Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bajali Public Rally:বজালী জিলা প্ৰাপ্তিৰ দাবীত পাঠশালাত বিশাল ৰাজহুৱা সভা

চাৰিশ বাইকেৰে ৰেলী কৰি সৰভোগ বাসীৰ সমৰ্থন বজালীক, সভাত ভাগ লগে, সত্ৰ আৰু ধৰ্মীয় অনুষ্ঠানৰ মূৰব্বী

publisher by publisher
September 14, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Bajali Public Rally:বজালী জিলা প্ৰাপ্তিৰ দাবীত পাঠশালাত বিশাল ৰাজহুৱা সভা
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Assam Sahitya Sabha Pathsala Session:অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা দ্বিবাৰ্ষিক অধিবেশনৰ আজি প্ৰথম দিন

Pathsala Food Poisoning:পাঠশালাৰ প্ৰসাদত বিষক্ৰিয়া !

Tmc Protest In Bajali:বজালীক জিলাৰ মৰ্যদা বাহাল ৰখাৰ দাবীত তৃণমূল কংগ্ৰেছৰ ধৰ্ণা

Bajali Rally:

বজালী জিলা ঘোষণাক কেন্দ্ৰ কৰি চৰকাৰে বাৰম্বাৰ সৃষ্টি কৰা বিভ্ৰান্তিক কেন্দ্ৰ কৰি বজালী বাসীয়ে চৰম লজ্জা আৰু অপমান বোধ কৰাৰ পিছত আজি বজালী জিলা সুৰক্ষা সমিতি য়ে আয়োজন কৰা ৰাজহুৱা সভাত ভৰপূৰ সমাবেশ ঘটে আৰু সাত টাকৈ প্ৰতিবাদী সিন্ধান্তৰে প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

ADVERTISEMENT

বজালীক লৈ যেন চৰকাৰৰ বাৰম্বাৰ তুচ্ছ তাচ্ছিল্য জিলা দিয়া নিয়াক কেন্দ্ৰ কৰি পাঠশালাত কালি প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে আজি অনুষ্ঠিত হল বিশাল ৰাজহুৱা সভা । স্বাভাবিকতেই পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগনত বজালী জিলা সুৰক্ষা সমিতিৰ দ্বাৰা অনুষ্ঠিত ৰাজহুৱা সভা খনক লৈ উৎকন্ঠাৰ অন্ত নাছিল ।

আজি সভা অনুস্থিত হোৱাৰ পিছতে ভৰি পৰিল সভাগৃহ । বজালী জিলা সুৰক্ষা সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত এজনৰ পিছত আন জন বক্তাই চৰকাৰী স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰি বজালী জিলা শীঘ্ৰেই উভতাই দিয়াৰ দাবি উত্থাপন কৰে ।

উক্ত সভাৰ মাজতে আজি প্ৰায় চাৰিশ খন বাইকৰে এক বাইক ৰেলী সৰভোগৰ পৰা আহি উপস্থিত হৈ উক্ত সভাত যোগদান কৰে । বিভিন্ন প্লে কাৰ্ড সমন্বিতে সৰভোগৰ পৰা অহা ৰাইজে দৃহতাৰে বজালী জিলাত অন্তৰ্ভূক্তি হোৱাত ইচ্ছা ব্যক্ত কৰি বজালীৰ এক উদ্দেশ্যত মিলিত হয় ।

সৰভোগ বাসী ৰাইজৰ এনে সদিচ্ছাত উক্ত সভাত থকা প্ৰত্যেকে সন্তোষ প্ৰকাশ কৰি ভৰপূৰ আদৰণি জনায় । আনহাতে আজি পাঠশালাত অনুস্থিত সভাত বামাখাটা সত্ৰ, গোবিন্দপুৰ সত্ৰৰ সত্ৰাধিকাৰকে আদি কৰি কেবাখনো সত্ৰ পৰিচালনা সমিতিৰ সভাপতি, দেৱালয়ৰ দলে তথা ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বী উপস্থিত হৈ বজালী জিলাৰ সপক্ষে মত আগবঢ়ায়।

বিশেষকৈ বজালীৰ বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেব শৰ্মা, গলীয়া ৰ ধূপগুৰি সত্ৰৰ সভাপতি প্ৰসেনজিৎ মেধি, ভবানীপুৰ সত্ৰৰ সভাপতি চন্দী প্ৰসাদ দাস, মহিদৰ তালুকদাৰ, গোবিন্দপুৰ সত্ৰৰ সভাপতি কামিনী মোহন গোস্বামী, উপ সভাপতি ৰূদ্ৰ ধৰ গোস্বামী, বজালী শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰৰ সভাপতি চিত্তৰঞ্জন চৌধুৰী, শ্ৰী শ্ৰী নৰেশ্বৰ ৰনা সংৰক্ষণী সভাৰ সম্পাদক কন্দৰ্প পাটগিৰি, বজালী আধ্যাত্মিক গীতা সত্ৰৰ কাৰ্য্যনিৰ্বাহক সদস্য ভূপেশ বৰুৱা, ভৱানীপুৰ বাংলীপাৰা শ্ৰী শ্ৰী মদন মোহন গোহাঁই থান সত্ৰৰ সম্পাদক ৰমেশ কলিতা, চৈবাৰী সত্ৰৰ সত্ৰাধিকাৰ গনেশ চন্দ্ৰ মেধি আৰু ঐতিহাসিক ডুবি দেৱালয়ৰ দলে ৰোহিনী শৰ্মায়ে আজিৰ সভাত মঞ্চত উপবিষ্ট হৈ বজালী জিলা বাতিলৰ বিৰুদ্ধে সৰৱ হৈ উঠে আৰু শীঘ্ৰেই চৰকাৰ তথা মুখ্যমন্ত্ৰীক বজালী জিলা ঘূৰাই দিয়াৰ বাবে দাবী উত্থাপন কৰে ।

আনহাতে বজালী জিলা সুৰক্ষা সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত হোৱা আৰু সুৰক্ষা সমিতিৰ সম্পাদক সমূদ্ৰ পাটগিৰিয়ে আঁত ধৰা আৰু আন এগৰাকী সম্পাদক বিজন বায়নে উদ্দেশ্য বাখ্যা কৰা উক্ত ৰাজহুৱা সভাত গুৰুত্বপূৰ্ণ সাত টাকৈ প্ৰতিবাদী সিন্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসাৰে ৰাজহুৱা সভাত নিম্নোক্ত প্ৰস্তাব সমূহ গ্ৰহণ কৰা হয়।

1) অহা ১৭ ছেপ্তেম্বৰৰ পৰা বজালী জিলা কাৰ্য্যকৰী কৰি প্ৰশাসনিক কাম কাজ আৰম্ভ কৰিবলৈ চৰকাৰলৈ দাবী।
2) উক্ত দাবী কাৰ্য্যকৰী কৰিবলৈ অহা ১৫ আৰু ১৬ ছেপ্টেম্বৰত বজালী জিলাৰ বিভিন্ন স্থানত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ সিন্ধান্ত ।
3) ১৭ ছেপ্তেম্বৰৰ ভিতৰত জিলাৰ প্ৰক্ৰিয়া আৰম্ভ আৰম্ভ নকৰিলে ২০ ছেপ্তেম্বৰত পুৱা ৬ বজাৰ পৰা ৪ বজালৈ বজালী বন্ধৰ আহ্বান দিয়াৰ সিন্ধান্ত ।
4) ইয়াৰ পিছতো যদি দুৰ্গা পূজাৰ পূৰ্বে বজালীয়ে জিলাৰ মৰ্যাদা নাপায় তেনেহলে ষষ্ঠী পূজাৰ দিনাখনৰ পৰা পাটাছাৰকুছি আৰু ভবানীপুৰ সমস্তিত মন্ত্ৰী বিধায়কৰ সামাজিক আৰু সকলো চৰকাৰী কাৰ্য্যসুচী ৰাইজে বৰ্জন কৰাৰ প্ৰস্তাৱ গঠন ।
5) আনহাতে প্ৰশাসনিক ভাৱে অবিভক্ত বৰপেটা জিলাৰ এই অংশ পৃথক থাকিৱ যদিও চৰকাৰৰ ৩১ আগষ্টৰ সিন্ধান্ত অনুসৰি সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ভাৱে এক হৈ থকাৰ সিন্ধান্ত গ্ৰহণ কৰে ।
6) আন্দোলন চলি থকা সময়ত বজালীৰ জিলা বিষয়ক কেন্দ্ৰ কৰি যদি কিবা সিন্ধান্ত লব লগীয়া হয় তেনেহলে সেই সিন্ধান্ত বজালী জিলা সুৰক্ষা সমিতিয়ে লব ।
7) জিলা প্ৰাপ্তি নহলে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’ল পথ অৱৰোধ কৰাৰ প্ৰস্তাৱ গ্ৰহণ ।

উল্লেখযোগ্য যে আজিৰ উক্ত ৰাজহুৱা, সভাত সদৌ অসম ছাত্ৰ সন্থাৰ পাঠশালা আৰু বজালী জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, পাঠশালা বজাৰ কমিতি, উদয়ন সংঘ, পাঠশালা চেম্বাৰচ অৱ কমাৰ্চ, পাঠশালা ৰঙালী বিহু সন্মিলনী, পাঠশালা ৰাস মহোৎসৱ, বজালী জিলা বিজেপি, বজালী জিলা কংগ্ৰেছ, অসম গণ পৰিষদকে আদি কৰি পাঠশালা তথা বজালীৰ প্ৰায় আটাইবোৰ দল সংগঠনৰ প্ৰতিনিধি য়ে ভাগ লয়। আজিৰ ৰাজহুৱা সভাত ভালে কেইগৰাকী ব্যক্তিৰ ভিতৰত প্ৰাক্তন আছু নেতা ফণি পাঠক, বজালীৰ সন্তান কমল কুমাৰ মেধি, বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন, আৰ এছ এছ নেতা কিশোৰ শৰ্মা, হাউলীৰ প্ৰাক্তন আছু নেতা তথা সমাজ কৰ্মী ধৰণী দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা মৃদুল তালুকদাৰকে আদি কৰি কেবাজনো বক্তাই বজালী জিলা ঘূৰাই পোৱাৰ স্বাৰ্থত উদাত্ত ভাষণ প্ৰদান কৰে ।

আনহাতে উক্ত সভাৰ মঞ্চত পাঠশালাৰ বিশিষ্ট ব্যক্তি গিৰিশ পাটগিৰি, উদয়ন সংঘৰ সভাপতি ৰুবুল কুমাৰ শৰ্মা, বিশিষ্ট ব্যক্তি মদন ৰয়কে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । কিন্তু যি নহলেও এনেদৰেই এতিয়া চৰকাৰৰ লৰা ধেমালিৰ বাবে উত্তপ্ত হৈছে সমগ্ৰ বজালী ।

প্ৰতিবাদ অকল পাঠশালাতে নহয় । সমগ্ৰ বজালীবাসীয়ে শীঘ্ৰেই বিচাৰিছে নিজৰ প্ৰাপ্য জিলা । আৰু এনেদৰেই আজি প্ৰতিবাদৰ মাজেৰে উত্তেজনাময় পৰিৱেশ দেখিবলৈ পোৱা যায় পাঠশালাত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bajali Dist DemandPathsalaPublic Rally
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d