Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জিএছটিৰ প্রৱর্তনেই অক্সিজেন দিলে কৰ’না বিধ্বস্ত ভাৰতীয় অর্থনীতিক

তলাবন্ধৰ কঠিন পৰিস্থিতিৰ সময়তো গতিশীল কৰ সংগ্ৰহ ব্যৱস্থা

publisher by publisher
July 25, 2021
in India, News
Reading Time: 1 min read
0
জিএছটিৰ প্রৱর্তনেই অক্সিজেন দিলে কৰ’না বিধ্বস্ত ভাৰতীয় অর্থনীতিক
2
SHARES
17
VIEWS
ShareShareShareShare

বিগত দুটা বছৰ ধৰি অদৃশ্য শত্রু কৰ’না মহামাৰীয়ে বিধ্বস্ত কৰিছে বিশ্ব অর্থনীতিক। তৃতীয় বিশ্বৰ ৰাষ্ট্রসমূহৰ বাবে এয়া এক বৃহৎ প্রত্যাহ্বান। টিকাকৰণৰ জৰিয়তে বিশ্বই কৰ’নাৰ বিৰুদ্ধে যুদ্ধ জয় কৰিব পাৰিব যদিও পৰৱর্তী সময়ত বিধ্বস্ত আর্থিক দুৰৱস্থাৰ পৰা কিদৰে উদ্ধাৰ কৰিব পৰা যায় সেয়া চিন্তাৰ বিষয়।

ADVERTISEMENT

কৰ’নাৰ নেতিবাচক প্রভাৱ স্বাভাৱিকভাৱে পৰিছে ভাৰতীয় অর্থনীতিতে। কিন্তু বিশ্বৰ আগশাৰীৰ সংস্থাসমূহে ভাৰতীয় অর্থনীতিক লৈ যি ভয়াবহ প্রতিবেদন প্রকাশ কৰিছিল সেয়া বাস্তৱত কিন্তু হােৱা নাই।

RelatedPosts

‘জি এছ টি’ হ্ৰাস কৰি ঔষধৰ মূল্য সলনি কৰিব কোম্পানীয়ে, সংশোধিত মূল্য প্ৰকাশৰ নিৰ্দেশ কেন্দ্ৰৰ

জিএছটি হ্ৰাসৰ সিদ্ধান্তৰ পাছতে প্রতিবেগৰ মূল্য ১০ টকা পর্যন্ত বৃদ্ধি

জিএছটিৰ পাঁচ আৰু ১৮ শতাংশ হাৰ বাহাল ৰখাত অনুমোদন

কৰ’নাৰ কঠিন সময়তাে ভাৰতীয় অর্থনীতিৰ গতিশীলতা হ্রাস পাইছে যদিও ট্ৰেকৰ পৰা আঁতৰি যােৱা নাই। দেশৰ আর্থিক বিশেষজ্ঞ মতে চাৰি বছৰ পূর্বে কেন্দ্রীয় চৰকাৰে প্ৰৱৰ্তন কৰা সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ব্যৱস্থাই ভাৰতীয় অর্থনীতিত এই মহাসংকটৰ সময়তাে ইতিবাচক প্ৰভাৱ পেলােৱাৰ ফলতেই দেশৰ আর্থিক স্থিতি প্রত্যাহ্বানৰ মাজতে দৃঢ় হৈ আছে।

কৰ’নাই কর্মহীন কৰা দেশৰ নাগৰিকৰ বাবে চৰকাৰে যি সাহায্য প্রদান কৰিছে সেয়াও জিএছটিৰ পৰা সংগ্রহ হােৱা ধনৰ বাবেই সম্ভৱ হৈছে বুলি আর্থিক ক্ষেত্র বিশেষজ্ঞই মত পােষণ কৰিছে। উল্লেখ্য যে ভাৰতত জিএছটি দৰে নতুন কৰ ব্যৱস্থাৰ যে প্রয়ােজনীয়তা আছিল সেয়া বৰ্তমানৰ আপাতকালীন অর্থ ব্যৱস্থাই কার্যতঃ প্ৰমাণ কৰি দিলে।

স্মর্তব্য যে পূর্বতে ভাৰতত সেৱা আৰু সামগ্ৰীৰ ওপৰত বিভিন্ন কৰ প্ৰয়ােগ হৈ আছিল। কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্যসমূহতাে পৃথক কৰ ব্যৱস্থা অৱলম্বন হৈছিল। কার্যতঃ এক জটিল তথা অৰাজক কৰ ব্যৱস্থাই নাগৰিক, ব্যৱসায়ী তথা চৰকাৰক বিভিন্ন সময়ত অসুবিধাত পেলাইছিল।

ইয়াৰ ফলতেই আশা কৰা ধৰণে কৰ সংগ্ৰহ হােৱা নাছিল। বিপৰীতে এই বিসংগতিৰ সুযােগ লৈ একাংশ বিষয়াৰ সহযােগত ব্যৱসায়ী মহলে কৰ ফাকি দি সমগ্ৰ চৰকাৰী ব্যৱস্থাত বৃহৎ দুর্নীতিও সংঘটিত কৰিছিল।

বর্তমানৰ কৰ’নাৰ পৰিৱেশত যদি ভাৰতত পূর্বৰ দৰে কৰ ব্যৱস্থা থাকিলহেঁতেন তেন্তে দেশৰ অর্থনীতি ছমাহৰ ভিতৰতে স্তব্ধ হৈ ধ্বংসৰ দিশে গতি কৰিলেহেঁতেন। ভাৰতত প্ৰথমবাৰৰ বাবে তলাবন্ধৰ ঘটনা হৈছে কৰ’নাৰ সময়ত। স্বাভাৱিকতে কৰ সংগ্রহ তথা দেশৰ অর্থনীতি চলাই ৰখাটো জিএছটি অবিহনে অসম্ভৱ হৈ পৰিলহেঁতেন।

কিন্তু জিএছটিৰ ডিজিটেল ব্যৱস্থাই কঠিন পৰিস্থিতিতাে চৰকাৰক ব্যৱস্থা চলাই ৰখাত সহায় কৰিছে যাৰ সুফল দেশৰ জনতাই লাভ কৰিছে। উল্লেখ্য যে পূর্বে ভাৰতীয় অর্থনীতিত থকা ভিন্ন কৰ ব্যৱস্থাসমূহ হ’ল— কেন্দ্রীয়
চৰকাৰৰ আবকাৰী শুল্ক, সেৱা কৰ, সামগ্ৰীৰ আন্তঃৰাজ্যিক বিক্ৰী কৰ (চিএছটি বাদ দি ৰাজ্যত পৃথক বিক্ৰী কৰ ব্যৱস্থা), ৰাজ্য চৰকাৰৰ খুচুৰা বিক্ৰী কৰ, ৰাজ্যত সামগ্ৰীৰ পৰিৱেশন কৰ, বিলাসী কৰ, ক্রয় কৰ আদি।

অর্থাৎ কৰৰ বােজা লৈ ব্যৱসায় কৰা তথা নিজকে আঁতৰাই ৰখাৰ বাবে দুর্নীতিৰ আশ্রয় লােৱা এক পৰম্পৰাগত প্রথা ইমান দিনে ভাৰতীয় কৰ ব্যৱস্থাত সমান্তৰালভাৱে চলি আহিছে। এখন দেশৰ অৰ্থনীতিৰ বাবে এয়া কোনাে কাৰণতেই শুভ নহয়। স্মর্তব্য যে দেশৰ ৰাজহুৱা উন্নয়ন নির্ভৰ কৰে সুস্থ কৰ ব্যৱস্থাৰ ওপৰত।

যদি কৰ ব্যৱস্থাতেই অৰাজকতা থাকে তেন্তে দেশৰ অৰ্থনীতিত নেতিবাচক প্রভাৱ পৰাটো নিশ্চিত হােৱাৰ লগতে জনকল্যাণমূলক আঁচনিত বাধা আহি পৰে। চাৰি বছৰ পূর্বে সকলাে কৰ এক কৰি জিএছটি প্রৱৰ্তন কৰাৰ পাছত নাগৰিকৰ ওপৰত থকা কৰৰ সন্ত্রাসৰ কার্যতঃ অন্ত পৰিছিল।

এক সুন্দৰ নীতিৰ জৰিয়তে সম্প্রতি অভিলেখ সংখ্যক কৰ সংগ্রহ হৈছে কৰ’নাৰ কঠোৰ স্বাস্থ্য নীতিৰ সময়তাে। কাৰণ জিএছটি ব্যৱসায়ীয়ে পৰিশােধ কৰিছে ডিজিটেল মাধ্যমৰে। তথ্য- প্রযুক্তিৰ জৰিয়তে কৰ ব্যৱস্থা পৰিচালন হােৱাত প্রশাসক আৰু কৰদাতাৰ মাজত যােগসূত্র নথকাৰ পাছতাে ধনৰ লেনদেন স্বচ্ছতাৰে হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GST
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d