Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাগ্‌সা-তামুলপুৰৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

বৰনদী-পাগলাদিয়া-পুঠিমাৰী নদীৰ খহনীয়াৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে

publisher by publisher
July 1, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
বাগ্‌সা-তামুলপুৰৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
6
SHARES
60
VIEWS
ShareShareShareShare

RelatedPosts

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি বাগ্‌সা আৰু তামুলপুৰ অঞ্চলৰ কে’বাটাও খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন কৰি বৰনদী, পাগলাদিয়া আৰু পুঠিমাৰী নদীৰ খহনীয়াৰ বুজ লোৱাৰ লগতে অঞ্চলকেইটাত চলি থকা জলসম্পদ বিভাগৰ বিভিন্ন কাম কাজৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে ।

ADVERTISEMENT

আজি আগবেলাতে মন্ত্ৰীগৰাকীয়ে নাগ্ৰীজুলি চাহ বাগিছাৰ বৰনদীৰ কাষৰীয়া অঞ্চলত জলসম্পদ বিভাগৰ অধীনত চলি থকা বান আৰু খহনীয়া প্ৰতিৰোধৰ কাম পৰ্যবেক্ষণ কৰি কামৰ অগ্ৰগতিৰ বুজ লয় । উল্লেখযোগ্য যে অঞ্চলটোৰ এই বান আৰু খহনীয়া প্ৰতিৰোধৰ কাম আই আই টি ৰুৰকীৰ প্ৰাক্তন অধ্যাপক তথা বান বিশেষজ্ঞ ডঃ নয়ন শৰ্মাৰ পৰামৰ্শ মতে জলসম্পদ বিভাগৰ অধীনত চলাই থকা হৈছে ।

এই কামৰ অগ্ৰগতি প্ৰত্যক্ষভাৱে বুজ লৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে, বান বিশেষজ্ঞ ডঃ নয়ন শৰ্মাৰ পৰামৰ্শ মতে বিভাগৰ অধীনত চলাই থকা এই কামে খহনীয়া ৰোধৰ ক্ষেত্ৰত যথেষ্টখিনি সক্ষম হৈছে আৰু এই পদ্ধতি অসমৰ আন অঞ্চলতো কৰিব পৰা যায় নেকি সেয়া বিভাগ তথা চৰকাৰে গুৰুত্ব দিব । আনহাতে, কিছু ক্ষেত্ৰত বানপানীতকৈও খহনীয়াৰ সমস্যাক বেছি গভীৰ বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়, “মুখ্যমন্ত্ৰীয়ে খহনীয়া সমস্যাক গুৰুত্ব সহকাৰে লৈছে আৰু আমি খহনীয়া ৰোধৰ বাবে খুব চিৰিয়াচলী কাম কৰিব বিছাৰিছো ।’ বৰ্তমানে প্ৰচলিত খহনীয়া ৰোধৰ ব্যৱস্থাবোৰৰ বাহিৰেও নতুন প্ৰযুক্তিৰ ব্যৱহাৰ তথা কম খৰচত অধিক ফলপ্ৰসু কাম কৰিব পৰা পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায় নেকি সেই বিষয়েও গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে ।

নাগ্ৰীজুলিৰ পাছতে মন্ত্ৰীগৰাকীয়ে বৰনদী আৰু পাগলাদিয়া নদীৰ কাষৰীয়া দুই নং বগৰীখুটি, জাৰতালুক, নামচাৰিয়া আৰু চাৰনজংঘল অঞ্চল পৰিদৰ্শন কৰি মথাউৰী তথা বিভাগীয় আন কাম-কাজৰ বুজ লয় আৰু বিভাগীয় বিষয়াক এই অঞ্চলসমূহত বান আৰু খহনীয়া ৰোধৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত বি.টি.আৰৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য, জলসম্পদ বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তা, জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে জলসম্পদ বিভাগৰ আন বিষয়াসকল উপস্থিত আছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Pijush Hazarika
publisher

publisher

Related Posts

অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান
Assam

September 11, 2026
ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন
India

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

September 11, 2026
ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী
India

ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

September 11, 2026
বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি
Assam

বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

September 11, 2026
যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা
International

যুদ্ধৰ দামামা পুনৰ বাজিছে তীব্ৰতৰে, অচিৰে ইন্ধনৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা

September 11, 2026
টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d