উঠি অহা উদ্যোগীসকলৰ মাজত আটাইতকৈ পছন্দৰ মিনি ট্ৰাক হিচাপে প্ৰতিষ্ঠিত কৰাৰ লক্ষ্য এইছ গোল্ড পেট্ৰ’ল চিএক্সৰ ।
■ টাটা মটৰছে আজি মুকলি কৰিলে ক্ষুদ্ৰ ব্যৱসায়িক বাহনৰ নতুন ৰূপ এইছ গোল্ড পেট্ৰ’ল চিএক্স ।
■ দুই ভিন্ন ৰূপত উপলব্ধ হ’ব : ফ্লেট বেড আৰু হাফ ডেক লোড বডী ।
■ একেধাৰে মূল্য নিৰ্ধাৰণ কৰা হৈছে ৩.৩৯ লাখ আৰু ৪.১০ লাখ ।
■ শক্তিশালী, বিশ্বাসযোগ্য আৰু সুদক্ষ ৬৯৪ চিচি পেট্ৰ’ল ইঞ্জিন চালিত ।
■ সৰ্বনিম্ন ৭,৫০০ টকা ইএমআই-ত উপলব্ধ ।
■ এইছ গোল্ড পেট্ৰ’ল চিএক্স ২.০ পদক্ষেপৰ অধীনত সামৰি লোৱা হ’ব ।
■ ২৪×৭ পথ সেৱা সহায়ক – টাটা এলাৰ্ট, এক নিৰ্দিষ্ট সময়ৰ ভিতৰত ৱৰ্কশ্বপত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি ।
■ টাটা যিপি আৰু ১৫ দিনীয়া দুৰ্ঘটনা পুনৰ মেৰামতিৰ গেৰাণ্টি ।