Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Rupahihat Murder Incident:আন এক শিহৰণকাৰী ঘটনা

    ‘অপাৰেচন সিন্দূৰ’কলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ স’তে আলোচনা প্ৰধানৰ!

    Cricketar Rohit Sarma meets Maharashtra CM :টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ পাছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক সৌজন্যতামূলক সাক্ষাৎ ৰোহিত শৰ্মাৰ

    Orang National Park:বৃহস্পতিবাৰৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

    অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া

    GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাগ্‌সা-তামুলপুৰৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

বৰনদী-পাগলাদিয়া-পুঠিমাৰী নদীৰ খহনীয়াৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে

publisher by publisher
July 1, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
বাগ্‌সা-তামুলপুৰৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
5
SHARES
49
VIEWS
ShareShareShareShare

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি বাগ্‌সা আৰু তামুলপুৰ অঞ্চলৰ কে’বাটাও খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন কৰি বৰনদী, পাগলাদিয়া আৰু পুঠিমাৰী নদীৰ খহনীয়াৰ বুজ লোৱাৰ লগতে অঞ্চলকেইটাত চলি থকা জলসম্পদ বিভাগৰ বিভিন্ন কাম কাজৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে ।

ADVERTISEMENT

WhatsApp Image 2021 07 01 at 6.30.14 PM

RelatedPosts

Pijush Hazarika:অসম বিধানসভাত লোণৰ প্ৰসংগঃবিধানসভাত বিৰোধীয়ে লোণ লৈ উন্নয়নমূলক কাম কৰিবলৈ কয় কিন্তু সদনৰ বাহিৰত গৈ ওলোটা খৰ মাৰে’

Minister Pijush Hazarika:জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

Pijush Hazarika:’কংগ্ৰেছ এতিয়া পথভ্ৰষ্ট, হতাশাগ্ৰস্ত, লক্ষ্যভ্ৰষ্ট। ৰাইজ এতিয়া বিজেপিৰ লগত, বহু কংগ্ৰেছী আহিব বিজেপিলৈঃ মন্ত্ৰী পীযুষ হাজৰীকাৰ

আজি আগবেলাতে মন্ত্ৰীগৰাকীয়ে নাগ্ৰীজুলি চাহ বাগিছাৰ বৰনদীৰ কাষৰীয়া অঞ্চলত জলসম্পদ বিভাগৰ অধীনত চলি থকা বান আৰু খহনীয়া প্ৰতিৰোধৰ কাম পৰ্যবেক্ষণ কৰি কামৰ অগ্ৰগতিৰ বুজ লয় । উল্লেখযোগ্য যে অঞ্চলটোৰ এই বান আৰু খহনীয়া প্ৰতিৰোধৰ কাম আই আই টি ৰুৰকীৰ প্ৰাক্তন অধ্যাপক তথা বান বিশেষজ্ঞ ডঃ নয়ন শৰ্মাৰ পৰামৰ্শ মতে জলসম্পদ বিভাগৰ অধীনত চলাই থকা হৈছে ।

WhatsApp Image 2021 07 01 at 6.30.12 PM

এই কামৰ অগ্ৰগতি প্ৰত্যক্ষভাৱে বুজ লৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে, বান বিশেষজ্ঞ ডঃ নয়ন শৰ্মাৰ পৰামৰ্শ মতে বিভাগৰ অধীনত চলাই থকা এই কামে খহনীয়া ৰোধৰ ক্ষেত্ৰত যথেষ্টখিনি সক্ষম হৈছে আৰু এই পদ্ধতি অসমৰ আন অঞ্চলতো কৰিব পৰা যায় নেকি সেয়া বিভাগ তথা চৰকাৰে গুৰুত্ব দিব । আনহাতে, কিছু ক্ষেত্ৰত বানপানীতকৈও খহনীয়াৰ সমস্যাক বেছি গভীৰ বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়, “মুখ্যমন্ত্ৰীয়ে খহনীয়া সমস্যাক গুৰুত্ব সহকাৰে লৈছে আৰু আমি খহনীয়া ৰোধৰ বাবে খুব চিৰিয়াচলী কাম কৰিব বিছাৰিছো ।’ বৰ্তমানে প্ৰচলিত খহনীয়া ৰোধৰ ব্যৱস্থাবোৰৰ বাহিৰেও নতুন প্ৰযুক্তিৰ ব্যৱহাৰ তথা কম খৰচত অধিক ফলপ্ৰসু কাম কৰিব পৰা পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায় নেকি সেই বিষয়েও গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে ।

WhatsApp Image 2021 07 01 at 6.30.13 PM 1নাগ্ৰীজুলিৰ পাছতে মন্ত্ৰীগৰাকীয়ে বৰনদী আৰু পাগলাদিয়া নদীৰ কাষৰীয়া দুই নং বগৰীখুটি, জাৰতালুক, নামচাৰিয়া আৰু চাৰনজংঘল অঞ্চল পৰিদৰ্শন কৰি মথাউৰী তথা বিভাগীয় আন কাম-কাজৰ বুজ লয় আৰু বিভাগীয় বিষয়াক এই অঞ্চলসমূহত বান আৰু খহনীয়া ৰোধৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

WhatsApp Image 2021 07 01 at 6.30.13 PM

মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত বি.টি.আৰৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য, জলসম্পদ বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তা, জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে জলসম্পদ বিভাগৰ আন বিষয়াসকল উপস্থিত আছিল ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Pijush Hazarika
publisher

publisher

Related Posts

Rupahihat Murder Incident:আন এক শিহৰণকাৰী ঘটনা
Crime

Rupahihat Murder Incident:আন এক শিহৰণকাৰী ঘটনা

May 14, 2025
‘অপাৰেচন সিন্দূৰ’কলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ স’তে আলোচনা প্ৰধানৰ!
India

‘অপাৰেচন সিন্দূৰ’কলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ স’তে আলোচনা প্ৰধানৰ!

May 14, 2025
Cricketar Rohit Sarma meets Maharashtra CM :টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ পাছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক সৌজন্যতামূলক সাক্ষাৎ ৰোহিত শৰ্মাৰ
India

Cricketar Rohit Sarma meets Maharashtra CM :টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ পাছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক সৌজন্যতামূলক সাক্ষাৎ ৰোহিত শৰ্মাৰ

May 14, 2025
Orang National Park:বৃহস্পতিবাৰৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ
News

Orang National Park:বৃহস্পতিবাৰৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

May 14, 2025
অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া
News

অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া

May 14, 2025
GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !
India

GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d