Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

শৰীৰত কেলচিয়ামৰ অভাৱ ? খাদ্যৰ তালিকাত ৰাখক এই সমূহ খাদ্য

publisher by publisher
August 21, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
শৰীৰত কেলচিয়ামৰ অভাৱ ? খাদ্যৰ তালিকাত ৰাখক এই সমূহ খাদ্য
5
SHARES
48
VIEWS
ShareShareShareShare

হাড় আৰু দাঁতৰ স্বাস্থ্য বজাই ৰখাত কেলচিয়াম এক অতি গুৰুত্বপূৰ্ণ উপাদান। আমাৰ শৰীৰৰ ৯৯ শতাংশ কেলচিয়াম এই দুটা ঠাইত সংৰক্ষণ হয়। বাকী এক শতাংশ তেজ, পেশী আৰু কোষীয় তৰলৰ স’তে মিল খায়। পেশীৰ সংকোচন, হৃদযন্ত্ৰৰ সংকোচন, তেজ গোট মৰা, হৰমন নিঃসৰণ আৰু এনজাইম গঠনৰ জৰিয়তে অঙ্গবোৰৰ চলাচলত কেলচিয়ামৰ প্ৰয়োজন। স্নায়ুতন্ত্ৰৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিবলৈও কাম কৰে কেলচিয়ামে আৰু সেয়েহে শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখিবলৈ কেলচিয়ামৰ অতি গুৰুত্বপূৰ্ণ ।

ADVERTISEMENT

কেলচিয়ামৰ অভাৱ পূৰণ কৰিবলৈ গাখীৰ আমাৰ মাজত আটাইতকৈ জনপ্ৰিয়। গাখীৰ নিয়মীয়াকৈ খোৱাৰ ফলত সাধাৰণতে কেলচিয়ামৰ অভাৱ নহয়। বহুলোকে কেলচিয়াম পৰিপূৰকও গ্ৰহণ কৰে। অৱশ্যে, এই দুটা খাদ্যৰ উপৰিও, নিম্নলিখিত খাদ্যবোৰে আপোনাৰ শৰীৰত কেলচিয়ামৰ চাহিদা পূৰণ কৰিব পাৰে।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

তিল

তিলত উচ্চ পৰিমাণৰ কেলচিয়াম ৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ উপাদান যেনে ভিটামিন আৰু খনিজ থাকে। ১০০ গ্ৰাম কেঁচা তিলত এক হেজাৰ মিলি গ্ৰাম কেলচিয়াম থাকে। প্ৰতিদিনে ৰাতিপুৱা খালি পেটত তিয়াই থোৱা তিল খাব পাৰে।

কমলা

ইয়াত ভিটামিন চি থাকে, যি শৰীৰক কেলচিয়াম শোষণ কৰাত সহায় কৰে।

বাদাম

বিভিন্ন প্ৰকাৰৰ বাদামে কেলচিয়ামৰ এক মুখ্য উৎস হিচাপে কাম কৰে। কাঠ বাদামত উচ্চ পৰিমাণৰ কেলচিয়াম থাকে। ১০০ গ্ৰাম কেঁচা বা ভজা কাঠ বাদামত ২৬৬ মিলিগ্ৰাম কেলচিয়াম থাকে।

ভেণ্ডি

সৰু এবাটি ভেন্দিত প্ৰায় ১৭২ মিলিগ্ৰাম কেলচিয়াম থাকে। যি আপোনাৰ শৰীৰত কেলচিয়ামৰ অভাৱ সহজে পূৰণ কৰিব পাৰে।

ব্ৰকলি

ফুলকবিৰ এই প্ৰজাতিটোৱে শৰীৰত কেলচিয়ামৰ অভাৱ পূৰণ কৰাত সহায় কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CalciumHealth
publisher

publisher

Related Posts

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে
Lifestyle

আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

April 25, 2026
ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল
Lifestyle

ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

April 25, 2026
ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d