Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

    ছটা শিতানত কেন্দ্রই আবণ্টন দিয়া বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে অসম চৰকাৰে

    সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

    পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পালছ অক্সিমিটাৰ ব্যৱহাৰৰ সঠিক পদ্ধতি

publisher by publisher
April 28, 2021
in Health, News
Reading Time: 1 min read
0
পালছ অক্সিমিটাৰ ব্যৱহাৰৰ সঠিক পদ্ধতি
8
SHARES
78
VIEWS
ShareShareShareShare

অতিমাৰী পৰিস্থিতিত সম্প্ৰতি পালছ অক্সিমিটাৰ সকলোৰে সংগী হৈ‌ পৰিছে । কেনেকৈ কাম কৰে এই সূক্ষ্ম যন্ত্ৰটোৱে ?

ADVERTISEMENT

থাৰ্মমিটাৰৰ দৰে এই যন্ত্ৰটোৱে শৰীৰৰ অক্সিজেনৰ মাত্ৰা জোখে । পালছ অক্সিমিটাৰত আঙুলি ৰাখিলেই কিছু সময়ৰ পাছতে দুটা সংখ্যা পৰিলক্ষিত হ’ব । ইয়াৰে এটা হ’ল এছপিঅ’টু অৰ্থাৎ শৰীৰৰ অক্সিজেনৰ সম্পৃক্ততা আৰু আনটো পালছ ৰেট ।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

শৰীৰৰ অক্সিজেনৰ মাত্ৰাক লৈ এতিয়া সকলোৱে চিন্তিত । কেনেকৈ গ’ম পাব যে যন্ত্ৰটোৱে কাম কৰিছে ? এজন মানুহৰ শৰীৰৰ স্বাভাৱিক অৱস্থাত অক্সিজেনৰ মাত্ৰা থাকে ৯৫ ৰ পৰা এশৰ ভিতৰত ।

অক্সিমিটাৰত শৰীৰৰ অক্সিজেনৰ মাত্ৰা ইয়াতকৈ কম আহিলে কি কৰিব ?

জানো আহক
● প্ৰথমতেই উদ্বিগ্ন নহ’ব । কিছুসময় স্থিৰ হৈ থাকক । ৩০ ছেকেণ্ডৰ পাছত পুনৰ পালছ অক্সিমিটাৰ ব্যৱহাৰ কৰক ।
● ইয়াৰ পাছতো শৰীৰৰ অক্সিজেন সম্পৃক্ততা কম আহিলে যন্ত্ৰটো আঙুলিৰ পৰা খুলি অন্য এজনৰ হাতত ব্যৱহাৰ কৰক ।
● অন্য লোকজনৰ শৰীৰৰ অক্সিজেনৰ মাত্ৰা স্বাভাৱিক দেখালে বুজিব যে যন্ত্ৰটো সঠিককৈ কাম কৰি আছে ।
●তৃতীয়তে লক্ষ্য কৰিব লাগিব যে যন্ত্ৰটো আঙুলিত ব্যৱহাৰ কৰোঁতে যাতে নখত নেইল পলিছ বা মেহেন্দি কোনো ধৰণৰ উপকৰণ লাগি নাথাকে । বহু সময়ত এই উপকৰণবোৰৰ বাবে ভুল ফলাফল দেখুৱায় ।
● শৰীৰ কঁপি থাকিলেও যন্ত্ৰটোৱে সঠিকভাৱে কাম নকৰে । খোজ কাঢ়ি থকাৰ সময়ত ৰিডিং নকৰিব ।
● শুই থকাৰ সময়ত অক্সিজেন ৰিড নকৰিব । যিসকলৰ নিদ্ৰা সমস্যা আছে তেওঁলোকৰ স্বাভাৱিকভাৱেই শুই থকাৰ সময়ত শৰীৰৰ অক্সিজেন মাত্ৰা কমি যায় ।
● বিভিন্ন অন্যান্য ৰোগৰ বাবেও শৰীৰৰ অক্সিজেনৰ মাত্ৰা কম হ’ব পাৰে । যেনে হাঁপানি ৰোগ বা ধুমপান কৰা লোকসকল ।
● অক্সিজেন সম্পৃক্ততা ৯৪ৰ তলত কমি গ’লে চিন্তাৰ বিষয় । ইয়াৰ অৰ্থ আপোনাৰ নিমুনিয়া হৈছে নাইবা হাওঁফাওঁত সংক্ৰমণ হৈছে ।
● শীঘ্ৰে ডাক্টৰৰ স’তে যোগাযোগ কৰি পৰামৰ্শ গ্ৰহণ কৰক ।

পালছ অক্সিমিটাৰ সঠিকভাৱে ব্যৱহাৰ কৰাৰ ফলত বহু লোকৰ পৰিস্থিতি বেয়া হোৱাৰ পৰা ৰক্ষা পেলাব পৰা গৈছে । সঠিক সময়ত ঔষধ ব্যৱহাৰ কৰি তেওঁলোক সুস্থ হৈছে । সেয়ে যন্ত্ৰটো নিত্যান্ত ব্যৱহাৰ কৰক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HealthOximeter
publisher

publisher

Related Posts

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ
News

May 2, 2026
ছটা শিতানত কেন্দ্রই আবণ্টন দিয়া বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে অসম চৰকাৰে
News

ছটা শিতানত কেন্দ্রই আবণ্টন দিয়া বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে অসম চৰকাৰে

May 2, 2026
সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত
News

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

May 2, 2026
পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা
News

পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

May 1, 2026
উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d