ADVERTISEMENT

Tag: Anthony Fauci

দুপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো আক্ৰান্ত হ’ব পাৰে ডেল্টা ভেৰিয়েণ্টত, দাবী বিশেষজ্ঞসকলৰ

প্ৰতিষেধকৰ দুটা পালি ল'লেও ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত হ'ব পাৰে । বিশ্বৰ ১০ শীৰ্ষ ক'ভিড বিশেষজ্ঞৰ সাক্ষাৎকাৰত লাভ কৰা হৈছে এই ...

Read more

ক’ভিশ্বিল্ডৰ দ্বিতীয় প্ৰতিষেধক কিয় তিনি মাহ পাছত ?

ক'ভিশ্বিল্ডৰ প্ৰথম আৰু দ্বিতীয় প্ৰতিষেধকৰ মাজৰ সময়ৰ ব্যৱধান তিনি-চাৰি মাহ কৰাৰ সিদ্ধান্ত 'স্বচ্ছ' আৰু 'বিজ্ঞানসন্মত'ভাৱেই গ্ৰহণ কৰা হৈছে । বিষয়টোক ...

Read more

ভাৰতৰ সমগ্ৰ দেশবাসীৰ টিকাকৰণেই কৰ’নাক প্ৰতিৰোধ কৰিব, পৰামৰ্শ আমেৰিকাৰ ভাইৰ’লজিষ্টৰ

ভাৰতৰ প্ৰত্যেককে প্ৰতিষেধক প্ৰদান কৰিব লাগিব । দীৰ্ঘম্যাদী এই পদক্ষেপেই দেশক ৰক্ষা কৰিব কৰ'না ভাইৰাছৰ আক্ৰমণৰ পৰা । এই অভিমত ...

Read more

ভাৰতক শীঘ্ৰে তলাবন্ধ জাৰি কৰাৰ সকিয়নী বাইডেন প্ৰশাসনৰ

সংক্ৰমণৰ দ্বিতীয় ঢৌ ৰোধ কৰিবলৈ কিছু সপ্তাহৰ বাবে ভাৰতত তলাবন্ধ জাৰি কৰাৰ পৰামৰ্শ দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন প্ৰশাসনৰ শীৰ্ষ ...

Read more

সময় থাকোতেই আমি পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে কৰ’নাৰ সন্ত্ৰাস অনাগত কিছু বছৰৰ কাৰণে থাকিবঃ এন্থনী ফ’চী

কৰ’না ভাইৰাছৰ ভেকচিনক লৈ বিভিন্ন আলোচনা চলি থকাৰ মাজতে আমেৰিকাৰ শীৰ্ষ ৰোগ বিশেষজ্ঞসকলৰ অন্যতম এন্থনী ফ’চীয়ে কয় যে কৰ’না ভাইৰাছৰ ...

Read more