Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলক লৈ উদ্বেগ

publisher by publisher
July 16, 2021
in News
Reading Time: 1 min read
0
দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলক লৈ উদ্বেগ
4
SHARES
36
VIEWS
ShareShareShareShare

প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাৰ গ্ৰেপ্তাৰত উত্তাল দক্ষিণ আফ্ৰিকাত ভাৰতীয় আৰু ভাৰতীয় বংশোদ্ভূতসকলৰ নিৰাপত্তাক লৈ দুশ্চিন্তা প্ৰকাশ কৰিলে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে । দক্ষিণ আফ্ৰিকাত বসবাসকাৰী ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তাৰ বৈদেশিক মন্ত্ৰণালয়ৰ স’তে আলোচনাত মিলিত হৈছে মন্ত্ৰী জয়শংকৰ । কালি এটা টুইট কৰি জয়শংকে কয়, ‘দক্ষিণ আফ্ৰিকাৰ বৈদেশিক মন্ত্ৰী নালেডি পাণ্ড’ৰৰ স’তে আলোচনা হৈছে ।

ADVERTISEMENT

দেশৰ আইনশৃংখলা পুনৰ প্ৰতিষ্ঠা কৰিবৰ বাবে চৰকাৰে সকলো ধৰণৰ চেষ্টা কৰাৰ আশ্বাস দিছে তেওঁ । জনাই যে, শান্তি আৰু সুস্থিতি ঘূৰাই অনাই চৰকাৰৰ প্ৰথম লক্ষ্য । লগতে বৈদেশিক মন্ত্ৰণালয়ৰ সচিব সঞ্জয় ভট্টাচাৰ্য‌ইও ভাৰতত নিযুক্ত দক্ষিণ আফ্ৰিকাৰ হাই কমিছনাৰক লগ কৰে ।

RelatedPosts

“যদি ভাৰতীয় শোধিত তেল কিনাৰ সমস্যা হয় তেন্তে কিনিব নালাগে” জয়শংকৰ

ডোভালৰ পাছত এইবাৰ মস্কোলৈ যাব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ ! 

‘কাকুতি-মিনতিৰো লাভ নাই ‘সিন্ধু জলচুক্তি বাতিলৰ সিদ্ধান্তত অটল ভাৰত , জনালে জয়শংকৰে

শাসনকালত দুৰ্নীতিৰ অভিযোগত অভিযুক্ত জুমাৰ কাৰাদণ্ডক কেন্দ্ৰ কৰি হিংসাত উত্তাল দক্ষিণ আফ্ৰিকাৰ বিভিন্ন অঞ্চল । বিগত এসপ্তাহ ধৰি পথ অৱৰোধ কৰি, টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে জুমাৰ সমৰ্থকসকলে । এই অস্থিৰতাৰ সুযোগ লৈ বিভিন্ন দোকান-পোহাৰ, ৰেস্তোৰাঁ, শ্বপিং মলত অবাধ লুটপাত চলাইছে । লুট হোৱা দোকানৰ স্বত্বাধিকাৰীসকলৰ অধিকাংশই ভাৰতীয় বা ভাৰতীয় বংশোদ্ভূত ।

দক্ষিণ আফ্ৰিকা প্ৰশাসনৰ মন্তব্য, বৰ্তমান দেশত সৃষ্টি হোৱা অশান্তিৰ পাছত ৰাজনৈতিক কাৰণতকৈও বেছি লুটপাত চলোৱাৰ অসৎ উদ্দেশ্য জড়িত হৈ আছে । দক্ষিণ আফ্ৰিকাৰে ভাৰতীয় সম্প্ৰদায়ৰ এজন নেতাই কয়, ‘জোহানেছবাৰ্গৰ দৰে চহৰত সৰ্বত্ৰ ভাৰতীয়সকল আক্ৰান্ত । সমগ্ৰ দক্ষিণ আফ্ৰিকাত প্ৰায় ১৩ লাখ ভাৰতীয় আছে । প্ৰত্যেকেই যে বিপদত পৰিছে তেনে নহয়, কিন্তু পৰিস্থিতি সিফালেই ঢাল খাইছে । আমি চৰকাৰৰ পৰা প্ৰতিৰক্ষা বাহিনী বিচাৰি সাহাৰ্যৰ আবেদন কৰিছো । কিন্তু এই পৰ্যন্ত পোৱা নাই ।’

Appreciate the conversation with South African Foreign Minister Naledi Pandor today. She assured that her Government was doing utmost to enforce law and order. Early restoration of normalcy and peace was the overriding priority.

— Dr. S. Jaishankar (Modi Ka Parivar) (@DrSJaishankar) July 14, 2021

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jacob ZumaNaledi PandorS Jaishankar
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d