Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

দুপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো আক্ৰান্ত হ’ব পাৰে ডেল্টা ভেৰিয়েণ্টত, দাবী বিশেষজ্ঞসকলৰ

publisher by publisher
July 27, 2021
in COVID-19, News
Reading Time: 1 min read
0
দুপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো আক্ৰান্ত হ’ব পাৰে ডেল্টা ভেৰিয়েণ্টত, দাবী বিশেষজ্ঞসকলৰ
2
SHARES
18
VIEWS
ShareShareShareShare

প্ৰতিষেধকৰ দুটা পালি ল’লেও ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত হ’ব পাৰে । বিশ্বৰ ১০ শীৰ্ষ ক’ভিড বিশেষজ্ঞৰ সাক্ষাৎকাৰত লাভ কৰা হৈছে এই তথ্য । বিশ্ব স্বাস্থ্য সংস্থা (হু)য়ে জনাইছে, সম্প্ৰতি বিশ্বৰ ১২৪ টা অঞ্চলত ডেল্টা ৰূপৰ সংক্ৰমণ বৃদ্ধি পাইছে । আগন্তুক কেইসপ্তাহমানৰ ভিতৰতে প্ৰায় ২০ কোটি লোক ডেল্টা ৰূপত সংক্ৰমিত হোৱাৰ শংকা প্ৰকাশ কৰিছে হু-ৱে ।

ADVERTISEMENT

বিশেষজ্ঞসকলে জনাইছে, ভাৰতত প্ৰথম চিনাক্ত হোৱা এই ভেৰিয়েণ্টৰ আক্ৰমণত মানুহ গুৰুত্বৰ অসুস্থ হোৱাৰ লগতে ই শীঘ্ৰে ইজনৰ পৰা সিজনৰ শৰীৰত সংক্ৰমিত হয় । ফলত যেনেদৰে প্ৰতিষেধক গ্ৰহণ নকৰা লোক ভাইৰাছত দ্ৰুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক, তেনেদৰে প্ৰতিষেধকৰ দুটা পালি সম্পূৰ্ণ কৰা লোকসকলকো ভাইৰাছত সংক্ৰমিত হোৱা দেখা গৈছে । দিনে প্ৰতিদিনে ইয়াৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে । বিশেষজ্ঞসকলে পূৰ্বেই জনাইছিল যে, কৰ’নাৰ অন্য ভেৰিয়েণ্টবোৰৰ তুলনাত এই পৰ্যন্ত ডেল্টাই আটাইতকৈ সংক্ৰামক আৰু প্ৰাণঘাতী । ব্ৰিটেইনৰ মাইক্ৰ’বায়’লজিষ্ট ছেৰন পেককৰ মতে, ‘সম্প্ৰতি বিশ্বৰ বাবে আটাইতকৈ বেছি উদ্বেগৰ বিষয় হৈছে ডেল্টা ।’

RelatedPosts

AI Fashion show: PM Modi, Joe Biden, Elon Musk, Donald Trump, Vladimir Putin walk the Fake Fashion show Ramp:গেটছৰ পৰা মোদীলৈকে বিশ্বৰ শীর্ষ নেতাৰ এআই ফেশ্বন শ্ব’ পাতিলে মাস্কে

Joe Biden : চলিত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে

Donald Trump : ডনাল্ড ট্ৰাম্প পুনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ’বলৈ সাজু !

ব্ৰিটেইনৰ সংস্থা পাব্লিক হেল্থ ইংলেণ্ডে সম্প্ৰতি জনাইছে, ব্ৰিটেইনত ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত তিনি হেজাৰ ৬৯২ জন কৰ’না ৰোগীৰ ভিতৰত ৫৮.৩ শতাংশৰ টিকাকৰণ হোৱা নাই আৰু ২২.৮ শতাংশৰ প্ৰতিষেধকৰ দুটা পালি সম্পূৰ্ণ হৈছে ।

ছিংগাপুৰতো ডেল্টা ভেৰিয়েণ্টৰ সংক্ৰমণ আটাইতকৈ বেছি । চৰকাৰী তথ্য অনুসৰি, আক্ৰান্তসকলৰ তিনি চতুৰ্থাংশ‌ই প্ৰতিষেধক গ্ৰহণ কৰিছে । ইজৰাইলৰ স্বাস্থ্য বিষয়াসকলে জনাইছে, সম্প্ৰতি ইজৰাইলত কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৬০ শতাংশই প্ৰতিষেধক গ্ৰহণ কৰিছে । আমেৰিকাত ৮৩ শতাংশই কৰ’নাৰ ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত । দেশখনৰ শীৰ্ষ সংক্ৰামক ৰোগ বিশেষজ্ঞ এণ্টনী ফচিয়ে জনায়, টিকাকৰণৰ হাৰ কম হোৱা অঞ্চলসমূহত ডেল্টাৰ সংক্ৰমণ বৃদ্ধি পাইছে ।

ৰাষ্ট্ৰপতি জ’ বাইডেনৰ চিকিৎসা উপদেষ্টা ফচিৰ মন্তব্য, ‘আমেৰিকাত প্ৰতিষেধক গ্ৰহণ নকৰা লোকৰ শৰীৰত কৰ’নাই অতিমাৰীৰ ৰূপ ধাৰণ কৰিছে ।’ ফ্ল’ৰিডা, টেক্সাছ, মিছৌৰিৰ দৰে প্ৰদেশবোৰত টিকাকৰণৰ হাৰ কম হোৱাৰ বাবে সংক্ৰমণ ঊৰ্ধ্বগামী । ছাৰ্জন জেনেৰেল বিবেক মূৰ্তিয়ে সম্প্ৰতি জনায়, দেশখনৰ কৰ’নাত মৃতসকলৰ ৯৯.৫ শতাংশই প্ৰতিষেধক গ্ৰহণ কৰা নাছিল ।

ইজৰাইলতো বিগত কেইমাহ ধৰি সংক্ৰমণ বৃদ্ধি পোৱাৰ অন্যতম কাৰণ ডেল্টা ষ্ট্ৰেন । চৰকাৰী তথ্য অনুসৰি, ক’ভিডত কাৰ্যকৰী ফাইজাৰ-বায়’এনটেকৰ প্ৰতিষেধক বৰ্তমান দেশখনত সংক্ৰমণ ৰোধ কৰিবলৈ মাত্ৰ ৪১ শতাংশহে কাৰ্যকৰী হৈছে । চীনৰ এক সমীক্ষা অনুযায়ী, ২০১৯ত প্ৰথম চিনাক্ত হোৱা উহান ষ্ট্ৰেনৰ তুলনাত ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত ব্যক্তিৰ নাকত এহেজাৰ গুণ বেছি ভাইৰাছ থাকে । মাইক্ৰ’বায়’লজিষ্ট ছেৰন পিককে কয়, ‘ডেল্টা আক্ৰান্তৰ ‘ভাইৰেল লোড’ বেছি হোৱাৰ বাবে সম্ভৱতঃ আনক সংক্ৰমিত কৰাৰ ক্ষমতা অধিক । এই বিষয়ত গৱেষণা অব্যাহত আছে ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Anthony FauciJoe Biden
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d