Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জন্মদিনৰ সমুদায় খৰচ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে কণমানি জাহ্নৱীয়ে

কেৱল গছপুলি ৰোপনেৰে জন্মদিন পালন

publisher by publisher
June 15, 2021
in Assam, India, News
Reading Time: 1 min read
0
জন্মদিনৰ সমুদায় খৰচ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে কণমানি জাহ্নৱীয়ে
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Assam Sahitya Sabha Pathsala Session:অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা দ্বিবাৰ্ষিক অধিবেশনৰ আজি প্ৰথম দিন

Pathsala Food Poisoning:পাঠশালাৰ প্ৰসাদত বিষক্ৰিয়া !

Bajali Public Rally:বজালী জিলা প্ৰাপ্তিৰ দাবীত পাঠশালাত বিশাল ৰাজহুৱা সভা

“দেউতা, ময়ো আমাৰ মুখ্যমন্ত্ৰীক আনৰ দৰে পইচা দিম । এইবাৰ মোৰ জন্মদিন নাপাতো । ইমান বছৰেতো জন্মদিন পাতিয়েই আহিছো । এইবাৰ দেখোন মানুহবোৰে বাতৰি কাকতত মুখ্যমন্ত্ৰীক পইচা দি আছে । সেই কাৰণে এইবাৰ মোৰ জন্মদিনৰ সকলো পইচা মুখ্যমন্ত্ৰীক দিম ।” বজালী জিলাৰ বৰভালুকী গাঁও নিবাসী নৱকান্ত কলিতা আৰু সীমা কলিতাৰ কন্যা তথা পাঠশালা আনন্দৰাম বৰুৱা একাডেমিৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী জাহ্নৱীৰ এনে প্ৰস্তাৱত মাক-দেউতাক একপ্ৰকাৰ হতভম্ব হ’ল যদিও আঠ বছৰীয়া কন্যাৰ এনে দূৰদৰ্শী চিন্তাৰে আগবঢ়োৱা প্ৰস্তাৱক আনন্দ মনে গ্ৰহণ কৰিলে আৰু প্ৰতি বছৰে ওচৰ চুবুৰীয়াৰ সমনীয়াৰ লগত কন্যাৰ জন্ম দিনত চাহ মিঠাইৰ বাবদ খৰচ কৰিবলগীয়া পইচা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত ল’লে ।

ADVERTISEMENT

একেখন বিদ্যালয়ৰ পৰা এইবেলি মেট্ৰিক দিবলৈ ওলোৱা জাহ্নবীৰ বায়েকেও ভনীয়েকৰ চিন্তাত সমৰ্থন জনাই তাইৰো এইবেলি হ’বলগা জন্মদিনৰ খৰচ ভনীয়েকৰ লগত এক কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াবলৈ দেউতাকক প্ৰস্তাৱ দিয়ে আৰু দেউতাকে দুয়োৰে জন্মদিনৰ সমুদায় ধন অৱশেষত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ মুক্তহস্তে আগবঢ়ায় ।

ইতিমধ্যে কণমানি জাহ্নৱী আৰু দৃশাই ক’ভিডসৃষ্ট পৰিৱেশত কৰা এনে ব্যতিক্ৰমী চিন্তাক স্থানীয় লোকে আদৰণি জনাইছে । উল্লেখ্য যে বৰ্তমান ক’ভিডসৃষ্ট পৰিৱেশত কিছু সন্ত্ৰস্ত হৈ থকা আৰু সদায় বাতৰি কাকত, টিভি আদিৰ জৰিয়তে ক’ভিডৰ সকলো খবৰ ৰখা দুই কন্যাই এই সিন্ধান্ত গ্ৰহণ কৰি মাক-দেউতাকক কয় যে, অকণমান বৰঙনি হ’লেও চৰকাৰে এই টকাৰে কিনা ভেকচিনেৰে কাৰোবাৰ প্ৰাণ ৰক্ষাত নিশ্চয়ে অৰিহণা যোগাব নোৱাৰিবনে ?

মন কৰিবলগীয়া যে এইবেলি জাহ্নবীৰ জন্মদিন কেৱল গছপুলি ৰোপনৰে পালন কৰা হয় । লগতে দুই কন্যাই আশা কৰে যে এনেদৰে সকলোৱে আগবাঢ়ি আহিলে ক’ভিডক নিশ্চয়ে জয় কৰিব পৰা যাব । জন্মদিনত পাঠশালা অসামৰিক চিকিৎসালয় চৌহদত নিম গছৰ পুলি এটি ৰোপন কৰা হয় ৷ এই ৰোপন কাৰ্যসূচীত পৰিৱেশ আৰু বন বিভাগৰ ব্ৰেন্দ এম্বেচেদৰ আনন্দ খাটনিয়াৰে অংশগ্ৰহণ কৰাৰ উপৰিও চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়া ডা: ৰানাপ্ৰতাপ ডেকা, চিকিৎসক গৌৰৱ শৰ্মাইও উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chief Minister's Relief FundPathsala
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ
India

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

October 21, 2026
সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

October 21, 2026
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d