ দাবীদাৰ উত্তৰ পুৰুষেহে মচনদত বহিলে ‘সম্রাট’ বা ‘সম্রাজ্ঞী’ৰ সন্মান বা উপাধি লাভ কৰিব পাৰে। এই দলৰ ফিলিপ অন্তর্ভুক্ত হােৱা নাছিল। ১৯৫৭ৰ ২২ ফেব্ৰুৱাৰীলৈকে ফিলিপ আছিল কেৱল ‘ডিউক অৱ এডিনবৰা। এই সময়তে ব্রিটিছ ৰাজপ্রসাদৰ ফালৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত ঘােষণা কৰি কোৱা হৈছিল যে এতিয়াৰে পৰা ফিলিপৰ পদমর্যাদা ব্রিটিছ ৰাজপুত্র অর্থাৎ যুৱৰাজৰ সমতুল্য হ’ব।

সেই সূত্রে ফিলিপে ব্রিটেইনৰ ৰাজপৰিয়ালৰ সদস্য হিচাপে যুৱৰাজৰ মর্যাদা লাভ কৰিছিল। কিন্তু ফিলিপে ৰজা হােৱাৰ কোনাে সুযােগ লাভ কৰাটো বাস্তৱত ব্ৰিটিছ ৰাজপৰিয়ালৰ প্রচলিত নিয়ম অনুসৰি সম্ভৱ নাছিল। ৰজাৰ স’তে বিবাহপাশত আবদ্ধ হােৱা মহিলাই ৰাণীৰ সন্মান লাভ কৰে। কিন্তু ইয়াৰ বিপৰীতে ব্রিটেইনত ৰাণীৰ স’তে বিবাহপাশত আবদ্ধ হােৱা স্বামীৰ ৰজা উপাধি প্রদানৰ নিয়ম নাই। সিংহাসনত অধিষ্ঠিত এলিজাবেথ দ্বিতীয় স্বামী হােৱাৰ পাছতাে সেয়েহে কোনােদিনে ফিলিপে ব্রিটেইনৰ সম্রাটৰ স্বীকৃতি বা মর্যাদা লাভ নকৰিলে।

ব্রিটেইনৰ ৰাজপ্রাসাদৰ নিয়ম অনুসৰি সিংহাসনত অধিষ্ঠিত হােৱা পুৰুষেহে ৰজাৰ স্বীকৃতি লাভ কৰিব পাৰে। এই নিয়ম অনুসৰি ফিলিপ আৰু এলিজাবেথৰ জ্যেষ্ঠ পুত্র প্রিন্স অৱ ওৱেলছ’ চার্লছে যেতিয়া ব্রিটিছ ৰাজসিংহাসনত আৰােহণ কৰিব তেতিয়া তেওঁক ৰজাৰ স্বীকৃতি প্রদান কৰা হ’ব। একেদৰে এই উপাধি পৰৱর্তী দুই দাবীদাৰ হৈছে চাৰ্লছৰ জ্যেষ্ঠ পুত্র
যুৱৰাজ উইলিয়াম আৰু উইলিয়ামৰ পুত্র যুৱৰাজ জর্জ। উল্লেখ্য যে ব্রিটিছ ৰাজপৰিয়ালৰ পদমর্যাদা আৰু উপাধি ইতিমধ্যে উইলিয়ামৰ ভ্রাতৃ হেৰীয়ে ত্যাগ কৰিছে।

সেয়েহে হেৰীয়ে ব্রিটিছ ৰাজসিংহাসনৰ ভৱিষ্যতে দাবীদাৰ হ’ব নােৱাৰিব। চার্লছে ৯৯ বছৰ বয়সলৈকে ব্রিটেইনৰ যুৱৰাজ হৈয়ে জীৱন অতিবাহিত কৰিলে। সদ্য প্রয়াত এইজন ব্রিটিছ যুৱৰাজে ৰাণী এলিজাবেথৰ স’তে সুদীর্ঘ ৭৩ বছৰৰ দাম্পত্য জীৱন অতিবাহিত কৰিছিল। উল্লেখ্য যে ফিলিপ আৰু এলিজাবেথৰ কৈশােৰতে প্রেম হৈছিল আৰু ইয়াৰ পৰিণতিতে দুয়ােৱে এদিন দাম্পত্য জীৱন আৰম্ভ কৰিছিল। সেই সময়ত সমগ্র পৃথিৱীতে ব্রিটিছ সাম্রাজ্যবাদৰ পতাকা জিলিকি উঠিছিল। তেনে সময়তে ১৩ বছৰীয়া এলিজাবেথৰ স’তে ১৮ বছৰীয়া ফিলিপৰ পৰিচয় হৈছিল।

এলিজাবেথ আছিল ৰাজকুমাৰী আৰু ফিলিপাে আছিল এজন ৰাজপুত্র। হয়, এলিজাবেথ যিদৰে ৰজাৰ কন্যা আছিল, ফিলিপাে আছিল গ্ৰীচৰ ৰাজপুত্র। অৱশ্যে শেষ পর্যন্ত ফিলিপ নির্বাচিত হৈছিল। অকলশৰে সেই সময়ত ফিলিপে ইউৰােপত মুক্ত বিচৰণ কৰিছিল। সেই সময়তে কিশােৰী এলিজাবেথৰ স’তে ফিলিপৰ পৰিচয় আৰু চিঠিৰ গােপন আদান-প্রদান আৰম্ভ হৈছিল। একেলগে দুয়ােৱে বহুদিন টেনিছ খেলিছিল। তেতিয়াই আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধ। ফলত দুয়ােৰে সাক্ষাৎ কমি আহিছিল।

যুদ্ধৰ মাজে মাজে অৱশ্যে । এলিজাবেথ-ফিলিপৰ সাক্ষাৎ হৈছিল। ব্রিটিছ নৌবাহিনীত যােগদান কৰি ফিলিপে তেতিয়া দেশৰ পাছত দেশ ভ্রমণ কৰিছিল । পাছত ফিলিপৰ স’তে এলিজাবেথৰ প্রেম।সম্পৰ্কৰ কথা ব্রিটিছ ৰাজপৰিয়ালৰ অৱগত হৈছিল। আৰম্ভণিতে এই সম্পর্ক ৰাজপৰিয়ালে সহজভাৱে গ্ৰহণ কৰা নাছিল ।

ইয়াৰ কাৰণ হৈছে শত্রু জার্মানীৰ অভিজাত মহলৰ স’তে ফিলিপৰ পৰিয়ালৰ ঘনিষ্ঠ সম্পর্ক আছিল। সেয়েহে ফিলিপৰ স’তে বৈবাহিক সম্পর্ক স্থাপনত ব্রিটিছ ৰাজপৰিয়ালে কিছু অনীহা প্রকাশ কৰিছিল। কিন্তু অৱশেষত ৰাজপৰিয়ালে ফিলিপৰে এলিজাবেথৰ দাম্পত্য জীৱন আৰম্ভ কৰাৰ বাবে অনুমতি দিবলৈ বাধ্য হৈছিল ।

১৯৪৭ত এলিজাবেথ-ফিলিপে আনুষ্ঠানিকভাৱে দাম্পত্য জীৱনৰ আৰম্ভণি ঘটাইছিল আৰু যােৱা শুকুৰবাৰে ৭৩ বছৰীয়া সফল বৈবাহিক জীৱনৰ অন্ত পৰিল। এলিজাবেথৰ দীর্ঘদিনীয়া সংগী ফিলিপে অৱশেষত ৯৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে। কোনাে ৰাজদম্পতীৰ ইমান দীঘলীয়া বৈবাহিক জীৱন অতিবাহিত কৰাৰ ইতিহাস নাই। এলিজাবেথৰ মতে তেওঁৰ পৰিয়ালৰ লগতে সমগ্র দেশ আচলতে ফিলিপৰ ওচৰত ঋণী। কিন্তু এই ঋণৰ বিনিময়ত জীৱনকালত ফিলিপে কোনাে দিনে কিবা দাবী কৰা নাছিল।

পৰস্পৰৰ প্রতি শ্রদ্ধা, ৰাজকীয় আড়ম্বৰপূৰ্ণ জীৱনৰ অন্তৰালত থকা পাৰস্পৰিক সম্মানে আচলতে ইমানদিনে ফিলিপ-এলিজাবেথক একত্রিত কৰি ৰাখিছিল। ব্রিটিছ সম্রাটৰ সন্মান লাভৰ পৰা বঞ্চিত হলেও ফিলিপ আছিল ব্রিটেইনবাসীৰ বাবে অন্যতম এজন শ্রদ্ধা আৰু সন্মানীয় ব্যক্তি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Elizabeth IIPhilip
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d