Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণ গোচৰৰ উচ্চ ন্যায়ালয়ৰ ৰায়দান

ৰঞ্জন দৈমাৰীসহ ১০ জনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

publisher by publisher
September 27, 2022
in Assam, India, News
Reading Time: 1 min read
0
৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণ গোচৰৰ উচ্চ ন্যায়ালয়ৰ ৰায়দান
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ

Guwahati Ringroad Projects:গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ নামত ব্যাপক বন ধ্বংসক লৈ উদ্বিগ্ন উচ্চ ন্যায়ালয়

২০০৮ৰ অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ গোচৰৰ মূল অভিযুক্ত এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে চি বি আইৰ আদালতে দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিছিল ৷

ADVERTISEMENT

স্মতৰ্ৱ্য যে ২০০৮ বৰ্ষৰ ৩০ অক্টোবৰৰ দিনটোত ভৰ দুপৰীয়া মাত্ৰ কেইমিনিটৰ ভিতৰত সদাব্যস্ত গুৱাহাটী গনেশগুৰি উৰণীয়া সেঁতুৰ তলত আৰু মুখ্য ন্যায়িক দণ্ডাধীশ আদালত চৌহদৰ লগতে বঙাইগাঁও বৰপেটা ৰোড আৰু কোকৰাঝাৰৰ ভিন্ন অঞ্চলত সংঘটিত দয় ভয়ংকৰ বোমা বিস্ফোৰণ ৷ নিমিয়তে বহুলোক ঢলি পৰে ৷ বহুতৰে দেহৰ অংশ ছিন্নবিছিন্ন হয়  ৷ এক আতংতময় পৰিৱেশৰ সৃষ্টি হয় ৷

জুই আৰু ধোঁৱাৰে আৱৰি পৰে অঞ্চলসমূহ ৷ কোনো ওলাই আহিছিল কাৰ্যালয়লৈ, কোনো ওলাই আহিছিল শ্ৰমৰ বাবে ৷ কিন্তু নিমিষতে সকলো শেষ হৈ যায় ৷ স্থানীয় লোক আৰু আৰক্ষীয়ে গুৰুতৰভাৱে আহতসকলক জোনে যেনেকৈ পাৰে চিকিৎসালয়লৈ নিয়াৰ দিহা কৰে ৷

মহানগৰীৰ সদাব্যস্ত গনেশগুৰি, পানবজাৰ আৰু ফাঁচীবজাৰ একেসময়তে বোমা বিস্ফোৰণ হোৱাৰ বিপৰীতে কোকোৰাঝাৰত তিনিটা, বঙাইগাঁৱত এটা আৰু বৰপেটা ৰোডত দুটা বিস্ফোৰণ সংঘটিত হয় ৷ এই ধাৰাবাহিক বিস্ফোৰণত ৮৮ গৰাকীকৈ নিৰীহ লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ৫৫৫ জনৰো অধিক ৷

আনহাতে, চিৰদিনলৈ পংগু হয় অৰ্ধ শতাধিক ৷ বিস্ফোৰণত গুৱাহাটী মহানগৰত ৪১, বৰপেটাত ১৫ আৰু কোকোৰাঝাৰত ২২ জন নিহত হয় ৷ মনকৰিবলগীয়া যে এই বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে স্তব্ধ হৈ পৰে সমগ্ৰ অসম ৷

পহিলাতে এই বিস্ফোৰণ কোনো জেহাদীৰ দ্বাৰা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছিল যদিও পাছত চিবিআইয়ে তদন্ত কৰি নিশ্চিত কৰে এই ভয়ংকৰ বিস্ফোৰণ এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটে সংঘটিত কৰে ৷ পৰৱৰ্তী সময়ত চৰকাৰৰ স’তে শান্তি আলোচনাৰ জৰিয়তে মূলসুঁতিলৈ ঘূৰি আহে যদিও চিবিআই আদালতে ২০১৯ৰ ৩০ জানুৱাৰীত ৰঞ্জন দৈমাৰীসহ ন জনক ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান দিয়ে ৷ অৱশ্যে আন চাৰি জনক পাঁচৰ পৰা সাত বছৰৰ ৰায়দান দিয়ে ৷

চিবিআইৰ ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰঞ্জন দৈমাৰীয়ৰ অধিবক্তা আপীল কৰে ৷ কিন্তু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে চিবিআইৰ পূৰ্ব ৰায়দানকে বাহাল ৰাখে ৷ উচ্চ ন্যায়ালয়ে দোষী সাব্যস্ত কৰা সকল হ’ল অনচাই বড়ো, অজয় বসুমতাৰী, ৰাজু সৰকাৰ জৰ্জ বড়ো, লখৰা বসুমতাৰী, খগেশ্বৰ বসুমতাৰী, ইন্দ্ৰ ব্ৰক্ষ্ম, বৈচাগী বসুমতাৰী আৰু ৰাজেন গয়াৰীক দোষী সাব্যস্ত কৰে । মুঠ ১৪ জনৰ ভিতৰত চাৰিজনক দোষমুক্ত কৰে ৷

ৰঞ্জন দৈমাৰীৰ অধিবক্তা মানস শৰণীয়াই আদালত চৌহদত সাংবাদিকক জানিব দিয়া মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আপীল কৰা কথা সদৰি কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GUWAHATI HIGH COURTNDFBRanjan Daimary
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d