Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ক’ভিডৰ দ্বিতীয় ঢৌত সাধাৰণ পৰিয়ালৰ উপার্জনত বৃহৎ ক্ষতি : তথ্য চিএমআইৰ

দেশত পুৰুষে হেৰুৱাইছে অধিক জীৱিকা

publisher by publisher
July 18, 2021
in COVID-19, India
Reading Time: 1 min read
0
ক’ভিডৰ দ্বিতীয় ঢৌত সাধাৰণ পৰিয়ালৰ উপার্জনত বৃহৎ ক্ষতি : তথ্য চিএমআইৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Unemployment : ডিচেম্বৰত দেশত নিবনুৱাৰ হাৰ ১৬ মাহত সৰ্বাধিক ! নতুন বছৰত উদ্বেগ বৃদ্ধি পালে কেন্দ্রৰ

Unemployment : অসমত ডেৰগুণলৈ বৃদ্ধি নিবনুৱাৰ সংখ্যা

এপ্ৰিল মাহত দেশত কৰ্মসংস্থাপনত ৰেকৰ্ড বৃদ্ধি ,নিযুক্তি পাইছে ৮৮ লাখ লোকে

ক’ভিড পৰিস্থিতিয়ে দেশত জীৱন-জীৱিকাত ব্যাপক পৰিৱর্তন ঘটাইছে। ক’ভিডে কাঢ়ি নিছে কোটি কোটি লােকৰ জীৱন-জীৱিকা। ভাৰতীয় অর্থনীতিৰ নিৰীক্ষণকাৰী সংস্থা চি এম আই ইৰ শেহতীয়া সমীক্ষাত প্রকাশিত তথ্য অনুসৰি অতিমাৰীৰ দ্বিতীয় টৌৰ দংশনত চহৰ অঞ্চলত মহিলাৰ তুলনাত অধিক সংখ্যক পুৰুষ কর্মহীন হৈছে।

ADVERTISEMENT

ফলত বহু পৰিয়াললৈ অন্ধকাৰ নামি আহিছে। বিগত বৰ্ষত এই ছবিখন আছিল ইয়াৰ বিপৰীত। সংস্থাটোৰ প্রতিবেদন অনুসৰি কর্মক্ষেত্ৰত ৯০ শতাংশ পুৰুষ নিযুক্ত হােৱাৰ বিপৰীতে ১০ শতাংশহে মহিলা। ক’ভিডে দেশক বিপর্যস্ত কৰাৰ এবছৰৰ পাছত ২৩ শতাংশ মহিলাই হেৰুৱাইছে সংস্থাপন।

চি এম আই ইৰ পৰিসংখ্যা অনুসৰি ২০২১ৰ জানুৱাৰীৰ পৰা মার্চলৈ মুঠ ৩৯.৯৭ কোটি চাকৰিৰ ভিতৰত মহিলাৰ সংখ্যা ৪.১৮ কোটি। সংস্থাটোৰ পৰিসংখ্যা অনুসৰি সমগ্ৰ দেশত যিমান সংখ্যক মানুহ কর্মক্ষেত্ৰত বিয়পি আছে তাৰ ভিতৰত চহৰ-নগৰত মহিলাৰ অংশীদাৰিত্ব মাত্র তিনি শতাংশ।

কিন্তু কৰ’নাৰ প্ৰথম টৌত সংস্থাপন হেৰুওৱা সকলৰ ভিতৰত মহিলা আছিল ৩৯ শতাংশ। সংখ্যাৰ হিচাপত সেই সময়ত কর্মহীন হােৱা মুঠ ৬৩ লাখৰ ভিতৰত চহৰ অঞ্চলত মহিলাৰ সংখ্যা ২৪ লাখ। ইয়াৰ বিপৰীতে দ্বিতীয় টৌত চলিত বৰ্ষৰ এপ্রিলৰ পৰা জুনৰ ভিতৰত সর্বাধিক সংখ্যক পুৰুষ চহৰ অঞ্চলত কর্মহীন হৈছে।’ ২০২১ এপ্রিলৰ পৰা জুনলৈ নগৰ অঞ্চলত অধিক সংখ্যক পুৰুষে চাকৰি হেৰুৱাইছে।

দেশৰ মুঠ নিযুক্তিৰ ভিতৰত ২৮ শতাংশই নগৰীয়া পুৰুষ। চলিত বৰ্ষৰ মার্চলৈ ২৬ শতাংশ পুৰুষ কর্মহীন হৈছিল। কিন্তু ইয়াৰ পাছৰ তিনিমাহত ৩০ শতাংশই কর্মহীন হৈছে। ‘এইদৰে প্রতিবেদনত কোৱা হৈছে। এই প্রৱণতাক সংস্থাটোৱে ‘অশুভ’ বুলিও কৈছে। কিয়নাে আয়ৰ পৰ্যায়ৰ ক্ষেত্ৰত বৃহৎ ক্ষতি হ’ব।

মুম্বাইৰ সংস্থাটোৰ শেহতীয়া প্রতিবেদনত লগতে এইদৰে উল্লেখ, ‘বিতর্কিত বিষয় যদিও নগৰীয়া পুৰুষসকলৰ চাকৰি উচ্চমানৰ আৰু তেওঁলােকে সামাঞ্জস্যহীনভাৱে চাকৰি হেৰুৱাৰ ফলত এই পর্যন্ত প্রত্যক্ষ কৰা আয়ৰ অংশত বৃহৎ পতন হ’ব।’ সংস্থাটোৰ মুৰব্বী মহেশ ব্যাসে কয় যে কেৱল সংখ্যাৰ দ্বাৰা এই সমস্যাৰ বিচাৰ কৰিব নােৱাৰি।

কিয়নাে চহৰ অঞ্চলত পুৰুষসকলৰ বৃহৎ অংশই গুণগত মানৰ দিশত ভাল কামত নিযুক্ত হৈ আছে। তেওঁলােকে কর্মহীন হােৱাৰ অৰ্থ হ’ল বৃহৎ পৰিমাণৰ আয় বিপুলভাৱে হ্রাস পােৱা। তদুপৰি অধিকাংশ ক্ষেত্ৰতে চহৰত মহিলাসকল পৰিয়ালৰ দ্বিতীয়জন উপার্জন। তেওঁলােক কর্মহীন হলে পৰিয়ালটোৰ উপার্জন হ্রাস পায় যদিও পুৰুষ কর্মহীন হলে বহু পৰিয়ালৰ উপার্জন শূন্য হৈ পৰে।

ব্যাসে এই কথা উল্লেখ কৰি পুৰুষ কর্মহীন হােৱাৰ সাম্প্রতিক প্ৰৱণতা অধিক উদ্বেগৰ বিষয় বুলিও কয়। তেওঁ কয় যে হেৰুওৱা জীৱিকাৰ এটা বৃহৎ অংশ হয়তাে ভৱিষ্যতে পুনৰ সৃষ্টি হ’ব। কিন্তু এই আঘাতৰ মেৰামতি কৰাটো কঠিন হ’ব। কর্মহীন হােৱা মানুহৰ যি অংশই পুনৰ কৰ্মৰত হৈছে তেওঁলােকৰ অধিকাংশই পূর্বতকৈ কম দৰমহাত অথবা মজুৰিত কাম কৰিবলগীয়া হৈছে।

প্রতিবেদনত উল্লেখ কৰা হৈছে যে যিহেতু মহিলাসকল পৰিয়ালৰ দ্বিতীয়জন উপার্জন সাধাৰণতে হয় সেয়েহে মহিলা কর্মহীন হলে পৰিয়ালটো সম্পূৰ্ণৰূপে উপার্জনহীন হৈ নপৰে। অথচ পুৰুষ কর্মহীন হলে সাধাৰণতে জীৱিকাহীন হৈ পৰে এটা পৰিয়াল। নগৰীয়া পুৰুষৰ অধিক সংখ্যক কর্মহীন হােৱাটো উদ্বেগৰ বিষয়।

এইদৰে প্রতিবেদনত কোৱা হৈছে। প্রতিবেদনত কোৱা হৈছে যে হেৰুওৱা জীৱিকা বহু পৰিমাণে পুনৰ উভতি আহিছে। কিন্তু সকলােবােৰ জীৱিকাৰ পুনৰুদ্ধাৰ হােৱা নাই বুলি প্রতিবেদনত কোৱা হৈছে। এই সাম্প্রতিক ক্ষতি অতি বৃহৎ বুলি উল্লেখ কৰি সংস্থাটোৱে কয় যে চাকৰি পুনৰুদ্ধাৰ হ’লেও পূর্বতকৈ পৰিয়ালবােৰৰ আয় বহু পৰিমাণে কমিছে।

সংস্থাটোৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ মাৰ্চত ক’ভিডৰ প্ৰভাৱ স্পষ্ট হৈ পৰে। এই বৰ্ষৰ মাৰ্চত দেশত নিযুক্তিৰ পৰিমাণ আছিল ৪০.৬ কোটি। ২০২১ৰ জানুৱাৰীৰ পৰা মার্চলৈ এই নিযুক্তিৰ পৰিমাণ ৩৯.৯৭ কোটি লৈ হ্রাস পায়। অর্থাৎ ক’ভিডে দেখা দিয়াৰ এবছৰ পাছত ভাৰতে হেৰুৱাইছে ৬৩ লাখ জীৱিকা। মনকৰিবলগীয়া যে জীৱিকাৰ ক্ষতিৰ এই পৰিসংখ্যা ক’ভিড অতিমাৰীৰ বছৰটোৰ নহয়।

সেই সংখ্যা বহুত বেছি হ’ব। আনহাতে, বহু হেৰুওৱা জীৱিকা পুনৰ সৃষ্টি হৈছে। আমি দেখিছাে যে সকলােবােৰ জীৱিকাৰ পুনৰুদ্ধাৰ হােৱা নাই। যিকোনাে পৰিস্থিতিত এই সাম্প্রতিক ক্ষতি বৃহৎ। বিকল্প জীৱিকাৰ সন্ধান লাভ কৰাসকলেও কম মজুৰিতে কাম কৰিবলগীয়া হৈছে। ফলত বহু পৰিয়ালৰ আয় বিপুল পৰিমাণে হ্রাস পাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CMIE
publisher

publisher

Related Posts

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d