Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ম্যানমাৰতে আৱদ্ধ চিৰাঙৰ এলচন বসুমতাৰী

publisher by publisher
July 24, 2021
in Assam, India, News
Reading Time: 1 min read
0
5
SHARES
47
VIEWS
ShareShareShareShare

বিটিআৰ শান্তিচুক্তিৰ জড়িয়তে সকলো এনডিএফবি সদস্য ঘুৰি আহিলেও ম্যানমাৰতে আৱদ্ধ চিৰাঙৰ এলচন বসুমতাৰী নামৰ এনডিএফবি সদস্য জন। শ্ৰমিক পিতৃ-মাতৃৰ চৰকাৰলৈ আহ্বান নিজৰ লৰাক ঘৰলৈ ঘুৰাই অনাৰ দাবী।

ADVERTISEMENT

■বিটিআৰ শান্তি চুক্তিৰ জড়িয়তে এনডিএফবিৰ সকলো সদস্য ওভতি আহিছে ঘৰলৈ। এনডিএফবিৰ নেতা সকল এতিয়া ৰাজনৈতিক নেতা। কিন্ত আজিও ঘৰলৈ ওভতি নাহিল চিৰাঙৰ লাইমুতি গাঁওৰ এলচন বসুমতাৰী নামৰ এনডিএফবিৰ সদস্য জন ।

RelatedPosts

এনডিএফবি (সঃ) নেতা ফেৰেংগাৰ নিৰ্দেশত হত্যা কৰিছিল বি বিদায়ে!

NDFB Leader:মুকলি আকাশলৈ অহাৰ পথ প্রশস্ত এম বাথাসহ ৩৫ কাৰাবন্দী এনডিএফবিৰ

৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণ গোচৰৰ উচ্চ ন্যায়ালয়ৰ ৰায়দান

■ আজিও ম্যানমাৰতে আৱদ্ধ আছে এনডিএফবি সদস্যজন । অতিকে দৰিদ্ৰ পিতৃ-মাতৃ দুয়োজনেই শ্ৰমিক হিচাবে হাজিৰা মজুৰীৰে পৰিয়াল চলায় । পিতৃ বিপিন বসুমতাৰীয়ে জনায় যে ২০১৪ চনৰ ১৫ আগষ্ট তাৰিখে তেওঁৰ লৰা এলছন বসুমতাৰীয়ে এনডিএফবিত যোগদান কৰিছিল। ম্যানমাৰত প্ৰশিক্ষণ লবলৈ গৈছিল । তাৰ পিচতে বিটিআৰ চুক্তি হয় ২০২০ চনৰ ২৭ জানুৱাৰী আৰু সকলো এনডিএফবি সদস্য ঘৰলৈ ওভতি আহে যদিও আজিলৈ ঘৰলৈ ওভতি নাহিল এলছন বসুমতাৰী ।

■এনডিএফবিৰ সভাপতি বি ছাউৰাইগ্ৰা আৰু সাধাৰণ সম্পাদক বি আৰ ফেৰেঙ্গা দুয়োজনেই বৰ্তমান ৰাজনৈতিক নেতা যদিও তেওঁলোকৰ আহ্বানত এনডিএফবিত যোগদান কৰা এলছন বসুমতাৰীক ঘৰলৈ ওভোতাই অনাৰ বাবে লোৱা নাই কোনো ব্যৱস্থা । পৰিয়ালৰ লোকে নেতা সকলৰ ওচৰত দৌৰি ভাগৰি পৰিছে ।

■সংবাদ মাধ্যমৰ জড়িয়তে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ তথা বিটিআৰ প্ৰশাসনলৈ আহ্বান জনাই পিতৃ বিপিন বসুমতাৰীয়ে কয় –সকলোৰে ঘৰত শান্তি আহিলেও মোৰ ঘৰত শান্তি অহা নাই। মোৰ লৰা এলছন বসুমতাৰী এনডিএফবিৰ যোগদান কৰি আজিও ম্যানমাৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে । গতিকে চৰকাৰে অতিশীঘ্ৰে মোৰ লৰাক ঘৰলৈ ওভোতাই আনি সকলোৰে লগত মোৰ ঘৰতো শান্তি প্ৰতিষ্টা কৰি দিয়ক ।

■ মাতৃ ছলোনি বসুনতাৰীয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে নিজ পুত্ৰক ঘৰলৈ ঘুৰাই অনাৰ ।
এনডিএফবিৰ চাৰিওটা গোটৰে বিটিআৰ চুক্তি কৰি বিটিচিৰ শাসনভাৰ সলনি হল কিন্ত এই সাধাৰণ পৰিয়ালটিৰ কোনো পৰিৱৰ্তন নহল । নেতৃত্বৰ আহ্বানত এনডিএফবিত যোগদান কৰি বিপদত এতিয়া এলছন বসুমতাৰী । নেতৃত্বই পিঠি দিয়াৰ বাবেই ম্যানমাৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে এলছন বসুমতাৰী।এই অভিযোগ পৰিয়ালৰ।

■ নতুনকৈ গঠিত এনএলএফবিৰ নেতৃত্বও মুল সুতিলৈ ঘুৰি আহিল। কিন্ত এই দৰিদ্ৰ পৰিয়ালৰ সন্তান এলচন বসুমতাৰীক ঘুৰাই অনাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NDFB
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d