- ক’ভিড আক্রান্ত হৈ মৃত্যু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ।
- GMCHত চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পীগৰাকী।
- ICU ত সংকতজনক অৱস্থাত আছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী।
- বিগত এসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল ভিটালী দাস।
- সন্ধিয়া ৭:০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে ।
- উল্লেখযোগ্য যে শিল্পীগৰাকীৰ মাতৃ গৃহত এতিয়া সকলো অসুস্থ।
ক’ভিড আক্রান্ত হৈ মৃত্যু কণ্ঠশিল্পী ভিতালী দাস
-
By publisher

- Categories: Assam, Entertainment, India, News
- Tags: Bhitali Daspasses away
Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026