অলিম্পিকত কুস্তিত ৰূপৰ পদক অৰ্জন ভাৰতৰ

61007 ravi dahiya

● টকিঅ’ অলিম্পিকত কুস্তিত পৰাস্ত ৰবি দাহিয়া ।
● ৰাছিয়াৰ জাভুৰ উগুয়েভৰ বিৰুদ্ধে চূড়ান্ত খেল খেলিছিল দাহিয়াই ।
● জাভুৰে ৪-৭ ব্যৱধানত পৰাস্ত কৰে দাহিয়াক ।
● ফলত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় ভাৰতীয় কুস্তিবীৰজনে ।

 

Exit mobile version