Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ক’ভিডৰ দ্বিতীয় ঢৌত সাধাৰণ পৰিয়ালৰ উপার্জনত বৃহৎ ক্ষতি : তথ্য চিএমআইৰ

দেশত পুৰুষে হেৰুৱাইছে অধিক জীৱিকা

publisher by publisher
July 18, 2021
in COVID-19, India
Reading Time: 1 min read
0
ক’ভিডৰ দ্বিতীয় ঢৌত সাধাৰণ পৰিয়ালৰ উপার্জনত বৃহৎ ক্ষতি : তথ্য চিএমআইৰ
2
SHARES
19
VIEWS
ShareShareShareShare

ক’ভিড পৰিস্থিতিয়ে দেশত জীৱন-জীৱিকাত ব্যাপক পৰিৱর্তন ঘটাইছে। ক’ভিডে কাঢ়ি নিছে কোটি কোটি লােকৰ জীৱন-জীৱিকা। ভাৰতীয় অর্থনীতিৰ নিৰীক্ষণকাৰী সংস্থা চি এম আই ইৰ শেহতীয়া সমীক্ষাত প্রকাশিত তথ্য অনুসৰি অতিমাৰীৰ দ্বিতীয় টৌৰ দংশনত চহৰ অঞ্চলত মহিলাৰ তুলনাত অধিক সংখ্যক পুৰুষ কর্মহীন হৈছে।

ADVERTISEMENT

ফলত বহু পৰিয়াললৈ অন্ধকাৰ নামি আহিছে। বিগত বৰ্ষত এই ছবিখন আছিল ইয়াৰ বিপৰীত। সংস্থাটোৰ প্রতিবেদন অনুসৰি কর্মক্ষেত্ৰত ৯০ শতাংশ পুৰুষ নিযুক্ত হােৱাৰ বিপৰীতে ১০ শতাংশহে মহিলা। ক’ভিডে দেশক বিপর্যস্ত কৰাৰ এবছৰৰ পাছত ২৩ শতাংশ মহিলাই হেৰুৱাইছে সংস্থাপন।

RelatedPosts

Unemployment : ডিচেম্বৰত দেশত নিবনুৱাৰ হাৰ ১৬ মাহত সৰ্বাধিক ! নতুন বছৰত উদ্বেগ বৃদ্ধি পালে কেন্দ্রৰ

Unemployment : অসমত ডেৰগুণলৈ বৃদ্ধি নিবনুৱাৰ সংখ্যা

এপ্ৰিল মাহত দেশত কৰ্মসংস্থাপনত ৰেকৰ্ড বৃদ্ধি ,নিযুক্তি পাইছে ৮৮ লাখ লোকে

চি এম আই ইৰ পৰিসংখ্যা অনুসৰি ২০২১ৰ জানুৱাৰীৰ পৰা মার্চলৈ মুঠ ৩৯.৯৭ কোটি চাকৰিৰ ভিতৰত মহিলাৰ সংখ্যা ৪.১৮ কোটি। সংস্থাটোৰ পৰিসংখ্যা অনুসৰি সমগ্ৰ দেশত যিমান সংখ্যক মানুহ কর্মক্ষেত্ৰত বিয়পি আছে তাৰ ভিতৰত চহৰ-নগৰত মহিলাৰ অংশীদাৰিত্ব মাত্র তিনি শতাংশ।

কিন্তু কৰ’নাৰ প্ৰথম টৌত সংস্থাপন হেৰুওৱা সকলৰ ভিতৰত মহিলা আছিল ৩৯ শতাংশ। সংখ্যাৰ হিচাপত সেই সময়ত কর্মহীন হােৱা মুঠ ৬৩ লাখৰ ভিতৰত চহৰ অঞ্চলত মহিলাৰ সংখ্যা ২৪ লাখ। ইয়াৰ বিপৰীতে দ্বিতীয় টৌত চলিত বৰ্ষৰ এপ্রিলৰ পৰা জুনৰ ভিতৰত সর্বাধিক সংখ্যক পুৰুষ চহৰ অঞ্চলত কর্মহীন হৈছে।’ ২০২১ এপ্রিলৰ পৰা জুনলৈ নগৰ অঞ্চলত অধিক সংখ্যক পুৰুষে চাকৰি হেৰুৱাইছে।

দেশৰ মুঠ নিযুক্তিৰ ভিতৰত ২৮ শতাংশই নগৰীয়া পুৰুষ। চলিত বৰ্ষৰ মার্চলৈ ২৬ শতাংশ পুৰুষ কর্মহীন হৈছিল। কিন্তু ইয়াৰ পাছৰ তিনিমাহত ৩০ শতাংশই কর্মহীন হৈছে। ‘এইদৰে প্রতিবেদনত কোৱা হৈছে। এই প্রৱণতাক সংস্থাটোৱে ‘অশুভ’ বুলিও কৈছে। কিয়নাে আয়ৰ পৰ্যায়ৰ ক্ষেত্ৰত বৃহৎ ক্ষতি হ’ব।

মুম্বাইৰ সংস্থাটোৰ শেহতীয়া প্রতিবেদনত লগতে এইদৰে উল্লেখ, ‘বিতর্কিত বিষয় যদিও নগৰীয়া পুৰুষসকলৰ চাকৰি উচ্চমানৰ আৰু তেওঁলােকে সামাঞ্জস্যহীনভাৱে চাকৰি হেৰুৱাৰ ফলত এই পর্যন্ত প্রত্যক্ষ কৰা আয়ৰ অংশত বৃহৎ পতন হ’ব।’ সংস্থাটোৰ মুৰব্বী মহেশ ব্যাসে কয় যে কেৱল সংখ্যাৰ দ্বাৰা এই সমস্যাৰ বিচাৰ কৰিব নােৱাৰি।

কিয়নাে চহৰ অঞ্চলত পুৰুষসকলৰ বৃহৎ অংশই গুণগত মানৰ দিশত ভাল কামত নিযুক্ত হৈ আছে। তেওঁলােকে কর্মহীন হােৱাৰ অৰ্থ হ’ল বৃহৎ পৰিমাণৰ আয় বিপুলভাৱে হ্রাস পােৱা। তদুপৰি অধিকাংশ ক্ষেত্ৰতে চহৰত মহিলাসকল পৰিয়ালৰ দ্বিতীয়জন উপার্জন। তেওঁলােক কর্মহীন হলে পৰিয়ালটোৰ উপার্জন হ্রাস পায় যদিও পুৰুষ কর্মহীন হলে বহু পৰিয়ালৰ উপার্জন শূন্য হৈ পৰে।

ব্যাসে এই কথা উল্লেখ কৰি পুৰুষ কর্মহীন হােৱাৰ সাম্প্রতিক প্ৰৱণতা অধিক উদ্বেগৰ বিষয় বুলিও কয়। তেওঁ কয় যে হেৰুওৱা জীৱিকাৰ এটা বৃহৎ অংশ হয়তাে ভৱিষ্যতে পুনৰ সৃষ্টি হ’ব। কিন্তু এই আঘাতৰ মেৰামতি কৰাটো কঠিন হ’ব। কর্মহীন হােৱা মানুহৰ যি অংশই পুনৰ কৰ্মৰত হৈছে তেওঁলােকৰ অধিকাংশই পূর্বতকৈ কম দৰমহাত অথবা মজুৰিত কাম কৰিবলগীয়া হৈছে।

প্রতিবেদনত উল্লেখ কৰা হৈছে যে যিহেতু মহিলাসকল পৰিয়ালৰ দ্বিতীয়জন উপার্জন সাধাৰণতে হয় সেয়েহে মহিলা কর্মহীন হলে পৰিয়ালটো সম্পূৰ্ণৰূপে উপার্জনহীন হৈ নপৰে। অথচ পুৰুষ কর্মহীন হলে সাধাৰণতে জীৱিকাহীন হৈ পৰে এটা পৰিয়াল। নগৰীয়া পুৰুষৰ অধিক সংখ্যক কর্মহীন হােৱাটো উদ্বেগৰ বিষয়।

এইদৰে প্রতিবেদনত কোৱা হৈছে। প্রতিবেদনত কোৱা হৈছে যে হেৰুওৱা জীৱিকা বহু পৰিমাণে পুনৰ উভতি আহিছে। কিন্তু সকলােবােৰ জীৱিকাৰ পুনৰুদ্ধাৰ হােৱা নাই বুলি প্রতিবেদনত কোৱা হৈছে। এই সাম্প্রতিক ক্ষতি অতি বৃহৎ বুলি উল্লেখ কৰি সংস্থাটোৱে কয় যে চাকৰি পুনৰুদ্ধাৰ হ’লেও পূর্বতকৈ পৰিয়ালবােৰৰ আয় বহু পৰিমাণে কমিছে।

সংস্থাটোৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ মাৰ্চত ক’ভিডৰ প্ৰভাৱ স্পষ্ট হৈ পৰে। এই বৰ্ষৰ মাৰ্চত দেশত নিযুক্তিৰ পৰিমাণ আছিল ৪০.৬ কোটি। ২০২১ৰ জানুৱাৰীৰ পৰা মার্চলৈ এই নিযুক্তিৰ পৰিমাণ ৩৯.৯৭ কোটি লৈ হ্রাস পায়। অর্থাৎ ক’ভিডে দেখা দিয়াৰ এবছৰ পাছত ভাৰতে হেৰুৱাইছে ৬৩ লাখ জীৱিকা। মনকৰিবলগীয়া যে জীৱিকাৰ ক্ষতিৰ এই পৰিসংখ্যা ক’ভিড অতিমাৰীৰ বছৰটোৰ নহয়।

সেই সংখ্যা বহুত বেছি হ’ব। আনহাতে, বহু হেৰুওৱা জীৱিকা পুনৰ সৃষ্টি হৈছে। আমি দেখিছাে যে সকলােবােৰ জীৱিকাৰ পুনৰুদ্ধাৰ হােৱা নাই। যিকোনাে পৰিস্থিতিত এই সাম্প্রতিক ক্ষতি বৃহৎ। বিকল্প জীৱিকাৰ সন্ধান লাভ কৰাসকলেও কম মজুৰিতে কাম কৰিবলগীয়া হৈছে। ফলত বহু পৰিয়ালৰ আয় বিপুল পৰিমাণে হ্রাস পাইছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CMIE
publisher

publisher

Related Posts

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷
News

মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d