● আজি দুৰ্যোগ প্ৰশমন বিভাগৰ স’তে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
● বৈঠকত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাসহ বহু উচ্চ পদস্থ বিষয়া উপস্থিত থাকে ।
● অহা কালি অসমৰ মুখ্য সচিব আৰু ডিজিপিয়ে সংবাদমেলত ঘোষণা কৰিব নতুন নিয়ম ।
● মুখ্যমন্ত্ৰী সোণোৱালে অসমৰ ৰাইজক জৰুৰী সতৰ্কতা উলংঘা কৰি ৰাজ্যত তলাবন্ধৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈ আহ্বান জনায় ।
Discussed the roadmap ahead to combat the ongoing #COVID19 situation in presence of Health Minister Shri @himantabiswa and senior officials in Guwahati. We are taking all measures to keep citizens safe and healthy. Do #WearMask and please follow Govt guidelines. pic.twitter.com/35g6PlbUFy
— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) April 19, 2021