●দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ।
●প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, দেশত ২৩ কোটিৰো অধিক লোকক প্ৰতিষেধক দিয়া হৈছে ।
●নতুন স্বাস্থ্য আন্তঃগাথঁনি তৈয়াৰ হ’ল ।
●নাকেৰে দিব পৰা ভেকচিনৰ পৰীক্ষণো চলি আছে ।
●ক’ভিড প্ৰ’ট’কলেই কৰ’নাৰ বিৰুদ্ধে যুঁজা অদৃশ্য অস্ত্ৰ ।
●শিশুৰ বাবে দুবিধ প্ৰতিষেধকৰ পৰীক্ষণ চলি আছে ।
●দেশত সাতটা কোম্পানীয়ে প্ৰতিষেধক প্ৰস্তুত কৰি আছে ।
ADVERTISEMENT
My address to the nation. Watch. https://t.co/f9X2aeMiBH
— Narendra Modi (@narendramodi) June 7, 2021