Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

    বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Education

৩০-৩১ জুলাইত মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ ফলাফল

publisher by publisher
July 29, 2021
in Education, India, News
Reading Time: 1 min read
0
৩০-৩১ জুলাইত মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ ফলাফল
10
SHARES
97
VIEWS
ShareShareShareShare

RelatedPosts

HS Result Announced:উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

Higher Secondary School:অনুমতিবিহীন বহু উচ্চতৰ মাধ্যমিক বিদ্যালয় চলিছে

HSSLC Final Examinations Started in the State Today:ৰাজ্যত আজিৰ পৰা আাৰম্ভ হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

অৱশেষত জল্পনা-কল্পনাৰ অৱসান ঘটাই পৰীক্ষা অনুষ্ঠিত নকৰাকৈ প্ৰথমবাৰলৈ ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ । ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ স্বাস্থ্যবিভাগৰ পৰা ছেবা আৰু শিক্ষা সংসদে অনুমতি লাভ নকৰাৰ ফলত পূৰ্বৰ পৰীক্ষাৰ নম্বৰ মূল্যায়নৰ জৰিয়তে অহা ৩০ জুলাইত মেট্ৰিক, হাইমাদ্ৰাছা আৰু ৩১ জুলাইত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে দুয়োটা সংস্থাই ।

ADVERTISEMENT

উল্লেখ্য যে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণাৰ সন্দৰ্ভত কয় যে শিক্ষা বিভাগে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শ অনুসৰি মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ্থীসকলৰ ফলাফল বিদ্যালয় মূল্যায়ন সমিতি আৰু জিলাভিত্তিক পুনৰীক্ষণ সমিতিয়ে যুটীয়াভাৱে কৰা মূল্যায়নৰ ভিত্তিত অহা ৩০ জুলাইত দিনৰ ১১ বজাত ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে ছেবা ।

১৪টা ৱেবছাইট আৰু ‘ছেবা ৰিজাল্ট ২০২১’ ম’বাইল এপত এই ফলাফল উপলব্ধ হ’ব বুলি সচিবগৰাকীয়ে সদৰী কৰি ফলাফলক লৈ শিক্ষাৰ্থীৰ অভাৱ-অভিযোগ থাকিলে নিৰাময় কৰিবলৈ প্ৰতিখন জিলাত অতিৰিক্ত উপায়ুক্ত (শিক্ষা)ক লৈ একোখনকৈ ‘ওজৰ-আপত্তি নিষ্পত্তি’ সমিতি গঠন কৰা হৈছে বুলি কয় ।

উল্লেখ্য যে অহা ৩০ জুলাইত ছেবাই মুঠ ৭,৩০১খন বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৪,২৬,৫৫৩জন আৰু হাইমাদ্ৰাছাৰ ১২,২৭৫জন পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰিব । উত্তীৰ্ণ শিক্ষাৰ্থীসকলে সংশ্লিষ্ট ৱেবছাইট আৰু এপৰ জৰিয়তে পূৰ্বৰ দৰে ‘ডিজিটেল মাৰ্কশ্বিট’ সংগ্ৰহ কৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰিব পাৰিব আৰু মূল মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰসমূহ বিতৰণৰ আগেয়ে জাননী জাৰি কৰা হ’ব বুলি ছেবা কৰ্তৃপক্ষই সদৰী কৰিছে ।

সমান্তৰালভাৱে ফলাফলক লৈ সন্তুষ্ট নোহোৱা বা অন্যান্য অভিযোগ শিক্ষাৰ্থীসকলে সংশ্লিষ্ট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব বুলি ছেবা কৰ্তৃপক্ষই ব্যক্ত কৰি ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব বুলি কয় ।

উল্লেখ্য যে এই বিশেষ মেট্ৰিক পৰীক্ষাৰ অনলাইন আবেদন পাঁচ আগষ্টৰ পৰা ১২ আগষ্টলৈ ছেবাৰ ৱেবছাইটত উপলব্ধ হ’ব আৰু সংশ্লিষ্ট বিদ্যালয়ৰ পৰা পৰীক্ষাৰ্থীজনে অনলাইনত আবেদনৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব । সংশ্লিষ্ট পৰীক্ষাৰ্থী এই বিশেষ মেট্ৰিকত ছয়টা পাঠ্যক্ৰমৰ থিয়ৰী পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ৩০ জুলাইত ফলাফল ঘোষণা হ’ব লগা বিদ্যালয় মূল্যায়ন সমিতিয়ে যুগুত কৰা ‘ডিজিটেল মাৰ্কশ্বিট’ৰ বৈধতা বাতিল কৰা হ’ব আৰু বিশেষ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত পুনৰ মাৰ্কশ্বিট প্ৰদান কৰা হ’ব বুলি ছেবা কৰ্তৃপক্ষই সদৰী কৰিছে ।

ইফালে, ৩১ জুলাইত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মুঠ ২,৪৯,৮১২জন পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । আঠটা ৱেবছাইটত পুৱা ন বজাত এই ফলাফল উপলব্ধ হ’ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষ‌ই সদৰী কৰি উল্লিখিত মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ১,৯১,৮৫৫জন কলা, ৩৮,৪৩০জন বিজ্ঞান আৰু ১৮,৪৪৩জন বাণিজ্য শাখাৰ পৰীক্ষাৰ্থী বুলি প্ৰকাশ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AHSECHigh MadrasahSEBA
publisher

publisher

Related Posts

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

September 29, 2026
বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান
Assam

বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান

September 29, 2026
‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d