- অপৰাজিতা চাহ সেৱন কৰিলে স্মৃতিশক্তি বৃদ্ধি, বল ক্ষয় আৰু ব্ৰেইন ট’নিক হিচাপে বহুত উপকাৰী।
- অপৰাজিতা চাহ সেৱন কৰিলে মানসিক চাপ, আনন্দহীনতাৰ পৰা উপশম পায়।
- অপৰাজিতা চাহ খালে এন্টিঅক্সিজেন্ট আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
- অপৰাজিতা চাহ সেৱন কৰিলে দৃষ্টিশক্তি বৃদ্ধি, উচ্চ ৰক্তচাপৰ পৰা উপশম পায়।
- অপৰাজিতা চাহ সেৱন কৰিলে অনিদ্ৰা, গাৰ বিষৰ পৰা উপশম পায়।
- অপৰাজিতা চাহ সেৱন কৰিলে চৰ্দি, কাহ, এজমা, মাত ভঙাৰ পৰা উপশম পায়।
- শীতকালত অপৰাজিতা চাহ সেৱন কৰিলে চৰ্দি, জ্বৰ, কাহৰ পৰা উপশম পায়।
- যিসকলৰ সুন্দৰ কন্ঠ, তেওঁলোকে অপৰাজিতা চাহ নিতৌ দুবাৰকৈ সেৱন কৰিব লাগে।
- অপৰাজিতা চাহ সেৱন কৰিলে চুলিৰ বৃদ্ধি হয়, চুলিৰ উজ্জ্বলতা আৰু চুলি পকা আদি সমস্যাৰ পৰা উপশম পায়।
- অপৰাজিতা চাহ সেৱন কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু ক’লা দাগৰ পৰা উপশম পায়।
- অপৰাজিতা চাহ সেৱন কৰিলে উচ্চ ৰক্তচাপ, হৃদৰোগ, মধুমেহৰ পৰা উপশম পায়।
- অপৰাজিতা চাহ সেৱন কৰিলে শ্বেতপ্ৰদাৰ, ৰক্তপ্ৰদাৰৰ পৰা উপশম পায়।
ADVERTISEMENT