Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ক’ভিড বিধি ভংগ কৰিলে দায়ী হ’ব বিষয়া, গৃহ মন্ত্ৰণালয়ৰ পত্ৰ ৰাজ্যসমূহলৈ

কঠোৰ ৰূপায়ণত ব্যৰ্থ দায়িত্ববাহী বিষয়াক ব্যক্তিগতভাৱে দায়ী কৰাৰ কঠোৰ নিৰ্দেশ

publisher by publisher
July 15, 2021
in India, News, Politics
Reading Time: 1 min read
0
ক’ভিড বিধি ভংগ কৰিলে দায়ী হ’ব বিষয়া, গৃহ মন্ত্ৰণালয়ৰ পত্ৰ ৰাজ্যসমূহলৈ
3
SHARES
32
VIEWS
ShareShareShareShare

নাগৰিকৰ ক’ভিড বিধি ভংগৰ বাবে ব্যক্তিগতভাৱে দায়বদ্ধ হ’ব সংশ্লিষ্ট দায়িত্ববাহী বিষয়া । কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰে । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মুখ্য সচিব অজয় ভাল্লাই সকলো ৰাজ্যৰে গৃহ সচিবসকললৈ প্ৰেৰণ কৰা নিৰ্দেশত কোৱা হৈছে যে ক’ভিড বিধিৰ কঠোৰ ৰূপায়ণৰ ক্ষেত্ৰত যিকোনো ধৰণৰ অনীহাৰ বাবে সংশ্লিষ্ট বিষয়াক ব্যক্তিগতভাৱে দায়বদ্ধ কৰিব লাগিব । সমাৱেশস্থলী নিয়ন্ত্ৰণ আৰু ক’ভিড ব্যৱস্থাপনা সম্পৰ্কীয় সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে জিলা প্ৰশাসন আৰু অন্যান্য সকলো স্থানীয় সংশ্লিষ্ট কৰ্তৃপক্ষলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ কেন্দ্ৰীয় গৃহ সচিবে ৰাজ্য চৰকাৰে মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰে ।

ADVERTISEMENT

এই পত্ৰত কোৱা হৈছে যে দেশজুৰি ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাত ৰাজ্যসমূহে পৰ্যায়ক্ৰমে বিভিন্ন ক্ষেত্ৰবোৰ মুকলি কৰিবলৈ ধৰিছে । যোৱা ১৯ জুনত কেন্দ্ৰীয় গৃহ সচিবে সাৱধানতাৰে নিষেধাজ্ঞা পৰিহাৰ কৰিবলৈ ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছিল ।

RelatedPosts

Duplicate Aadhaar Card : দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি,ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ হাতত ভুৱা আধাৰ

চিকিৎসকক আক্ৰমণৰ গোচৰত বিহা হ’ব কাৰাদণ্ড-জৰিমনা, ৰাজ্যসমূহক এই আইন কাৰ্যকৰী কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ

যোৱা ২৯ জুনত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ২৮ জুনৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰামৰ্শৰ ভিত্তিত ক’ভিড ব্যৱস্থাপনাৰ বাবে লক্ষ্য নিৰ্ধাৰিত আৰু খৰতকীয়া ব্যৱস্থা ৰূপায়ণৰ উদ্দেশ্যে জাৰি কৰা নিৰ্দেশৰ প্ৰসংগ উত্থাপন কৰি পত্ৰখনত কোৱা হৈছে যে দেশৰ বিভিন্ন অঞ্চলত বিশেষকৈ ৰাজহুৱা পৰিবহণ আৰু পাহাৰীয়া পৰ্যটন অঞ্চলসমূহত ভয়াবহ ৰূপত ক’ভিড বিধি ভংগ কৰা হৈছে । একেদৰে বজাৰতো সামাজিক দূৰত্ব আদিৰ দৰে বিধি ভংগ কৰি বৃহৎ জনসমাৱেশ পৰিলক্ষিত হৈছে ।

ফলত ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ সূচক (আৰ ফেক্টৰ)ৰ ১.০তকৈ অধিক বৃদ্ধি উদ্বেগৰ বিষয় বুলি কেন্দ্ৰীয় গৃহ সচিব ভাল্লাই পত্ৰত উল্লেখ কৰি কয়, ‘এই বিষয়ে আপোনালোকে অৱগত যে আৰ ফেক্টৰ ১.০তকৈ অধিক হোৱাটোৱে ক’ভিড সংক্ৰমণ বিয়পি পৰাকে বুজায় । সেয়েহে সকলো ৰাজহুৱা স্থান যেনে দোকান, মল, বজাৰ, বজাৰ চৌহদ, সাপ্তাহিক বজাৰ, ৰেস্তোৰাঁ আৰু পানশালা, পাইকাৰী বজাৰ, বাছ আস্থান, ৰেল ষ্টেছন, ৰাজহুৱা উদ্যান, ব্যায়ামাগাৰ, ক্ৰীড়া চৌহদ আদিৰ লগতে ক’ভিড ভাইৰাছৰ হটস্পটৰূপে চিহ্নিত অঞ্চলত সেয়েহে ক’ভিড বিধি পালন নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক দায়বদ্ধ কৰাটো গুৰুত্বপূৰ্ণ ।’

এইদৰে উল্লেখ কৰি পত্ৰত লগতে কোৱা হৈছে যে এনে বিধিনিষেধ উলংঘা হ’লে সংশ্লিষ্ট দায়িত্বৰত বিষয়াসকল দায়ী হ’ব । একে সময়তে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব লাগিব । ‘এই কথাত গুৰুত্ব আৰোপ কৰিব লাগিব যে ক’ভিডৰ দ্বিতীয় ঢৌ এতিয়াও অন্ত পৰা নাই ।’ গৃহ সচিবে এইদৰে সকীয়াই দিয়ে । সেয়েহে ক’ভিড বিধি পালন নিশ্চিতকৰণৰ সমান্তৰালভাৱে টিকাকৰণৰ ওপৰতো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গুৰুত্ব আৰোপ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিছে । এই ক্ষেত্ৰত কোনো ধৰণৰ হেমাহিৰ স্থান নাই বুলিও তেওঁ উল্লেখ কৰে ।

ক’ভিড পৰীক্ষাও পৰ্যাপ্তভাৱে কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এই পত্ৰখনত নিৰ্দেশ দিছে । ‘কৰ’না ভাইৰাছ ৰোধ আৰু সংক্ৰমণ প্ৰথমাৱস্থাতে চিনাক্তকৰণৰ বাবে পৰীক্ষা কৰাটো অত্যধিক প্ৰয়োজনীয় । সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ লগে লগে যাতে প্ৰশাসনীয় অনীহা আৰু অসন্তুষ্টিৰ পৰিৱেশ সৃষ্টি নহয় তাৰ প্ৰতি সাৱধান হ’বলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পত্ৰযোগে সকীয়াই দি কয় যে এনে পৰিস্থিতিৰ বিপৰীতে সংক্ৰমণৰ নিম্ন হাৰৰ সময়তে সম্ভাব্য সংক্ৰমণ ৰোধৰ ব্যৱস্থা ল’ব লাগে । পত্ৰত পুনৰ উল্লেখ কৰা হয় যে ক’ভিড বিধিৰ কঠোৰ ৰূপায়ণত অসাৱধানতাৰ বাবে সংশ্লিষ্ট বিষয়া ব্যক্তিগতভাৱে দায়বদ্ধ হ’ব । ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা এই নিৰ্দেশ ৰাইজৰ মাজত ব্যাপকভাৱে প্ৰচাৰ কৰিব লাগে বুলি উল্লেখ কৰি ইয়াক তৃণমূল পৰ্যায়লৈ বিয়পাই দিব লাগে যাতে উপযুক্ত ৰূপায়ণ হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ajay Kumar Bhalla
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d