Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

    ছটা শিতানত কেন্দ্রই আবণ্টন দিয়া বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে অসম চৰকাৰে

    সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

    পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মাত ভাঙিলেও থাকে কৰ’নাৰ ভয়

publisher by publisher
April 28, 2021
in COVID-19, Health, News
Reading Time: 1 min read
0
মাত ভাঙিলেও থাকে কৰ’নাৰ ভয়
4
SHARES
39
VIEWS
ShareShareShareShare

কৰ’নাৰ দ্বিতীয় লহৰে স্বাভাৱিকতে আতংকজনক পৰিস্থিতিৰ উদ্ভৱ ঘটাইছে। চৌদিশে যি হাৰত সংক্রমণ বাঢ়িছে, তাৰ ফলত মানুহ অধিক সজাগ হ’বলৈ বাধ্য হৈছে।

ADVERTISEMENT

জ্বৰ, কাহ তথা স্বাদ-গােন্ধ নােপােৱা আদিবােৰক এই ৰােগৰ অন্যতম উপসর্গৰূপে ধৰা হয়। অৱশ্যে বহু ক্ষেত্ৰত দেখা গৈছে। আৰু কিছু নতুন ধৰণৰ উপসর্গ। বিশেষকৈ ৰূপ পৰিৱৰ্তন কৰা ভাইৰাছৰ ক্ষেত্ৰত।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

বহু ক’ভিড আক্রান্তই জনাইছে যে তেওঁলােকৰ ডিঙি ভাঙিছিল বা মাত ভাঙি কণ্ঠস্বৰ সলনি হৈ পৰিছিল। এতিয়া কথা হ’ল ডিঙি ভাঙিলেই জানাে চিন্তাৰ বিষয় থাকে ? আচলতে বিষয়টো তেনে ধৰণৰ নহয়।

গৰমৰ প্রকোপত থাকিব নােৱাৰি ফ্ৰীজৰ পৰা উলিয়াই ঘনাই শীতল পানী পান কৰিলে বা মিল্কশ্যেক, কুঁহিয়াৰৰ ৰসত মাত্রাধিক বৰফ ল’লে নাইবা সন্ধিয়া স্নান কৰি শীততাপ নিয়ন্ত্রিত কোঠাত সােমাই পৰাৰ দৰে পৰিস্থিতিত যিকোনাে মানুহৰ মাত ভাঙিব পাৰে।

অৱশ্যে মনত ৰাখিব লাগিব যে বিনা কাৰণত মাত ভঙাটো কিন্তু চিন্তাৰ বিষয়। যিহেতু ক’ভিড প্রধানকৈ শ্বাসনলীৰ ৰােগ, মানুহ স্বৰ্যন্ত্রও ইয়াৰ অংশ। সেয়ে ডিঙিৰ স্বৰত কোনাে অস্বস্তিকৰ পৰিৱৰ্তন হ’লে সেয়া ক’ভিডৰাে উপসর্গ হ’ব পাৰে।

এই ক্ষেত্ৰত কি কি কৰণীয় সেয়াও জানি থােৱা উচিত। প্রথমে দুদিনমান চাব লাগে ক’ভিডৰ আন কোনাে উপসর্গই দেখা দিছে নে নাই। সিমান দিনলৈ ঘৰৰ আনসকলক পৃথক কৰাৰ চেষ্টা কৰিব লাগে। সকলাে সময়তে মাস্ক পৰিধান কৰিব লাগিব।

মাস্ক মুখমণ্ডলত খাপ খাই পৰিছে নে নাই, সেয়াও চাব লাগিব। ডিঙিৰ বিষ কমাবলৈ ভেষজ চাহ, সামান্য গৰমপানী আৰু অন্য ঘৰুৱা পথ্য নিয়ম অনুসৰি খাব লাগে। সমগ্র দিনটোত সুবিধা অনুসৰি গার্গল কৰিব লাগে। আন উপসর্গই দেখা দিলে অবিলম্বে ক’ভিড পৰীক্ষা কৰাব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covod-19Health
publisher

publisher

Related Posts

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ
News

May 2, 2026
ছটা শিতানত কেন্দ্রই আবণ্টন দিয়া বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে অসম চৰকাৰে
News

ছটা শিতানত কেন্দ্রই আবণ্টন দিয়া বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব নোৱাৰিলে অসম চৰকাৰে

May 2, 2026
সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত
News

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

May 2, 2026
পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা
News

পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

May 1, 2026
উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d