আলফা(স্বা)ই অপহৰণ কৰা অ’এনজিচি-ৰ দুজন কৰ্মচাৰীক উদ্ধাৰ

সন্ধান পোৱা নাই ৰিতুল শ‌ইকীয়াৰ

WhatsApp Image 2021 04 24 at 8

● যোৱা বুধবাৰে লাকুৱা তৈলক্ষেত্ৰৰ পৰা আলফা (স্বা)ই অপহৰণ কৰা দুই অ’এনজিচি-ৰ কৰ্মচাৰীক উদ্ধাৰ ।
● নিশা নাগালেণ্ডৰ মন জিলাত সেনা আৰু অসম ৰাইফলছে যুটীয়াভাৱে অভিযান চলাই উদ্ধাৰ কৰে মোহিনী মোহন গগৈ আৰু অলকেশ শ‌ইকীয়াক ।
● অভিযানত আলফা(স্বা)ৰ স’তে সেনাৰ সংঘৰ্ষ হয় ।
● এটা একে৪৭ ৰাইফলো উদ্ধাৰ কৰে সেনাই ।
● আনজন অপহৃত ৰিতুল শ‌ইকীয়াৰ উদ্ধাৰ অভিযান অব্যাহত আছে ।

Exit mobile version