Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তৃতীয় সন্তানৰ কথা ওলালেই ক্ষুব্ধ হয় চীনা মহিলা

আইনৰ ভয় নাথাকিলেও পৰিয়াল বৃদ্ধিৰ ইচ্ছা নাই

publisher by publisher
June 3, 2021
in News
Reading Time: 1 min read
0
তৃতীয় সন্তানৰ কথা ওলালেই ক্ষুব্ধ হয় চীনা মহিলা
3
SHARES
32
VIEWS
ShareShareShareShare

দেশৰ বয়স বঢ়াৰ বাবেই তিনি সন্তানৰ নীতিক অনুমােদন দিছে চীন চৰকাৰে। এতিয়াৰ পৰা আৰু চীনৰ কঠোৰ আইনৰ কবলত পৰাৰ আশংকা নাই। কোনাে দম্পতীয়ে ইচ্ছা কৰিলে তৃতীয় সন্তান জন্ম দিব পাৰে।

ADVERTISEMENT

অথচ চৰকাৰৰ এই আহ্বানক লৈ একেবাৰে আগ্রহ নাই চীনা মহিলাৰ।অধিকাংশ মহিলাই এতিয়া তৃতীয় সন্তানৰ কথা ওলালেই জাঁপ মাৰি উঠে।বেইজিঙৰ ২২ বছৰীয়া স্নাতকোত্তৰৰ ছাত্রী ইয়ান জিয়াকিয়েই এই প্রসংগত কয়,’মােৰ পৰিচিত অনেক মহিলাই তৃতীয় সন্তান জন্ম দিয়াৰ কথা শুনিলেই ক্ষুব্ধ হৈ পৰে।

RelatedPosts

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

পিতৃৰ স’তে ১.৫ কোটিটকীয়া মার্চিডিজ গাড়ী কৰিলে কবৰস্থ

তেওঁলােকৰ সন্মুখত ভুলতাে এই কথা উলিয়াব নােৱাৰি। চীনৰ অধিকাংশ মহিলাই সম্প্রতি চৰকাৰৰ নতুন নীতিৰ প্রতি কোনাে ধৰণৰ আগ্রহ প্রকাশ কৰা নাই। বিভিন্ন কাৰণতে তেওঁলােকে তৃতীয় সন্তান জন্ম দিবলৈ আগ্রহী নহয়।

অৱশ্যে কেৱল মহিলাই নহয়, অনেক পুৰুষেও চৰকাৰৰ এই নতুন নীতিৰ প্রতি আগ্রহ প্রকাশ কৰা নাই। বেইজিঙৰ বাসিন্দা তথা দুই সন্তানৰ পিতৃ ২৯ বছৰীয়া ইয়াং নেগাইয়ে কয়, ‘চাওক, আমাৰ ইমান টকা নাই। ঘৰতাে আৰু এজনৰ বাবে অতিৰিক্ত স্থান নাই।

সেয়ে আমি তৃতীয় সন্তান নিবিচাৰাে। যেতিয়া আমাৰ দ্বিতীয় সন্তানৰ জন্ম হয়, তেতিয়াই স্বাভাৱিকভাৱে সকলােবােৰ প্রায় অর্ধেক হৈ পৰে। এশ শতাংশৰ পৰিৱর্তে এতিয়া দুজনৰ ভিতৰত সকলােবােৰ ৫০ শতাংশ কৰি ভাগ কৰা হৈছে।

সেয়ে তৃতীয় সন্তান জন্ম দিয়াৰ কোনাে যুক্তি আমি দেখা নাই। ঝি জিনপিং চৰকাৰৰ তিনি সন্তান নীতিক কেন্দ্ৰ কৰি ইউনিভাৰছিটি অৱ উইস্কনছিন-মেডিছন’ৰ গৱেষক ৱাই ফুকছিয়ানে কয়, দীর্ঘদিনৰ চৰকাৰী নীতিৰ ফলত মাত্র এটি সন্তান জন্ম দিয়া বা নিঃসন্তান থকাটো চীনৰ সামাজিক প্রথাত পৰিণত হৈছে।

আনহাতে, ‘নেচনেল ব্যুৰ’ অৱ ষ্টেটিষ্টিক্স’ৰ মতে চীনা জনগণৰ মাজত প্রজনন হাৰ প্রয়ােজনৰ তুলনাত কম। উল্লেখ্য যে বিগত কিছু বছৰ ধৰিয়ে ‘সন্তান নীতি’ পৰিৱৰ্তনৰ চিন্তা-চর্চা অব্যাহত ৰাখিছিল চীনৰ কমিউনিষ্ট পার্টিয়ে।

ইয়াৰ প্ৰধান কাৰণ হৈছে, চীনৰ জনসংখ্যা হ্রাস নাপালেও জন্মৰ হাৰ কম হােৱাৰ বাবে দেশখনত বয়স্ক লােকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধি নাপালে পৰৱর্তী ২০-২৫ বছৰৰ ভিতৰত দেশখনত উদ্যমী লােকৰ সংখ্যা ব্যাপক হাৰত হ্রাস পােৱাৰ আশংকাই দেখা দিছে।

ইয়াৰ ফলতে ‘সন্তান নীতি’ পৰিৱর্তনৰ কথা ভবা হৈছিল। অৱশেষত যােৱা সােমবাৰে চীনা কমিউনিষ্ট পার্টি পলিটব্যুৰ বৈঠকৰ পাছত পূর্বৰ নীতি সলনি কৰাৰ সিদ্ধান্তত ছীল-মােহৰ মৰা হয়। ৰাষ্ট্রপতি জিনপিঙো বৈঠকত উপস্থিত আছিল।

উক্ত বৈঠকতে দেশখনত বৃদ্ধি পােৱা বার্ধক্যক কেন্দ্র কৰিও উদ্বেগ প্রকাশ কৰা হয়। লগতে এই সমস্যা মােকাবিলাৰ বাবে আৰু একাধিক নীতি পৰিৱৰ্তনৰ সন্দৰ্ভতাে আলােচনা কৰা হয়। প্রৱল জনবিস্ফোৰণ ৰােধ কৰিবলৈ ১৯৭৯ত চীনত বিতর্কিত এটা সন্তানৰ আইন প্রয়ােগ কৰা হৈছিল।

ইয়াৰ লক্ষ্য আছিল জন্মৰ হাৰ কমােৱা আৰু জনসংখ্যা বৃদ্ধি ৰােধ কৰা। দীর্ঘদিন ধৰি একপ্রকাৰ জোৰ কৰিয়ে চীনা নাগৰিকসকলক এই নীতি মানিবলৈ বাধ্য কৰােৱা হৈছিল। বলপূর্বক গর্ভপাত-সহ একাধিক শাস্তিমূলক ব্যৱস্থা লােৱা হৈছিল দুটা সন্তান বিচৰাসকলৰ বিৰুদ্ধে।

ইয়াৰ ফলত দেশখনত জনসংখ্যা বৃদ্ধি বৃহৎ পৰিসৰত ৰােধ হয়। যাৰ বাবে বয়স্ক লােকৰ সংখ্যা দেশখনত বাঢ়িবলৈ ধৰিছিল। সেই কথাৰ প্রতি লক্ষ্য ৰাখিয়ে চীন চৰকাৰে ২০১৬ত এক সন্তানৰ আইন বাতিল কৰা হয়। ইয়াৰ পৰিৱর্তে দুটা সন্তান জন্ম দিয়াত অনুমতি দিয়ে চীন চৰকাৰে।

তৎসত্ত্বেও যুৱ চামৰ সংখ্যা বৃদ্ধি নােপােৱাত বিগত কিছু বছৰ ধৰি সেই আইন পৰিৱৰ্তনৰ বাবেও চৰকাৰৰ ওপৰত চাপ সৃষ্টি হৈছিল। বিশেষকৈ চীনৰ জনসংখ্যাত তৰুণৰ তুলনাত প্রবীণ লােকৰ সংখ্যা বৃহৎ পৰিসৰত বৃদ্ধি হােৱাৰ বাবেই চিন্তাত পৰিছিল জিনপিং চৰকাৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ChinaThree Child PolicyXi Jinping
publisher

publisher

Related Posts

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d