এইবাৰ হোৱাটছএপৰত কৰিব পাৰিব টিকা বুকিং

1629780345 whats app

এইবাৰ কৰ’না ভেকছিন লোৱাটো আৰু সহজ। আপোনাৰ ফোনৰ হোৱাটছএপতে বুক কৰিব পাৰিব টিকাকৰণ কৰাৰ দিন। এই সন্দৰ্ভত, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে হোৱাটছএপত টিকা স্লট বুক কৰাৰ প্ৰণালীৰ বিষয়ে অৱগত কৰিছে।

এতিয়ালৈকে, ক’উইন এপৰ জৰিয়তে কৰ’না টিকাৰ বাবে স্লট বুক কৰিব পৰা গৈছিল। এইবাৰ এই পদ্ধতিটো আৰু সৰল কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে ইয়ে টিকাকৰণ কৰাটো আৰু সহজ কৰি তুলিব।

Exit mobile version