Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    TMC Pressmeet: এন আৰ চি আৰু অনুপ্ৰৱেশকাৰী এতিয়া মাত্র বিজেপিৰ ৰাজনৈতিক ভাষণ আৰু লাভালাভৰ আহিলা :দুলু আহমেদ

    অমৰনাথ যাত্রা পথত’ন’ ফ্লাইং জ’ন’! যাত্ৰীসকলৰ বাবে নিৰাপত্তা বৃদ্ধি প্ৰশাসনৰ

    Gst Raid In Cachar:২৫ কোটি টকাৰ জিএছটি ফাঁকি দিয়া প্ৰতিষ্ঠানৰ প্ৰৱন্ধক আটক

    Devastating fire in Bamonimaidam:মহানগৰীৰ বামুণীমৈদামত বিধ্বংসী অগ্নিকাণ্ড

    দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?

    দ্ৰুতগতিত চলিছে ৰাম মন্দিৰৰ মূল পথ নিৰ্মাণৰ কাম !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    কাৰ্ডবিহীনভাৱে এটিএমৰ পৰা টকাৰ লেনদেন কেনেদৰে কৰিব ?

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Education

৩০-৩১ জুলাইত মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ ফলাফল

publisher by publisher
July 29, 2021
in Education, India, News
Reading Time: 1 min read
0
৩০-৩১ জুলাইত মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ ফলাফল
9
SHARES
94
VIEWS
ShareShareShareShare

অৱশেষত জল্পনা-কল্পনাৰ অৱসান ঘটাই পৰীক্ষা অনুষ্ঠিত নকৰাকৈ প্ৰথমবাৰলৈ ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ । ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ স্বাস্থ্যবিভাগৰ পৰা ছেবা আৰু শিক্ষা সংসদে অনুমতি লাভ নকৰাৰ ফলত পূৰ্বৰ পৰীক্ষাৰ নম্বৰ মূল্যায়নৰ জৰিয়তে অহা ৩০ জুলাইত মেট্ৰিক, হাইমাদ্ৰাছা আৰু ৩১ জুলাইত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে দুয়োটা সংস্থাই ।

ADVERTISEMENT

উল্লেখ্য যে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণাৰ সন্দৰ্ভত কয় যে শিক্ষা বিভাগে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শ অনুসৰি মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ্থীসকলৰ ফলাফল বিদ্যালয় মূল্যায়ন সমিতি আৰু জিলাভিত্তিক পুনৰীক্ষণ সমিতিয়ে যুটীয়াভাৱে কৰা মূল্যায়নৰ ভিত্তিত অহা ৩০ জুলাইত দিনৰ ১১ বজাত ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে ছেবা ।

RelatedPosts

HS Result Announced:উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

Higher Secondary School:অনুমতিবিহীন বহু উচ্চতৰ মাধ্যমিক বিদ্যালয় চলিছে

HSSLC Final Examinations Started in the State Today:ৰাজ্যত আজিৰ পৰা আাৰম্ভ হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

১৪টা ৱেবছাইট আৰু ‘ছেবা ৰিজাল্ট ২০২১’ ম’বাইল এপত এই ফলাফল উপলব্ধ হ’ব বুলি সচিবগৰাকীয়ে সদৰী কৰি ফলাফলক লৈ শিক্ষাৰ্থীৰ অভাৱ-অভিযোগ থাকিলে নিৰাময় কৰিবলৈ প্ৰতিখন জিলাত অতিৰিক্ত উপায়ুক্ত (শিক্ষা)ক লৈ একোখনকৈ ‘ওজৰ-আপত্তি নিষ্পত্তি’ সমিতি গঠন কৰা হৈছে বুলি কয় ।

উল্লেখ্য যে অহা ৩০ জুলাইত ছেবাই মুঠ ৭,৩০১খন বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৪,২৬,৫৫৩জন আৰু হাইমাদ্ৰাছাৰ ১২,২৭৫জন পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰিব । উত্তীৰ্ণ শিক্ষাৰ্থীসকলে সংশ্লিষ্ট ৱেবছাইট আৰু এপৰ জৰিয়তে পূৰ্বৰ দৰে ‘ডিজিটেল মাৰ্কশ্বিট’ সংগ্ৰহ কৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰিব পাৰিব আৰু মূল মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰসমূহ বিতৰণৰ আগেয়ে জাননী জাৰি কৰা হ’ব বুলি ছেবা কৰ্তৃপক্ষই সদৰী কৰিছে ।

সমান্তৰালভাৱে ফলাফলক লৈ সন্তুষ্ট নোহোৱা বা অন্যান্য অভিযোগ শিক্ষাৰ্থীসকলে সংশ্লিষ্ট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব বুলি ছেবা কৰ্তৃপক্ষই ব্যক্ত কৰি ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব বুলি কয় ।

উল্লেখ্য যে এই বিশেষ মেট্ৰিক পৰীক্ষাৰ অনলাইন আবেদন পাঁচ আগষ্টৰ পৰা ১২ আগষ্টলৈ ছেবাৰ ৱেবছাইটত উপলব্ধ হ’ব আৰু সংশ্লিষ্ট বিদ্যালয়ৰ পৰা পৰীক্ষাৰ্থীজনে অনলাইনত আবেদনৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব । সংশ্লিষ্ট পৰীক্ষাৰ্থী এই বিশেষ মেট্ৰিকত ছয়টা পাঠ্যক্ৰমৰ থিয়ৰী পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ৩০ জুলাইত ফলাফল ঘোষণা হ’ব লগা বিদ্যালয় মূল্যায়ন সমিতিয়ে যুগুত কৰা ‘ডিজিটেল মাৰ্কশ্বিট’ৰ বৈধতা বাতিল কৰা হ’ব আৰু বিশেষ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত পুনৰ মাৰ্কশ্বিট প্ৰদান কৰা হ’ব বুলি ছেবা কৰ্তৃপক্ষই সদৰী কৰিছে ।

ইফালে, ৩১ জুলাইত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মুঠ ২,৪৯,৮১২জন পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । আঠটা ৱেবছাইটত পুৱা ন বজাত এই ফলাফল উপলব্ধ হ’ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষ‌ই সদৰী কৰি উল্লিখিত মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ১,৯১,৮৫৫জন কলা, ৩৮,৪৩০জন বিজ্ঞান আৰু ১৮,৪৪৩জন বাণিজ্য শাখাৰ পৰীক্ষাৰ্থী বুলি প্ৰকাশ কৰিছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AHSECHigh MadrasahSEBA
publisher

publisher

Related Posts

TMC Pressmeet: এন আৰ চি আৰু অনুপ্ৰৱেশকাৰী এতিয়া মাত্র বিজেপিৰ ৰাজনৈতিক ভাষণ আৰু লাভালাভৰ আহিলা :দুলু আহমেদ
News

June 17, 2025
অমৰনাথ যাত্রা পথত’ন’ ফ্লাইং জ’ন’! যাত্ৰীসকলৰ বাবে নিৰাপত্তা বৃদ্ধি প্ৰশাসনৰ
India

অমৰনাথ যাত্রা পথত’ন’ ফ্লাইং জ’ন’! যাত্ৰীসকলৰ বাবে নিৰাপত্তা বৃদ্ধি প্ৰশাসনৰ

June 17, 2025
Gst Raid In Cachar:২৫ কোটি টকাৰ জিএছটি ফাঁকি দিয়া প্ৰতিষ্ঠানৰ প্ৰৱন্ধক আটক
News

Gst Raid In Cachar:২৫ কোটি টকাৰ জিএছটি ফাঁকি দিয়া প্ৰতিষ্ঠানৰ প্ৰৱন্ধক আটক

June 17, 2025
Devastating fire in Bamonimaidam:মহানগৰীৰ বামুণীমৈদামত বিধ্বংসী অগ্নিকাণ্ড
News

Devastating fire in Bamonimaidam:মহানগৰীৰ বামুণীমৈদামত বিধ্বংসী অগ্নিকাণ্ড

June 17, 2025
দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?
News

দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?

June 17, 2025
দ্ৰুতগতিত চলিছে ৰাম মন্দিৰৰ মূল পথ নিৰ্মাণৰ কাম !
India

দ্ৰুতগতিত চলিছে ৰাম মন্দিৰৰ মূল পথ নিৰ্মাণৰ কাম !

June 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d