সহকর্মীৰে প্ৰেমৰ সম্পর্ক আছিল গেটছৰ, পদত্যাগ কৰিছিল মাইক্র’ছফটৰ প্রতিষ্ঠাপকে

BillGates

নিজৰে প্রতিষ্ঠানত কৰ্মৰত এগৰাকী মহিলা কর্মীৰ স’তে প্ৰেমৰ সম্পৰ্কত লিপ্ত হৈছিল মাইক্র’ছফটৰ প্রতিষ্ঠাপক বিল গেটছ।

এই ঘটনা সংঘটিত হােৱাৰ সময়ত পত্নী মেলিণ্ডা গেটছৰ স’তে বিলৰ বৈবাহিক জীৱনৰ ছবছৰ হৈছিল। আন্তর্জাতিক সংবাদ মাধ্যমত শেহতীয়াভাৱে মাইক্র’ছফটৰ প্রতিষ্ঠাপকৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ তথ্য প্রকাশ পালে।

ৱাল স্ট্রিট জার্ণেলত প্রকাশ পােৱা বাতৰি অনুসৰি প্ৰায় দুই দশক পূর্বে বিল এইদৰে সহকৰ্মীৰ প্ৰেমত পৰিছিল আৰু বহু বছৰ ধৰি দুয়ােৰে শাৰীৰিক সম্পর্কও আছিল। অৱশ্যে মাইক্র’ছফ্টৰ মুৰব্বীৰ এই বিবাহ বহির্ভূত |

Exit mobile version