Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পুত্ৰৰ বাবেই কৰ’নাক জয় কৰিলে অশীতিপৰে

পিতৃৰ বাবে ঘৰতে হাস্পতাল তৈয়াৰ কৰিলে কোটিপতিয়ে

publisher by publisher
May 23, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
পুত্ৰৰ বাবেই কৰ’নাক জয় কৰিলে অশীতিপৰে
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

তিনি ঘন্টাৰ বৰষুণত স্তব্ধ চহৰ, ২০ কিলোমিটাৰ যান-জঁট! ছ’চিয়েল মিডিয়াৰ ক্ষোভ

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

কৰ’নাত আক্রান্ত ৮০ বছৰৰ বৃদ্ধ পিতৃৰ বাবে একোৱেই কৰিব পৰা নাছিল কোটিপতি পুত্রই । ব্যৱস্থা কৰিব পৰা নাছিল হাস্পতালৰ বিছনাৰ, পােৱা নাছিল অক্সিজেন চিলিণ্ডাৰ। হাতত অগণন টকা, অথচ একোৱেই নাপায় অসহায় হৈ পৰিছিল পুত্র।

ADVERTISEMENT

পৰিস্থিতি এনে হৈ পৰিছিল যে অত্যধিক টকা দিবলৈ ৰাজি হলেও সহায়ৰ বাবে কাষত কাকো তেওঁ পােৱা নাছিল। অগত্যা অশীতিপৰ পিতৃৰ প্ৰাণৰক্ষাৰ বাবে তেওঁ নিজ গৃহতেই এখন হাস্পতাল তৈয়াৰ কৰিলে।

ইয়াৰ পাছতে লাহে লাহে তেওঁৰ পিতৃ সুস্থ হৈ উঠে। পিতৃৰ বয়সৰ ৰােগীসকলৰ বাবে তথা নিজৰ দৰে পৰিয়ালৰ অসহায় লােকসকলৰ কথা ভাবিয়েই বিশাল সিং নামৰ এই কোটিপতিজনে নিজৰ আবাসনৰ এটা ফ্লেটতে ঔষধ, অক্সিজেন, বিছনা সহ সকলাে সুবিধা উপলব্ধ কৰি তৈয়াৰ কৰিলে ক’ভিড সেৱা কেন্দ্র।

গুৰুগ্ৰামৰ ছেক্টৰ ২৮ৰ নিবাসী ৪৭ বছৰীয়া বিশাল দিল্লী আৰু উত্তৰপ্ৰদেশৰ বহুতাে স্কুলৰ স্বত্ত্বাধিকাৰী। বিত্তবান এই লােকজন যথেষ্ট প্রভাৱশালীও। সৎসত্ত্বেও পিতৃৰ বাবে একো ব্যৱস্থা কৰিব নােৱাৰি তেওঁ অসহায় হৈ পৰিছিল।

সেই অভিজ্ঞতাৰ পৰা শিক্ষা লৈয়েই নিজৰ কমপ্লেক্সত থকা সকলাে পৰিয়ালৰ বাবে এই ক’ভিড কেন্দ্ৰ গঢ়ি তােলাত তেওঁ উদ্যোগী হয়। অৱশ্যে ৰােগীৰ চিকিৎসাৰ বাবে বিছনা, নাৰ্ছ, ঔষধ আৰু অক্সিজেনৰ যােগাৰ কৰাটো বৰ সহজ কথা নাছিল।

বহু টকাৰাে প্রয়ােজন আছিল। সেয়ে প্রথমে তেওঁ নিজৰ কমপ্লেক্সত বাস কৰা সকলাে পৰিয়ালৰে স’তে এই বিষয়ত আলােচনা কৰে; কিন্তু ধনৰ পৰিমাণ শুনিয়েই বহুতে পিছুৱাই যায়। শেষত নিজৰ গাঁঠিৰ ২০ লাখ টকা ব্যয় কৰি বিশালে ক’ভিড কেন্দ্ৰটো গঢ়ি তােলে।

অতিমাৰীৰ আৰম্ভণিৰে পৰা পৰিত্যক্ত অৱস্থাত থকা কমপ্লেক্স ক্লাব হাউছতে তেওঁ সকলােবােৰ ব্যৱস্থা কৰে। দূৰত্ব বজাই ৰাখি তেওঁ পাঁচখন বিছনা আৰু প্ৰতিখন বিছনাতে অক্সিজেনৰ ব্যৱস্থা কৰে। ৰােগীৰ চোৱা-চিতাৰ বাবে দুগৰাকী প্রশিক্ষণপ্রাপ্ত নাৰ্ছ আৰু তিনিজন ভিন্ন কর্মচাৰী নিয়ােজিত কৰা হয়।

নাছসকলে যিদৰে ৰােগীৰ চোৱা- চিতা কৰে, সেইদৰে অক্সিজেনৰ পৰা ঔষধ ক্রয়ৰ বাবে বাকী তিনিজনে অন্যান্য দায়িত্ব পালন কৰে। ইয়াৰ উপৰি এই মিনি হাস্পতালত পিপিই কিট, পাল অক্সিমিটাৰ, অক্সিজেন কনচেটেৰ আদিও উপলবদ্ধ আছে। দুগৰাকী নাৰ্ছক তেওঁ দৈনিক চাৰি হেজাৰ টকাকৈ পাৰিশ্রমিক দিয়ে।

উল্লেখ্য যে হাউছিং কমপ্লেক্সটোত দুশ লােকে বাস কৰে। সম্প্রতি ৬০জন লােক কৰ’নাত আক্রান্ত । সকলােকে উক্ত ক’ভিড কেন্দ্ৰত সেৱা কৰাটো সম্ভৱ নহয়।গতিকে আক্রান্তসকলৰ ভিতৰত যিসকলৰ অক্সিজেনৰ মাত্রা ৯০ৰ তললৈ নামিছে, একমাত্র তেওঁলােককহে এই কেন্দ্ৰলৈ অনা হৈছে ।

মাত্র পাঁচখন বিছনা থকাৰ বাবে পাঁচজন কৰ’না ৰােগীয়েহে চিকিৎসা লাভ কৰিব। তেওঁলােকৰ ভিতৰত অক্সিজেনৰ মাত্রা ৯০ৰ ওপৰলৈ উঠাসকলক নিজগৃহত আছুতীয়াকৈ থকাৰ বাবে প্ৰেৰণ কৰা হয়। সেই স্থানত আন এজন ৰােগীক সেৱা কৰা হয়।

উল্লেখ্য যে এই ক্ষেত্ৰত বিশালে উক্ত কমপ্লেক্সতে বাস কৰা চিকিৎসকসকলকো কাষত পাইছে। ৰােগীক কেতিয়া কি ঔষধ দিয়া হ’ব, সেইবােৰৰ প্রতি দিনে-নিশাই দৃষ্টি ৰাখি সহযােগ কৰিছে চিকিৎসকসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19GurugramVishal Singh
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d