Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চীনত জনপ্রিয় হৈছে ‘হােৱাইট মাংকি জব’

গাৰ ৰং বগা হ'লেই লাভ কৰে অদ্ভুত চাকৰি

publisher by publisher
May 26, 2021
in News
Reading Time: 1 min read
0
চীনত জনপ্রিয় হৈছে ‘হােৱাইট মাংকি জব’
4
SHARES
43
VIEWS
ShareShareShareShare

বগা ছালৰ মানুহ দেখিলে বহু ভাৰতীয়ৰে মনত এক বিশেষ কৌতূহল জন্মে। তেওঁলােকৰ মন্তব্যত মনত ভৰসা জাগে । তেওঁলােকে দিয়া প্রতিশ্রুতিবােৰ বিশ্বাস কৰিবৱৈ মন যায়। অৱশ্যে এই ধাৰণা কেৱল ভাৰতীয় লােকৰে নাই, বৰঞ্চ চীনা লােকসকলৰাে আছে।

ADVERTISEMENT

এই ধাৰণা চীনা লােকৰ মাজত ইমানেই বেছি যে ইয়াৰ বাবে চীনত বগা ছালৰ মানুহৰ বাবে পৃথক উপার্জনৰ ব্যৱস্থাও গঢ়ি উঠিছে। এই উপার্জনৰ পথকে প্রধানকৈ ব্যংগৰূপত কোৱা হয় ‘হােৱাইট মাংকি জব’।

RelatedPosts

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

পিতৃৰ স’তে ১.৫ কোটিটকীয়া মার্চিডিজ গাড়ী কৰিলে কবৰস্থ

বগা ছালৰ বিদেশীসকলক চীনত ‘হােৱাইট মাংকি’ অর্থাৎ বগা বান্দৰৰ স’তে তুলনা কৰা হয়। মানুহৰ পােহ মনা বান্দৰে যিদৰে গৰাকীৰ আঙুলিৰ ইংগিত নাচ-বাগ কৰে, ‘হােৱাইট মাংকি জব’ৰ ক্ষেত্ৰতাে সেয়াই হয়।

অর্থাৎ চাকৰিদাতাৰ হাতৰ ইংগিতত সকলােবােৰ কাম কৰি যায় বগা ছালৰ বিদেশী লােকে। অদ্ভুত নামৰ এই চাকৰিত নিয়ােজিত হােৱা শ্বেতাংগ বিদেশীৰ কামাে আচহুৱা।

d4a360c0 1d6d 11e9 9b66 f8d7b487d426 1320x770 122826

তেওঁলােকৰ চাকৰিৰ কাম হৈছে কেতিয়াবা কোনাে পার্টিলৈ যােৱা, কেতিয়াবা কোনাে উদ্বোধনী অনুষ্ঠানৰ ফিটা কটা, কেতিয়াবা চীনা খাদ্য খাই প্রশংসা কৰা বা চীনা ভাষা নুবুজা সত্ত্বেও কোনাে চীনা ব্যৱসায়ীৰ স’তে গুৰুত্বপূর্ণ আলােচনাত ব্যৱসায়ীজনৰ প্ৰতিটো কথাত মূল লৰাই সন্মতি জনােৱা আদি।

এই ধৰণৰ কাম চীনত সততে দেখা যায়। ইয়াৰ বাবে শকত অংকৰ ধনৰ লগতে প্ৰচুৰ লােভনীয় উপহাৰােহ লাভ কৰে বগা বান্দৰ চাকৰিত নিয়ােজিতসকলে। এই ‘বগা বান্দৰ চাকৰিৰ এক বিশেষ উদ্দেশ্য আছে।

বিদেশীসকলে চীনা সামগ্রীত ভৰসা কৰিছে, চীনৰ কোনাে প্রকল্পত শিলান্যাস কৰিছে। আদি বার্তা জনমানসলৈ গ’লে সেই বস্তু বা প্রকল্পৰ প্রতি চীনা লােকসকলৰ সমান্তৰালকৈ সমগ্র বিশ্বৰে মানুহৰ মনত বিশ্বাসৰ জন্ম হয়।

ফলত চীনৰ শ্বেয়াৰ বজাৰ ৰেখাচিত্ৰডাল ঊর্ধ্বমুখী হৈ থাকে। চীনাসকলৰ ব্যৱসায়ত তুলনামূলকভাৱে অনেক লাভ হয়। সেই কাৰণেই মিথ্যাৰ আশ্ৰয় লৈ চীনত সেই কাম কৰা হয়। এই কাম লাভৰ বাবে কোনাে ডিগ্রী বা কোনাে বিষয়ত বিশেষ জ্ঞানৰাে প্রয়ােজন নাই।

কেৱল শ্বেতাংশ বিদেশী হ’লেই হ’ল। অৱশ্যে এয়া যিহেতু কোনাে স্বীকৃত চাকৰি নহয়, সেয়ে প্রতাৰিত হােৱাৰ আশংকাও যথেষ্ট। এই ক্ষেত্ৰত কামৰ কোনাে অভিজ্ঞতাৰ প্রমাণ পত্রও দিয়া নহয়। এই ‘চাকৰিত কোনাে নির্দিষ্ট উপার্জনাে নাই।

কোনাে কামৰ বাবে যাক ভাড়া কৰা হৈছে, তেওঁৰ স’তে নিয়ােগকর্তাৰ মাজত পাৰিশ্ৰমিকৰ সন্দৰ্ভত এক মৌখিক চুক্তি হয়। সেই চুক্তি অনুসৰিয়ে পাৰিশ্রমিক লাভ কৰে। এই কামত নিয়ােজিত লােকসকলৰ মতে, তেওঁলােকৰ ন্যূনতম উপার্জন এশ ডলাৰ বা ভাৰতীয় মুদ্রাত সাত হেজাৰ ২৮৫ চকা।

এবাৰ নিয়ােজিত হােৱাৰ পাছত এজন শ্বেতাংগ তেওঁৰ নিয়ােগকর্তাৰ বাবে কিমান গুৰুত্বপূর্ণ হ’ব পাৰিছে, তাৰ ভিত্তিতে পৰৱর্তী সময়ত উপার্জন উঠা-নমা হয়। প্রধানকৈ চীনত বসবাস কৰা নিবনুৱা শ্বেতাংগ যুৱক-যুৱতীকে এই কামত নিয়ােজিত কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ChinaWhite Monkey Job
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d