Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অনলাইন লেনদেনৰ বাবে শ্রেষ্ঠ ছয় ইউপিআই এপ্

publisher by publisher
June 13, 2021
in India, News
Reading Time: 1 min read
0
অনলাইন লেনদেনৰ বাবে শ্রেষ্ঠ ছয় ইউপিআই এপ্
2
SHARES
21
VIEWS
ShareShareShareShare

বর্তমান দেশত বেংকিঙৰ সংজ্ঞায়ে সলনি কৰি দিছে ।ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ চমুকৈ ইউপিআই ব্যৱস্থাই। ইউপিআইৰ সহায়ত খুব সহজতে আৰু কম সময়ৰ ভিতৰতে দুটা বেংকৰ মাজত টকাৰ আদান-প্রদান বা লেনদেন সম্ভৱ হৈ পৰিছে। আৰবিআইৰ অধীনৰ এনপিচিআই নামৰ বিভাগটোৰ দ্বাৰা চালিত এই ইউপিআই এপ্লিকেছনৰ সহায়ত মূলতঃ ছটা সংখ্যাৰে গঠিত এটা পিন নম্বৰৰ ভিত্তিত লেনদেন সম্ভৱ হয়। ভাৰতত সম্প্রতি এনে বহুকেইটা ইউপিআই এপ্লিকেছন মুকলি কৰা হৈছে যদিও সেইবােৰৰ প্ৰত্যেকটোৰে গুণগত মান বেলেগ বেলেগ। তাৰ ভিতৰত শ্রেষ্ঠ ছটা ইউপিআই এপৰ বিষয়ে তলত দিয়া হ’ল—

ADVERTISEMENT

গুগল পে

RelatedPosts

স্মাৰ্টফোন নোহোৱাকৈও প্ৰেৰণ ‌কৰিব পাৰিব ধন

এই ডিজিটেল ৱালেট সেৱা আজিকালি ল’ৰাৰ পৰা বুঢ়ালৈ সকলােৰে বাবে অনলাইন লেনদেনৰ সর্বাধিক জনপ্রিয় মাধ্যম হিচাপে পৰিগণিত হৈছে। নিয়েৰ ফিল্ড কমিউনিকেচ্ছন বা চমুকৈ এনএফচিৰ মাধ্যমেদি খুব সহজতে উপভােক্তাৰ ফোন, টেবলেট নাইবা স্মার্টৱাটচৰ জৰিয়তে গুগল পে সংযােগ কৰি দ্রুত লেনদেন সম্ভৱ আজিকালি। এনপিচিআইৰ শেহতীয়া সমীক্ষা অনুযায়ী, সমগ্র দেশজুৰি সম্প্রতি গুগল পে ব্যৱহাৰকাৰীৰ সংখ্যাই ৯০৫ নিযুত অতিক্রম কৰিছে। আনহাতে, এই সেৱাৰ মাধ্যমেদি মুঠ লেনদেনৰ পৰিমাণ হৈছে প্রায় ১৯০,১০৬.৭১ কোটি টকা।

ফোন পে

গুগল পেৰ দৰেই আন এক জনপ্রিয় ইউপিআই এপ হৈছে ফোন পে। সর্বমুঠ ১১টা ভাষাত উপলব্ধ এই ফোন পে এপ্লিকেছন। জনপ্রিয় এই ইউপিআই এপ্লিকেচ্ছনৰ জৰিয়তে বিদ্যুতৰ বিল পৰিশােধ, ম’বাইল ৰিচাৰ্জৰ পৰা আৰম্ভ কৰি এটা বেংক একাউণ্টৰ পৰা অন্য এটালৈ ধন স্থানান্তৰ কৰাটো খুবেই সহজ হৈ পৰিছে। এই ধৰণৰ সকলাে লেনদেনৰ বাবে ভাৰতৰ বহু সংখ্যক নাগৰিকৰ ভৰসাৰ পাত্ৰ হৈ উঠিছে ফোন পে। ফোন পেৰ কার্যকাৰিতা ইমানেই বেছি যে বর্তমানে বীমা, মিউছুৱেল ফাণ্ড ইত্যাদি বিনিয়ােগৰ বাবেও ইয়াক বহুতে ব্যৱহাৰ কৰে। ফোন পেৰ বৰ্তমানৰ উপভােক্তাৰ সংখ্যা প্রায় ১.১৮ বিলিয়ন। যােৱা এপ্রিল পর্যন্ত কৰা হিচাপ অনুযায়ী, এই বছৰ মুঠ ২.৩৪ লাখ কোটি টকাৰ লেনদেন এই জনপ্রিয় ইউপিআই এপৰ মাধ্যমেদি হৈছে।

পেটিএম

জনপ্রিয়তাৰ ফালৰ পৰা শীর্ষস্থানীয় আন এক ইউপিআই এপ হৈছে পেটিএম। পেটিএমৰ মুখ্য কার্যালয় উত্তৰ প্ৰদেশৰ নয়ডাত অৱস্থিত। হাটে-বজাৰে, দোকানে-পােহাৰে, ৰেস্তোৰালৈ গ’লে বিল পৰিশােধ কৰিবলৈ হ’লে বা চিনেমাৰ টিকট কাটিলে, যিকোনাে ধৰণৰ লেনদেনৰ বাবে পেটিএম খুবেই জনপ্রিয় এপ
আজিৰ তাৰিখত। এই এপ’টোৰ আন এক বিশেষ সুবিধা এই যে ইয়াত শেহতীয়াকৈ সন্নিবিষ্ট কৰা দুই সেৱা ক্ৰমে পেটিএম গল্ড ছেভিংছ প্লেন আৰু গল্ড গিফটিঙৰ জৰিয়তে উপভােক্তা বা বিনিয়ােগকাৰীয়ে মন গ’লেই ঘৰতে বহি দীর্ঘস্থায়ী সঞ্চয়ৰ পৰিকল্পনা কৰি তাক নির্বিঘ্নে ৰূপায়ণ কৰিব পাৰে।

এমেজন পে

এমেজন নামৰ সংস্থাটোৱে মুকলি কৰা এমেজন পে নামৰ এপটো প্রথম বজাৰলৈ আহিছিল ২০০৭ত। সুদীর্ঘ ১৪ বছৰ ধৰি আন্তর্জাতিক বজাৰৰ লগতে ভাৰতৰ বজাৰতাে নিজৰ এক বৃহৎ গ্রাহক পৰিসৰ গঢ়ি তুলিছে এমেজনৰ এই ইউপিআই এপে। এই এপৰ মাধ্যমেদি খুব সহজে নিজৰ বন্ধু-বান্ধৱী তথা পাৰিবাৰিক সদস্যলৈ নিমিষতে টকা পঠিওৱাব পৰা যায়। আনকি ফোনৰ কনটেক্টৰ মাধ্যমেদি ইনভাইটেছন প্ৰেৰণ কৰিয়ে এই ধৰণৰ ডিজিটেল লেনদেন সম্ভৱ হৈছে এমেজেন পেত।

ভিম

এনপিচিআয়ে ২০১৬ৰ ৩০ মে’ত পােনপ্ৰথমবাৰৰ বাবে এই ইউপিআই এপটো মুকলি কৰে। দেশীয় এই এপটোৰ নামাকৰণ কৰা হয় ভিমৰাও আম্বেদকাৰৰ নামেৰে। ডিজিটেল ভাৰতৰ অংশ হিচাপে সাধাৰণ জনগণক নগদহীন লেনদেনৰ প্রতি আগ্রহী কৰি তােলাৰ উদ্দেশ্যে মুকলি কৰা ভিম এপৰ সবাতােকৈ ডাঙৰ সুবিধাটো এই যে ইয়াক সকলাে ধৰণৰ অপাৰেটিং ছিষ্টেমেৰে চালিত যিকোনাে ব্ৰেণ্ডৰ মবাইলৰ স’তে সংযােগ কৰিব পাৰি। এই ইউপিআই ব্যৱহাৰ কৰি খুব সহজেই বেংক একাউণ্টৰ পৰা ধন স্থানান্তৰ বা আদান-প্রদান কৰিব পৰা যায় ডিজিটেল উপায়েৰে।

এয়াৰটেল ডিজিটেল পেমেন্ট বেংক

সুৰক্ষিত আৰু নিৰাপদ পেমেণ্টৰ বাবে ই বিশেষভাৱে উৎকৃষ্ট মাধ্যম। এই ইউপিআইএপৰ মাধ্যমেদি ধন আদান-প্রদানৰ পৰা আৰম্ভ কৰি বিল পৰিশােধ কৰালৈ সকলাে ধৰণৰ ডিজিটেল লেনদেন অত্যন্ত সহজ আৰু দ্রুত। অৱশ্যে এই এপ ব্যৱহাৰৰ পূর্বে, ব্যৱহাৰকাৰীয়ে নিজৰ বেংক একাউন্ট ভিমৰ স’তে সংযুক্ত কৰাটো বাধ্যতামূলক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Online Money Transfer
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d