Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

    বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জন্মদিনৰ সমুদায় খৰচ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে কণমানি জাহ্নৱীয়ে

কেৱল গছপুলি ৰোপনেৰে জন্মদিন পালন

publisher by publisher
June 15, 2021
in Assam, India, News
Reading Time: 1 min read
0
জন্মদিনৰ সমুদায় খৰচ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে কণমানি জাহ্নৱীয়ে
2
SHARES
24
VIEWS
ShareShareShareShare

“দেউতা, ময়ো আমাৰ মুখ্যমন্ত্ৰীক আনৰ দৰে পইচা দিম । এইবাৰ মোৰ জন্মদিন নাপাতো । ইমান বছৰেতো জন্মদিন পাতিয়েই আহিছো । এইবাৰ দেখোন মানুহবোৰে বাতৰি কাকতত মুখ্যমন্ত্ৰীক পইচা দি আছে । সেই কাৰণে এইবাৰ মোৰ জন্মদিনৰ সকলো পইচা মুখ্যমন্ত্ৰীক দিম ।” বজালী জিলাৰ বৰভালুকী গাঁও নিবাসী নৱকান্ত কলিতা আৰু সীমা কলিতাৰ কন্যা তথা পাঠশালা আনন্দৰাম বৰুৱা একাডেমিৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী জাহ্নৱীৰ এনে প্ৰস্তাৱত মাক-দেউতাক একপ্ৰকাৰ হতভম্ব হ’ল যদিও আঠ বছৰীয়া কন্যাৰ এনে দূৰদৰ্শী চিন্তাৰে আগবঢ়োৱা প্ৰস্তাৱক আনন্দ মনে গ্ৰহণ কৰিলে আৰু প্ৰতি বছৰে ওচৰ চুবুৰীয়াৰ সমনীয়াৰ লগত কন্যাৰ জন্ম দিনত চাহ মিঠাইৰ বাবদ খৰচ কৰিবলগীয়া পইচা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত ল’লে ।

ADVERTISEMENT

একেখন বিদ্যালয়ৰ পৰা এইবেলি মেট্ৰিক দিবলৈ ওলোৱা জাহ্নবীৰ বায়েকেও ভনীয়েকৰ চিন্তাত সমৰ্থন জনাই তাইৰো এইবেলি হ’বলগা জন্মদিনৰ খৰচ ভনীয়েকৰ লগত এক কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াবলৈ দেউতাকক প্ৰস্তাৱ দিয়ে আৰু দেউতাকে দুয়োৰে জন্মদিনৰ সমুদায় ধন অৱশেষত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মুক্তহস্তে আগবঢ়ায় ।

RelatedPosts

Assam Sahitya Sabha Pathsala Session:অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা দ্বিবাৰ্ষিক অধিবেশনৰ আজি প্ৰথম দিন

Pathsala Food Poisoning:পাঠশালাৰ প্ৰসাদত বিষক্ৰিয়া !

Bajali Public Rally:বজালী জিলা প্ৰাপ্তিৰ দাবীত পাঠশালাত বিশাল ৰাজহুৱা সভা

ইতিমধ্যে কণমানি জাহ্নৱী আৰু দৃশাই ক’ভিডসৃষ্ট পৰিৱেশত কৰা এনে ব্যতিক্ৰমী চিন্তাক স্থানীয় লোকে আদৰণি জনাইছে । উল্লেখ্য যে বৰ্তমান ক’ভিডসৃষ্ট পৰিৱেশত কিছু সন্ত্ৰস্ত হৈ থকা আৰু সদায় বাতৰি কাকত, টিভি আদিৰ জৰিয়তে ক’ভিডৰ সকলো খবৰ ৰখা দুই কন্যাই এই সিন্ধান্ত গ্ৰহণ কৰি মাক-দেউতাকক কয় যে, অকণমান বৰঙনি হ’লেও চৰকাৰে এই টকাৰে কিনা ভেকচিনেৰে কাৰোবাৰ প্ৰাণ ৰক্ষাত নিশ্চয়ে অৰিহণা যোগাব নোৱাৰিবনে ?

মন কৰিবলগীয়া যে এইবেলি জাহ্নবীৰ জন্মদিন কেৱল গছপুলি ৰোপনৰে পালন কৰা হয় । লগতে দুই কন্যাই আশা কৰে যে এনেদৰে সকলোৱে আগবাঢ়ি আহিলে ক’ভিডক নিশ্চয়ে জয় কৰিব পৰা যাব । জন্মদিনত পাঠশালা অসামৰিক চিকিৎসালয় চৌহদত নিম গছৰ পুলি এটি ৰোপন কৰা হয় ৷ এই ৰোপন কাৰ্যসূচীত পৰিৱেশ আৰু বন বিভাগৰ ব্ৰেন্দ এম্বেচেদৰ আনন্দ খাটনিয়াৰে অংশগ্ৰহণ কৰাৰ উপৰিও চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়া ডা: ৰানাপ্ৰতাপ ডেকা, চিকিৎসক গৌৰৱ শৰ্মাইও উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chief Minister's Relief FundPathsala
publisher

publisher

Related Posts

Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
Crime

March 11, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
News

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

March 11, 2026
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
News

ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

March 11, 2026
আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
News

যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d