Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্ৰতিষেধক নহয়, স্বাধীনতা লাগে, গান্ধীৰ ছবি লৈ বিক্ষোভ ইউৰোপৰ বিভিন্ন দেশত

publisher by publisher
August 2, 2021
in News
Reading Time: 1 min read
0
প্ৰতিষেধক নহয়, স্বাধীনতা লাগে, গান্ধীৰ ছবি লৈ বিক্ষোভ ইউৰোপৰ বিভিন্ন দেশত
4
SHARES
37
VIEWS
ShareShareShareShare

আগৰ দৰে গৃহবন্দী হৈ থাকিবলগীয়া হোৱা নাই, কিন্তু স্বাধীনতা নাই । ইউৰোপৰ বিভিন্ন দেশত এতিয়া বাসিন্দাসকলক জাপি দিয়া হৈছে টিকাকৰণৰ বোজা । কেফেত চাহ-কফি খোৱা, ৰেস্তোৰাঁত নৈশ ভোজ বা ষ্টেডিয়ামত খেল চোৱা এই সকলোবোৰ কামৰ বাবে প্ৰয়োজন হয় ভেকচিনেচন কাৰ্ডৰ ।

ADVERTISEMENT

এই নতুন নিয়ম বাতিলৰ দাবীত সপ্তাহান্তত ইটালী আৰু ফ্ৰান্সৰ পথত উলাই আহিল হেজাৰ হেজাৰ লোক । কৰ’না বিধি প্ৰত্যাহাৰৰ দাবীত আজি জাৰ্মানীৰ বাৰ্লিনটো প্ৰতিবাদ কৰা হয় । বিক্ষোভকাৰীসকলে মোহন দাস কৰমচান্দ গান্ধী আৰু মাৰ্টিন লুথাৰৰ দৰে শান্তিদূতৰ প’ষ্টাৰ হাতত লয় । প্ৰতিবাদকাৰীসকলৰ স’তে আৰক্ষীৰ ব্যাপক সংঘৰ্ষৰ সৃষ্টি হয় ।

RelatedPosts

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

Bajpai Bhawan:মহানগৰীৰ বাজপেয়ী ভৱনৰ সন্মুখত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ

Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

ইটালী আৰু ফ্ৰান্স দুই দেশৰ নেতাই টিকাকৰণ কাৰ্ড আৰম্ভ কৰিবলৈ বদ্ধপৰিকৰ । ইটালীত এই কাৰ্ডক নাম দিয়া হৈছে ‘গ্ৰীণ পাছ’ আৰু ফ্ৰান্সত ‘হেল্থ পাছ’ । টিকাকৰণৰ ওপৰত জোৰ দিবৰ বাবেই চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে । এই পৰ্যন্ত‌ও বাসিন্দাসকলৰ একাংশ ক’ভিডৰ টিকাকৰণৰ বিৰোধী । প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জোৰ দিয়াক তেওঁলোকে মানৱ অধিকাৰ হস্তক্ষেপ কৰা হৈছে বুলি দাবী কৰিছে । কোনো কোনো আকৌ প্ৰতিষেধকবিধ কিমান নিৰাপদ তাক লৈ চিন্তিত ।প্ৰতিষেধক নহয়, স্বাধীনতা লাগে – এই দাবীত সপ্তাহান্তত প্ৰায় ৮০ হেজাৰ লোক ইটালীৰ বিভিন্ন চহৰৰ পথত উলাই আহিছিল ।

ইউৰোপৰ কোনো দেশতে টিকাকৰণ বাধ্যতামূলক নহয় । সেয়ে বহুসংখ্যক দেশত প্ৰচাৰো কৰা হোৱা নাই । কিন্তু একাধিক দেশত ‘ভেকচিন পাছ’ৰ নিয়ম জাৰি কৰা হৈছে । ডেনমাৰ্কত ইতিমধ্যে পাছ আৰম্ভ হৈছে । বেলজিয়ামত নিয়ম জাৰি কৰা হৈছে যে, কোনো আউটড’ৰ ইভেণ্টত ডেৰ হেজাৰৰ বেছি লোক সমাবেত হ’বলৈ ভেকচিন চাৰ্টিফিকেট লাগিব ।

আগষ্টৰ মাজভাগত এই নিয়ম কাৰ্যকৰী হ’ব । দেশখনত বন্ধ স্থানত অনুষ্ঠান আয়োজন কৰাৰ অনুমতি নাই । ছেপ্টেম্বৰৰ পৰা অনুমোদন পত্ৰ দিয়া হ’ব । কিন্তু ইয়াৰ বাবে ভেকচিনেচন চাৰ্টিফিকেট লাগিব । স্পেনত সকলোৱে নিজ ইচ্ছামতেই প্ৰতিষেধক গ্ৰহণ কৰিছে ।ইটালীৰ ভেৰোনাত এজন প্ৰতিবাদকাৰীয়ে কয়, ‘এই পদ্ধতিৰে বাসিন্দাসকলৰ মাজত ব্যাপক বৈষম্যৰ সৃষ্টি কৰা হৈছে ।

এদল নাগৰিকক ফাৰ্ষ্ট-ক্লাছ নাগৰিকৰ বেজ দিয়া হৈছে । তেওঁলোকে চৰকাৰী সেৱা লাভ কৰিব, থিয়েটাৰ যাব পাৰিব, কেফে-ৰেস্তোৰাঁত সোমাব পাৰিব । ইপিনে এদল দ্বিতীয় শ্ৰেণীৰ নাগৰিকে এইসমূহ সুবিধা উপভোগ কৰিব ‌নোৱাৰিব । এইবোৰ নাজি শাসন !’

পেৰিছত প্ৰতিবাদকাৰীসকল সংঘৰ্ষত লিপ্ত হয় । সংঘৰ্ষত কেইজনমান আৰক্ষী আহত হয় । ১৯জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid 19 VaccinationProtest
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d