Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

DNA Test: ডিএনএ টেষ্ট কৰিবলৈ নিয়া হৈছে বিমান দুর্ঘটনাত নিহতসকলৰ মৃতদেহ

এক মর্মান্তিক দৃশ্য আহমেদাবাদ অসামৰিক চিকিৎসালয় চৌহদত, আত্মীয়ৰ আৰু নিহতসকলৰ নমুনা পৰীক্ষা কৰি চিনাক্তকৰণ ব্যৱস্থা

publisher by publisher
June 13, 2025
in India, News
Reading Time: 1 min read
0
DNA Test: ডিএনএ টেষ্ট কৰিবলৈ নিয়া হৈছে বিমান দুর্ঘটনাত নিহতসকলৰ মৃতদেহ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

বয়িং বিমানখনৰ ইন্ধন চুইচত কোনো সমস্যা নাই, আহমেদাবাদ দুৰ্ঘটনাক লৈ হোৱা বিতৰ্কক খাৰিজ কৰি জনালে এয়াৰ ইণ্ডিয়াই

দুৰ্ঘটনাগ্ৰস্ত বিমান বা ইঞ্জিনত কোনো যান্ত্ৰিক দোষ নাছিল: এয়াৰ ইণ্ডিয়াৰ চিইঅ’

বৈমানিকেই ইচ্ছাকৃতভাৱে দুর্ঘটনা সংঘটিত কৰা বুলি দাবী

DNA Test:

হঠাতে ভূমিকম্পৰ দৰে চৌদিশ কম্পমান হোৱাৰ সমান্তৰালে প্রচণ্ড শব্দই কাণ তাল মাৰি ধৰিছিল। কিছু সময় কোনেও বুজিব পৰা নাছিল যে কি হৈছে? তাৰ পাছতে ক’লা ধোঁৱাই বৃহৎ কুন্দলী পকাই ওপৰলৈ উঠিছিল। প্রত্যক্ষদর্শীয়ে আহমেদাবাদৰ শোকাৱহ বিমান দুর্ঘটনাৰ এনে বিৱৰণি দাঙি ধৰিছে। ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকে চৌপাশে প্রত্যক্ষ কৰে কেৱল মৃতদেহ।

ADVERTISEMENT

লণ্ডনৰ গেটউইক বিমান বন্দৰ অভিমুখে বৃহস্পতিবাৰে বিয়লি ১-৩৮ বজাৰ এয়াৰ ইণ্ডিয়াৰ এআই-১৭১ বিমানখনে আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল বিমান বন্দৰৰ পৰা উৰা মৰাৰ পাঁচ মিনিটৰ ভিতৰতে ভূপতিত হয় আৰু নিকটবর্তী বি জে মেডিকেল কলেজ হাস্পতালত খুন্দা মাৰে। বিমানখনত কর্মীকে ধৰি মুঠ ২৪২জন লোক আছিল।

এই ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰা এজন লোকে কয়, ‘মই ঘৰত আছিলো, হঠাতে এটা প্রচণ্ড শব্দ শুনিলো। এনে লাগিল যেন ভূমিকম্প আহিছে, কি হৈছে বুলি তৰানৰা ছিঙি বাহিৰলৈ দৌৰ মাৰি বাহিৰলৈ ওলালো আৰু দেখিলো চৌপাশ ক’লা ধোঁৱাই ছানি ধৰিছে। ডাঠ চামনিৰ দৰে ক’লা ধোঁৱা। আমি ততালিকে ঘটনাস্থলীলৈ দৌৰি যাওঁ। দেখো যে চাৰিওফালে কেৱল মৃতদেহ।

চৌপাশে ধ্বংসস্তূপৰ টুকুৰা।’ ভাঙি পৰাৰ পাছতে বিমানখনত অগ্নিসংযোগ হয়। ঘটনাস্থলীৰ যিসমূহ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পিছে তাত দেখা গৈছে যে বৃহৎ অগ্নিকাণ্ড আৰু তাৰ পাছতে ক’লা ধোঁৱা। ভিডিঅ’ত দেখা গৈছে যে মাটিৰ পৰা উৰা মৰাৰ পাছত কিছুদূৰ ওপৰলৈ উঠিল বিমানখন। তাৰ পাছত ক্রমান্বয়ে নামিবলৈ ধৰে। বিমানখনৰ পাইলটে নিয়ন্ত্রণ হেৰুৱাৰ বিষয়টো স্পষ্ট হৈ পৰে।

# মৃতদেহ চিনাক্ত কৰিব নোৱৰা অৱস্থা ,ডিএনএ নমুনা পৰীক্ষা কৰি চিনাক্তকৰণ ব্যৱস্থা

দুর্ঘটনাগ্রস্ত বিমানৰ অধিকাংশ মৃতদেহ চিনাক্ত কৰিব পৰা অৱস্থাত নাই। দ্রুত চিনাক্তকৰণৰ বাবে পৰিয়ালৰ পৰা ডিএনএ নমুনা বিচাৰিছে গুজৰাট প্রশাসনে। ডিজে মেডিকেল কর্তৃপক্ষৰ স’তে যোগাযোগ কৰি ডিএনএ নমুনা দিবলৈ কোৱা হৈছে। তেতিয়া মৃতদেহ চিনাক্তকৰণৰ কাম দ্রুতভাৱে সম্ভৱপৰ হ’ব। বৃহস্পতিবাৰে এইদৰে কয় গুজৰাটৰ স্বাস্থ্য বিভাগৰ বিষয়াই। যাত্ৰীসকলৰ খা-খবৰ ল’বলৈ এটা হেল্পলাইন নম্বৰ আৰম্ভ কৰা হৈছে। গুজৰাটৰ স্বাস্থ্য বিভাগৰ সহকাৰী মুখ্য সচিব ধনঞ্জয় দ্বিবেদীয়ে জনোৱা মতে, যিসকলৰ আত্মীয় দুর্ঘটনাগ্রস্ত বিমানত আছিল তেওঁলোকক বি জে মেডিকেল কলেজলৈ আহি ডিএনএ নমুনা দিবলৈ কোৱা হৈছে যাতে মৃতদেহ চিনাক্ত কৰিব পাৰে।

শুকুৰবাৰে দুপৰীয়াভাগলৈ আঠটা মৃতদেহ আহমেদাবাদ চিভিল হাস্পতাললৈ আনি সংগ্ৰহ কৰা হয় নমুনা। আনহাতে নিহত সকলৰ বহু সংখ্যক আত্মীয়ই বিজে মেডিকেল কলেজ হাস্পতাললৈ আহি ডিএনএ নমুনা দিয়ে ৷এক মর্মান্তিক দৃশ্য আহমেদাবাদ অসামৰিক চিকিৎসালয় চৌহদত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ahmedabad Civil HospitalAhmedabad Plane CrashBJ Medical CollegeDNA Test
publisher

publisher

Related Posts

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব
International

September 5, 2026
Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান
Assam

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

September 5, 2026
নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত
India

নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

September 5, 2026
নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন
International

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

September 5, 2026
এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d