পুনৰ তিনিমাহলৈ একক যুদ্ধ বিৰতিৰ সময় সীমা বৃদ্ধি আলফা(স্বা)ৰ

1487055437 army fb

একক যুদ্ধ বিৰতিৰ সময়চোৱাত কোনো ধৰণৰ সামৰিক অভিযান নকৰে আলফা(স্বা)য়ে ৷

১৫ মে’ত আলফা(স্বা)য়ে কৰ’নাকালীন পৰিস্থিতিত তিনি মাহৰ কাৰণে ঘোষণা কৰিছিল যুদ্ধবিৰতিৰ৷ এতিয়া তিনি মাহৰ সময় উকলি যোৱাত পুনৰ তিনি মাহৰ কাৰণে সংগঠনটোৱে ঘোষণা কৰিছে যুদ্ধবিৰতিৰ ৷

Exit mobile version