Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

‘দোস্তানা ২’ত কার্তিকৰ পৰিৱর্তে অক্ষয়

publisher by publisher
April 25, 2021
in Entertainment, India, News
Reading Time: 1 min read
0
‘দোস্তানা ২’ত কার্তিকৰ পৰিৱর্তে অক্ষয়
5
SHARES
50
VIEWS
ShareShareShareShare

‘দোস্তানা ২’ত অভিনয় কৰিব অক্ষয় কুমাৰে। কার্তিক আৰিয়ানক আঁতৰাই বলিউডৰ প্রথম শাৰীৰ তাৰকাজনক নিজৰ ছবিত লােৱাৰ সিদ্ধান্ত ল’লে ধর্মা প্ৰডাকচনৰ স্বত্বাধিকাৰ কৰণ জোহৰে।

ADVERTISEMENT

এই কথা সদৰী কৰিছে প্রযােজক সূত্রই। অভিষেক বচ্চন- জন আব্রাহাম-প্রিয়ংকা চোপ্রা অভিনীত ছুপাৰহিট ছবি ‘দোস্তানা’ৰ ছিকুৱেলৰ বাবে চুক্তিবদ্ধ কৰা হৈছিল নৱ-প্ৰজন্মৰ জনপ্রিয় অভিনেতা কার্তিকক।

RelatedPosts

২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ

অক্ষয় কুমাৰে পান কৰে এক বিশেষ পানীয়

কিন্তু প্রযােজক জোহৰৰ স’তে হােৱা মনােমালিন্যৰ বাবে “দোস্তানা ২’ৰ পৰা কার্তিক বাদ দিয়া হয়। এই কথাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত যথেষ্ট প্রতিক্রিয়াৰাে সৃষ্টি হৈছিল। বহুতেই কার্তিকক বাদ দিয়াৰ বাবে জোহৰক সমালােচনা কৰিছিল।

আনকি সততে সৰৱ হৈ থকা অভিনেত্রী কংগনা ৰণৌটেও জোহৰক পুনৰ আক্ৰমণ কৰে। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছত সৃষ্টি হােৱা বলিউডৰ স্বজন-তােষণৰ বিতৰ্কৰ সময়তাে কংগনাই প্রযােজক-পৰিচালক জোহৰক কঠোৰভাৱে আক্রমণ কৰিছিল।

এইবাৰাে টুইটযােগে জোহৰক আক্রমণ কৰি কংগনাই মন্তব্য কৰিছে যে সুশান্তৰ দৰে যাতে কার্তিককো আত্মঘাতী হ’বৈ বাধ্য নকৰে। কার্তিকক বাদ দিয়াৰ পাছত তেওঁৰ পৰিৱর্তে কাক লােৱা হ’ব বুলিও চর্চা চলিছিল। কার্তিক লগতে ছবিখনৰ বাবে চুক্তিবদ্ধ কৰা হৈছিল জাহ্নৱী কাপুৰ আৰু টিভি অভিনেতা লক্ষ্য লালৱানিক।

সূত্রই জনােৱা মতে, ‘দোস্তানা ২’ৰ বাবে জোহৰেই ছুপাৰষ্টাৰ অক্ষয়ক প্ৰস্তাৱ দিয়ে। লগতে জোহৰে আবেদন জনায় যে ধর্মা প্ৰডাকচনৰ এই জটিল পৰিস্থিতিৰ পৰা যাতে অক্ষয়ে ৰক্ষা কৰে।

অক্ষয়ৰ সন্মতি সন্দৰ্ভত এই পর্যন্ত সূত্ৰটোৱে একো জনােৱা নাই। কিন্তু জাহ্নৱী আৰু লক্ষ্যৰ বয়সৰ স’তে যিহেতু অক্ষয়ৰ বয়সৰ যথেষ্ট প্রভেদ আছে, সেয়ে চিত্রনাট্যত অক্ষয়ৰ চৰিত্ৰটো সালসলনি ঘটোৱা হৈছে বুলি সূত্রই জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Akshay KumarKaran Johar
publisher

publisher

Related Posts

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d