Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পুত্ৰৰ বাবেই কৰ’নাক জয় কৰিলে অশীতিপৰে

পিতৃৰ বাবে ঘৰতে হাস্পতাল তৈয়াৰ কৰিলে কোটিপতিয়ে

publisher by publisher
May 23, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
পুত্ৰৰ বাবেই কৰ’নাক জয় কৰিলে অশীতিপৰে
2
SHARES
21
VIEWS
ShareShareShareShare

কৰ’নাত আক্রান্ত ৮০ বছৰৰ বৃদ্ধ পিতৃৰ বাবে একোৱেই কৰিব পৰা নাছিল কোটিপতি পুত্রই । ব্যৱস্থা কৰিব পৰা নাছিল হাস্পতালৰ বিছনাৰ, পােৱা নাছিল অক্সিজেন চিলিণ্ডাৰ। হাতত অগণন টকা, অথচ একোৱেই নাপায় অসহায় হৈ পৰিছিল পুত্র।

ADVERTISEMENT

পৰিস্থিতি এনে হৈ পৰিছিল যে অত্যধিক টকা দিবলৈ ৰাজি হলেও সহায়ৰ বাবে কাষত কাকো তেওঁ পােৱা নাছিল। অগত্যা অশীতিপৰ পিতৃৰ প্ৰাণৰক্ষাৰ বাবে তেওঁ নিজ গৃহতেই এখন হাস্পতাল তৈয়াৰ কৰিলে।

RelatedPosts

Gurugram:গাড়ীতেই প্ৰসৱ বেদনা অন্তঃসত্ত্বাৰ ! কেব চালকৰ সহায়ত প্ৰাণ পালে নৱজাতকে

1,700 People Die Every Week Worldwide:বিশ্বত এতিয়াও প্ৰতি সপ্তাহত ১৭০০ লোকৰ মৃত্যু হৈছে ক’ভিডত

UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !

ইয়াৰ পাছতে লাহে লাহে তেওঁৰ পিতৃ সুস্থ হৈ উঠে। পিতৃৰ বয়সৰ ৰােগীসকলৰ বাবে তথা নিজৰ দৰে পৰিয়ালৰ অসহায় লােকসকলৰ কথা ভাবিয়েই বিশাল সিং নামৰ এই কোটিপতিজনে নিজৰ আবাসনৰ এটা ফ্লেটতে ঔষধ, অক্সিজেন, বিছনা সহ সকলাে সুবিধা উপলব্ধ কৰি তৈয়াৰ কৰিলে ক’ভিড সেৱা কেন্দ্র।

গুৰুগ্ৰামৰ ছেক্টৰ ২৮ৰ নিবাসী ৪৭ বছৰীয়া বিশাল দিল্লী আৰু উত্তৰপ্ৰদেশৰ বহুতাে স্কুলৰ স্বত্ত্বাধিকাৰী। বিত্তবান এই লােকজন যথেষ্ট প্রভাৱশালীও। সৎসত্ত্বেও পিতৃৰ বাবে একো ব্যৱস্থা কৰিব নােৱাৰি তেওঁ অসহায় হৈ পৰিছিল।

সেই অভিজ্ঞতাৰ পৰা শিক্ষা লৈয়েই নিজৰ কমপ্লেক্সত থকা সকলাে পৰিয়ালৰ বাবে এই ক’ভিড কেন্দ্ৰ গঢ়ি তােলাত তেওঁ উদ্যোগী হয়। অৱশ্যে ৰােগীৰ চিকিৎসাৰ বাবে বিছনা, নাৰ্ছ, ঔষধ আৰু অক্সিজেনৰ যােগাৰ কৰাটো বৰ সহজ কথা নাছিল।

বহু টকাৰাে প্রয়ােজন আছিল। সেয়ে প্রথমে তেওঁ নিজৰ কমপ্লেক্সত বাস কৰা সকলাে পৰিয়ালৰে স’তে এই বিষয়ত আলােচনা কৰে; কিন্তু ধনৰ পৰিমাণ শুনিয়েই বহুতে পিছুৱাই যায়। শেষত নিজৰ গাঁঠিৰ ২০ লাখ টকা ব্যয় কৰি বিশালে ক’ভিড কেন্দ্ৰটো গঢ়ি তােলে।

অতিমাৰীৰ আৰম্ভণিৰে পৰা পৰিত্যক্ত অৱস্থাত থকা কমপ্লেক্স ক্লাব হাউছতে তেওঁ সকলােবােৰ ব্যৱস্থা কৰে। দূৰত্ব বজাই ৰাখি তেওঁ পাঁচখন বিছনা আৰু প্ৰতিখন বিছনাতে অক্সিজেনৰ ব্যৱস্থা কৰে। ৰােগীৰ চোৱা-চিতাৰ বাবে দুগৰাকী প্রশিক্ষণপ্রাপ্ত নাৰ্ছ আৰু তিনিজন ভিন্ন কর্মচাৰী নিয়ােজিত কৰা হয়।

নাছসকলে যিদৰে ৰােগীৰ চোৱা- চিতা কৰে, সেইদৰে অক্সিজেনৰ পৰা ঔষধ ক্রয়ৰ বাবে বাকী তিনিজনে অন্যান্য দায়িত্ব পালন কৰে। ইয়াৰ উপৰি এই মিনি হাস্পতালত পিপিই কিট, পাল অক্সিমিটাৰ, অক্সিজেন কনচেটেৰ আদিও উপলবদ্ধ আছে। দুগৰাকী নাৰ্ছক তেওঁ দৈনিক চাৰি হেজাৰ টকাকৈ পাৰিশ্রমিক দিয়ে।

উল্লেখ্য যে হাউছিং কমপ্লেক্সটোত দুশ লােকে বাস কৰে। সম্প্রতি ৬০জন লােক কৰ’নাত আক্রান্ত । সকলােকে উক্ত ক’ভিড কেন্দ্ৰত সেৱা কৰাটো সম্ভৱ নহয়।গতিকে আক্রান্তসকলৰ ভিতৰত যিসকলৰ অক্সিজেনৰ মাত্রা ৯০ৰ তললৈ নামিছে, একমাত্র তেওঁলােককহে এই কেন্দ্ৰলৈ অনা হৈছে ।

মাত্র পাঁচখন বিছনা থকাৰ বাবে পাঁচজন কৰ’না ৰােগীয়েহে চিকিৎসা লাভ কৰিব। তেওঁলােকৰ ভিতৰত অক্সিজেনৰ মাত্রা ৯০ৰ ওপৰলৈ উঠাসকলক নিজগৃহত আছুতীয়াকৈ থকাৰ বাবে প্ৰেৰণ কৰা হয়। সেই স্থানত আন এজন ৰােগীক সেৱা কৰা হয়।

উল্লেখ্য যে এই ক্ষেত্ৰত বিশালে উক্ত কমপ্লেক্সতে বাস কৰা চিকিৎসকসকলকো কাষত পাইছে। ৰােগীক কেতিয়া কি ঔষধ দিয়া হ’ব, সেইবােৰৰ প্রতি দিনে-নিশাই দৃষ্টি ৰাখি সহযােগ কৰিছে চিকিৎসকসকলে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19GurugramVishal Singh
publisher

publisher

Related Posts

মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
India

May 12, 2025
‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d